Advertisment

অসম

Kaziranga
Assamese

পৰ্যটকৰ বাবে ভাল খবৰ

দেশী-বিদেশী পৰ্যটকৰ বাবে ভাল খবৰ। আজিৰে পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ কেন্দ্ৰ স্বৰূপ কঁহৰা বনাঞ্চল। আজিৰে পৰা পৰ্যটকসকলে উপভোগ কৰিব পাৰিব কঁহৰা বনাঞ্চলৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য।
2 Min read
Terrible incident in Udalguri
Assamese

ওদালগুৰিত ভয়ংকৰ ঘটনা। ভূটিয়াচাং নৈৰ পাৰত কাৰ মৃতদেহ উদ্ধাৰ?

ওদালগুৰিত সংঘটিত ভয়ংকৰ ঘটনা। ওদালগুৰিৰ ৪নং ভূটিয়াচাং নৈৰ পাৰত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি। ভূটিয়াচাং নদীৰ পাৰত উদ্ধাৰ ৪৫ বছৰীয়া এজন লোকৰ মৃতদেহ। মৃত লোকজন জিতেন বড়ো বুলি চিনাক্ত হৈছে।
1 Min read
WhatsApp Image 2025-11-01 at 7.43.00 PM
Assamese

সাহিত্যিক নগেন শইকীয়ালৈ অসম সাহিত্য সভাৰ 'সদসি ৱৰেণ্যঃ' সন্মান

প্ৰতিথযশা সাহিত্যিক ড০ নগেন শইকীয়ালৈ অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান। অসম সাহিত্য সভাই সাহিত্যিকগৰাকীলৈ প্ৰদান কৰিলে 'সদসি ৱৰেণ্যঃ' সন্মান। অঃসাঃসভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ এক অনুষ্ঠানত প্ৰদান কৰে এই সন্মান।
2 Min read
WhatsApp Image 2025-11-01 at 6.10.17 PM
Assamese

ইতিহাস, ৰেকৰ্ডৰ পিছত ৰেকৰ্ড। জুবিনৰ ‘ৰৈ ৰৈ বিনালে’ ছবিয়ে ভংগ কৰিলে অসমীয়া ছবিৰ সৰ্বকালৰ অভিলেখ...

জুবিন অনন্য। অসমীয়া ছবিৰ সৰ্বকালৰ অভিলেখ ভংগ ‘ৰৈ ৰৈ বিনালে’ৰ। অসমীয়া চিনেমাৰ ৯০ বছৰীয়া ইতিহাসত ৰেকৰ্ড গঢ়িলে ‘ৰৈ ৰৈ বিনালে’ ছবিয়ে। মুক্তিৰ প্ৰথম দিনাই ২.৫২ কোটিৰো অধিক টকা উপাৰ্জন জুবিনৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ৰ।
THUMB
Assamese

কোলাত উঠি ‘ৰৈ ৰৈ বিনালে’ চাবলৈ আহিল এগৰাকী আইতা

কোলাত উঠি ‘ৰৈ ৰৈ বিনালে’ চাবলৈ আহিল এগৰাকী আইতা। হিয়া ঢাকুৰি কান্দি "ৰৈ ৰৈ বিনালে" উপভোগ কৰি আইতাই ক'লে চিনেমাখন ভাল হৈছে কিন্তু দুখ লাগিছে। 
2 Min read
THUMB
Assamese

কাল্পনিকভাৱে অনুৰাগীৰ সৈতে আজি "ৰৈ ৰৈ বিনালে" চালে জুবিন গাৰ্গে

অনুৰাগীৰ সৈতে বহি আজি নিজৰ সপোনৰ চিনেমা '"ৰৈ ৰৈ বিনালে" চালে জুবিন গাৰ্গে! কান্ধত অসমীয়াৰ স্বাভিমান লৈ চিনেমা হললৈ অহা জুবিন গাৰ্গৰ উপস্থিতি অৱশ্যে ভাৰ্চুৱেল নহয়। '"ৰৈ ৰৈ বিনালে" চাবলৈ আহিব জুবিন গাৰ্গ- প্ৰতিজন অসমীয়াৰ অন্তৰআত্মাৰ কথাহে এয়া। 
2 Min read
THUMB
Assamese

'ৰৈ ৰৈ বিনালে'ৰ জৰিয়তে আৰম্ভ হ'ল অসমীয়া চিনেমাৰ জয়যাত্ৰা

আনে কৰিব নোৱাৰা কাম কৰি দেখুৱালে জুবিন গাৰ্গে, সেইবাবে জুবিন আছিল একক, অনন্য। ভাৰতবৰ্ষৰ চিনেমা জগতত এক নতুন অভিলেখ সৃষ্টি কৰি পুৱা ৪.২৫ বজাৰ পৰাই আৰম্ভ হ'ল ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী। জুবিন গাৰ্গে কৈ যোৱাৰ দৰে অসমত এতিয়া কেৱল চলিছে অসমীয়া চিনেমা । 
2 Min read
THUMB
Assamese

আজি গোপাষ্টমী, পকা ধানৰ পথাৰত কৃষকে এৰিলে গৰু, লাগিল হুৱা-দুৱা

ওৰাঙৰ এখন ব্যতিক্ৰমী সোণালী ধাননি পথাৰ। পথাৰৰ চাৰিওফালে ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে। জাকে জাকে গৰু এৰিছে পথাৰ খনত। পবিত্ৰ গোপাষ্টমীৰ দিনা এই পৰম্পৰাৰ পালন কৰে স্থানীয় লোকে।
1 Min read
Terrible road accident in Morigaon
Assamese

মৰিগাঁৱৰ শিলচাঙত ভয়ংকৰ পথ দুৰ্ঘটনা

নিশা মৰিগাঁৱৰ শিলচাঙত ভয়ংকৰ পথ দুৰ্ঘটনা। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত তিনিজনকৈ লোক। দুৰ্ঘটনাটোত নিহত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈসহ আন দুজন লোক।
2 Min read
Thumb
Assamese

অভিযুক্তক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

বাক্সাৰ নিকাছি জে'লত কাৰাবন্দী হৈ থকা ৫ অভিযুক্তক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যক চি জে এম আদালতে পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
1 Min read
Advertisment