Advertisment

Zubeen Garg

THUMB
Assamese

মোৰ ঠাইত আইনী আৰু চিকিৎসা বিশেষজ্ঞক বৈঠকলৈ মাতকঃ অনুৰাধা শৰ্মা পূজাৰী

SITৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে। সামাজিক মাধ্যমত প'ষ্ট কৰি সাহিত্যিকগৰাকীয়ে SITক জনালে আহ্বান। 'মোৰ স্থানত আইনী আৰু চিকিৎসাৰ বিষয়ে জ্ঞান থকা বিশেষজ্ঞক বৈঠকলৈ আমন্ত্ৰণ কৰা হ'লেহে তদন্ত প্ৰক্ৰিয়াত উপযুক্ত মতামত দিব পাৰিলেহেঁতেন'।
2 Min read
munnaprasad gupta
Assamese

জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপ'ৰ্ট ৰাজহুৱা কৰা হ’ব বুলি ভুৱা প্ৰচাৰ চলাইছে একাংশইঃ SDGP মুন্নাপ্ৰসাদ গুপ্তা

জুবিনৰ মৰণোত্তৰ, ভিছেৰা ৰিপ'ৰ্ট একাংশই কাইলৈ ৪ বজাত ৰাজহুৱা কৰা হ’ব বুলি ভুৱা প্ৰচাৰ চলাইছে বুলি মন্তব্য SDGP গুপ্তাৰ। জুবিনৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰতাৰে চলিছে বুলিও মন্তব্য মুন্নাপ্ৰসাদ গুপ্তাৰ।
2 Min read
Thumb
Assamese

কালি গোটেই ৰাতি বৌয়ে কান্দি আছে...

CIDৰ কাৰ্যালয়ত জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ। চিআইডিয়ে ভাষ্য গ্রহণ কৰিলে অৰুণ গাৰ্গৰ। CIDৰ কাৰ্যালয়ত হাজিৰ হৈ  অৰুণ গাৰ্গে ক'লে- কালি গোটেই ৰাতি বৌয়ে কান্দি আছে, মোক এতিয়া কেৱল দাদাৰ ন্যায় লাগে।
2 Min read
Thumb
Assamese

জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি নকৰিব

কংগ্ৰেছ দলৰ হাতত কোনো ইচ্ছু নাই। প্ৰতিটো নিৰ্বাচনত শূণ্য হৈ আহিছে কংগ্ৰেছ দল। কংগ্ৰেছলৈ কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাঘেৰিটাৰ আহ্বান-জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি নকৰিব। 
2 Min read
Thumb
Assamese

পুনৰ চমন জাৰি, CID কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া

সঠিকভাৱে চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিকভাৱে তদন্ত। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত এইপৰ্যন্ত সহযোগিতা কৰা নাই ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াই। শীঘ্ৰেই CID কাৰ্যালয়ত উপস্থিত হ’ব লাগিব জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টীত উপস্থিত থকা প্ৰৱাসী অসমীয়া। 
2 Min read
Zubeen Garag
Assamese

জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উচুপি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ

‘২২টা দিন পাৰ হ’ল, কি হৈছিল আমি একোৱেই নাজানো’। 'জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰক'। '#JusticeForZubeenGarg লিখি ন্যায়ৰ দাবী তোলক সকলোৱে'।
1 Min read
Investigation of Zubeen death
Assamese

জুবিনৰ মৃত্যুৰ তদন্ত: মুখ্যমন্ত্ৰী বনাম বিৰোধীৰ সংঘাতত ৰাজনীতিৰ উষ্ণতা তুংগত

জুবিন গাৰ্গৰ ছিংগাপুৰত হোৱা ৰহস্যজনক মৃত্যুৰ তদন্তই এতিয়া ৰাজ্যৰ ৰাজনীতিত এক ডাঙৰ ভূমিকম্পৰ সৃষ্টি কৰিছে আৰু তদন্তক লৈ ৰাজ্যৰ ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
4 Min read
Advertisment