Advertisment

Zubeen Garg

zubeen
Assamese

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ SITৰ তদন্ত আৰম্ভ, CIDৰ কাৰ্যালয়ত উপস্থিত শেখৰজ্যোতি, নিশিতা, অমৃতপ্ৰভা

অভিনেত্ৰী নিশিতা গোস্বামীৰ মন্তব্য- 'জুবিনদাৰ মৃত্যুৰ বাবে সম্পূৰ্ণৰূপে দায়ী শ্যামকানু আৰু সিদ্ধাৰ্থ'। ‘জুবিনদাক সম্পূৰ্ণ মেডিকেল ছাপৰ্টত নিব লাগিছিল শ্যামকানুৱে’।
2 Min read
জুবিনৰ মৃত্যুৰ পাছত অসম আৰু ভৱিষ্যৎ
Assamese

জুবিনৰ মৃত্যুৰ পাছত অসম, ভৱিষ্যৎ আৰু সম্ভাৱনা...

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পিছত সমগ্ৰ অসম শোকস্তব্ধ হৈ পৰিছে। বিশেষ তদন্তকাৰী দল SIT-এ জুবিনৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে।
2 Min read
zubeen
Assamese

জুবিন যেন আমাৰ দেউতা! ৰাজহুৱা মুণ্ডন কৰি জুবিনলৈ শ্ৰদ্ধাঞ্জলি অনুৰাগীৰ

জুবিনৰ তিলনী পাতি ৰাজহুৱা মুণ্ডন অনুৰাগীৰ। সম্পূৰ্ণ মায়ামৰা সম্প্ৰদায়ৰ পৰম্পৰা অনুসৰি অনুষ্ঠিত আধ্যাত্মিক অনুষ্ঠানত জুবিনলৈ ব্যতিক্ৰমী ৰূপত শ্ৰদ্ধাঞ্জলি জনালে অনুৰাগীয়ে। অসম | গুৱাহাটী | যোৰহাট | ডিব্ৰুগড় | শীৰ্ষ খবৰ |
2 Min read
zubeen
Assamese

জ্যোতি, ৰাভা, ভূপেনৰ পিছত জুবিন সংগীত... দিয়া হ'ব 'জুবিন গাৰ্গ সোঁৱৰণি শ্ৰেষ্ঠ গায়ক বঁ‌টা'

জুবিন গাৰ্গৰ পৱিত্ৰ সোঁৱৰণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰিব 'জুবিন গাৰ্গ সোঁৱৰণি শ্ৰেষ্ঠ গায়ক বঁ‌টা'। অনুষ্ঠিত কৰিব 'জুবিন সংগীত' প্ৰতিযোগিতা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ল'লে এই সিদ্ধান্ত। যোৰহাট | গুৱাহাটী | অসম | শীৰ্ষ খবৰ
1 Min read
Advertisment