Assamese কেনেকৈ মৃত্যু হ'ল জুবিন গাৰ্গৰ? আজি ফাদিল হ'ব সকলো! প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰায় ৩টা মাহ।। কিছুসময়ৰ পাছতে আজি SIT-এ দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট। ছিংগাপুৰত কেনেকৈ মৃত্যু হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ, চাৰ্জশ্বীটত ফাদিল হ'ব সকলো ৰহস্য।
Assam Assam’s Heartbeat Stopped on September 19—Tomorrow, Justice May Finally Begin Three months have passed since the demise of Assam’s beloved “Pran-er Silpi” Zubeen Garg | Assam | Top Stories
Assamese কাইলৈ ফাদিল হ'ব জুবিন গাৰ্গৰ মৃত্যু ৰহস্য! প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৩টা মাহ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষাৰত প্ৰতিজন অসমীয়া। কাইলৈ SIT-এ দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট। ছিংগাপুৰত কেনেকৈ মৃত্যু হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ, চাৰ্জশ্বীটত ফাদিল হ'ব সকলো ৰহস্য।
Assamese প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আন এক সন্মান প্ৰাণৰ আপোন জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে ডি.লিট সন্মান। শিল্পীগৰাকীৰ অবৰ্তমানত কটন বিশ্ববিদ্যালয়ে আগবঢ়োৱা এই সন্মান গ্ৰহণ কৰিলে জুবিন গাৰ্গৰ ভগ্নী পাল্মী বৰঠাকুৰে। ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ উপস্থিতিত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক প্ৰদান কৰা হয় এই সন্মান।
Guwahati Cotton University Honours Zubeen Garg with Posthumous D.Litt; CM Hails Assam’s New Era of Education The event celebrated academic excellence and recognized outstanding achievements in arts and sports | Guwahati | Top Stories
Assam As Post Malone Takes the Stage in Assam, Was Zubeen Garg’s Justice Overshadowed? December 8 had become a significant date as they expected to finally learn the truth behind the sudden death of the beloved singer-actor | Assam | Top Stories
Assam Zubeen Garg Death Mystery Deepens: Is Assam Getting the Full Story? All Eyes on the Dec 12 Chargesheet The mystery surrounding the death of Zubeen Garg continues to intensify, as new developments emerge from both the Assam Police and political arena | Assam | Top Stories
Assam Will the SIT’s Findings Confirm CM Sarma’s Claim of a ‘Premeditated Murder’? The investigation into the alleged murder of renowned Assamese singer Zubeen Garg is approaching a decisive phase | Assam | Top Stories
Assamese ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিন গাৰ্গৰ কেনেকৈনো মচি দিব পাৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম... লাগিলে সেয়া ভোটাৰ তালিকাই হওক। ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিনৰ। জৰীপ কৰিবলৈ গৈ জুবিনৰ নাম নাকাটি BLO মহম্মদ তফিজ উদ্দিনে লিখিলে- অমৰ হওক জুবিন...।
National “No Sincerity, Only Division”: Gaurav Gogoi Tears Into Himanta Govt Over ST Status for 6 Communities Gaurav Gogoi said the Assam government has displayed “zero sincerity” in its approach to granting ST status to the six communities | National | Top Stories