Advertisment
Jyotiprasad Sarma

Jyotiprasad Sarma

Pabitora
Assamese

দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য

আজি পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা অভয়াৰণ্য। দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে পবিতৰা অভয়াৰণ্যখনৰ দ্বাৰ মুকলি কৰা হয়। দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে অভয়াৰণ্যখনৰ দ্বাৰ মুকলি কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
2 Min read
Police Memorial Day
Assamese

আজি আৰক্ষীৰ স্মৃতি দিৱস

আজি আৰক্ষীৰ স্মৃতি দিৱস। ১৯৫৯ চনৰ ২১ অক্টোবৰত লাডাখৰ হট স্প্ৰিংছত অস্ত্ৰধাৰী চীনা সৈন্যৰ আক্ৰমণত ১০জন সাহসী আৰক্ষীয়ে প্ৰাণ আহুতি দিছিল। তেতিয়াৰ পৰাই বীৰ জোৱানকেইজনৰ স্মৃতিত প্ৰতিবছৰে ২১ অক্টোবৰৰ দিনটো আৰক্ষীৰ স্মৃতি দিৱস হিচাপে পালন কৰা হয়।
1 Min read
Garima
Assamese

জুবিন গাৰ্গবিহীন আজি প্ৰথমটো জন্মদিন গৰিমাৰ

আজি গৰিমা শইকীয়া গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গৰ আপোন মানুহগৰাকীৰ আজি ওপজা দিন। আজি পত্নী গৰিমা শইকীয়া গাৰ্গক জন্মদিনৰ শুভেচ্ছা দিবলৈ কায়িকভাৱে জুবিন গাৰ্গ নাই এই পৃথিৱীত। কেৱল মাথোঁ আছে স্বামী জুবিনৰ অলেখ স্মৃতি।
2 Min read
Fake doctors
Assamese

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১৩জনকৈ ভুৱা চিকিৎসক

আকৌ শিলচৰ চহৰত গ্ৰেপ্তাৰ ভুৱা চিকিত্‍সক। শিলচৰ চহৰৰ অম্বিকাপট্টিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ‘মেট্ৰিক পাছ’ ভুৱা চিকিত্‍সকক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১৩জনকৈ ভুৱা চিকিৎসকক।
1 Min read
first government employee
Assamese

জালাবস্তিয়ে লাভ কৰিলে প্ৰথমজন চৰকাৰী চাকৰিয়াল

ভাৰত-ভূটান সীমান্তত আনন্দৰ বন্যা ৷ এখন গাঁৱত এগৰাকী যুৱকে প্ৰথমবাৰৰ বাবে চৰকাৰী চাকৰি লাভ কৰাৰ পিছতে আনন্দিত হৈ পৰিছে গাঁওবাসী। আনন্দত উৎফুল্লিত ৰাম বেচাৰৰ সফলতাত৷
2 Min read
Diwali-Kali Puja
Assamese

আজি দীপাৱলী-কালী পূজা

আজি পোহৰৰ উত্‍সৱ দীপাৱলী। সমগ্ৰ দেশতে দীপাৱলীক লৈ উত্‍সাহ, উদ্দীপনা। প্ৰতি বছৰে শৰৎ কালৰ কাতি মাহৰ অমাৱস্যা তিথিত এই উৎসৱ পালন কৰা হয়। পৰম্পৰাগতভাৱে আয়োজন দীপাৱলীৰ।
2 Min read
Zubeen Garg
Assamese

মৰমৰ শিল্পী জুবিন গাৰ্গ বিহীন এটা মাহ

মৰমৰ শিল্পীগৰাকী নোহোৱা হোৱা এই ৩০দিন পত্নী গৰিমা শইকীয়া গাৰ্গ, পৰিয়াল, আত্মীয় তথা জুবিন অনুৰাগী সকলে কেনেকৈ দিন-ৰাতি পাৰ কৰিছে, তাক পুনৰ কোৱাৰ প্ৰয়োজন নাই।
2 Min read
Assam Police
Assamese

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল। কেইবাখনো জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক বদলি। ৰদ-বদল কৰা হৈছে ৰাজ্যৰ ৩৬ গৰাকীকৈ আৰক্ষী বিষয়াক। কামৰূপলৈ বদলি কাৰ্বি আংলঙৰ SSP সঞ্জীৱ কুমাৰ শইকীয়াক।
2 Min read
Rohingyas arrested
Assamese

কাছাৰৰ কালাইনত শিশু, মহিলাসহ ১৮ ৰোহিংগীয়াক আটক

কাছাৰৰ কালাইন বজাৰত শিশু, মহিলাসহ ১৮ ৰোহিংগীয়া নাগৰিকক আটক। কালাইন বজাৰৰ পৰা স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে অবৈধ বিদেশী নাগৰিককেইটাক।
1 Min read
Garima Saikia Garg
Assamese

প্ৰতি শুকুৰবাৰে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীলৈ নিশা এবাৰ যায় গৰিমা শইকীয়া গাৰ্গ

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নোহাৱা হোৱা এমাহেই হ'বৰ হ'ল। বিগত দিনকেইটাত আপোন মানুহজনক চিৰদিনৰ বাবে হেৰুৱাই চকুৰ পৰা চকুলো আঁতৰা নাই পত্নী গৰিমা শইকীয়া গাৰ্গৰ।
2 Min read
Advertisment