Assamese ৰাজ্যত ড্ৰাগছৰ ৰমৰমীয়া বেহা ৰাজ্যত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা। দৈনিক ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি থকাৰ সময়তে ৰাজ্যত চলি আছে ড্ৰাগছৰ অবাধ বেহা। আৰক্ষীৰ অভিযানত ২৪ ঘণ্টাত ৰাজ্যৰ ৬টা স্থানত জব্দ বৃহত্ পৰিমাণৰ ড্ৰাগছ।
Assamese বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত পুনৰ প্ৰতিবাদ বিজেপি চৰকাৰক হুংকাৰ দি পুনৰ ৰাজ্যত বিশাল প্ৰতিবাদ। জনজাতিকৰণৰ দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া। ’২৬ৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ’।
Assamese নাবালিকা ছাত্ৰীৰে শিক্ষক পদ্ম অলি শৰ্মাৰ জঘন্য কাণ্ড ! শিক্ষকতাৰ পৱিত্ৰ বৃত্তিত কালিমা সানিলে পদ্ম অলি শৰ্মাই!নাবালিকা ছাত্ৰীৰে শিক্ষক পদ্ম অলি শৰ্মাই সংঘটিত কৰিলে জঘন্য কাণ্ড। শিক্ষক পদ্ম অলি শৰ্মাৰ বিৰুদ্ধে দুগৰাকী ছাত্ৰীৰ গোপন অংগ স্পৰ্শ কৰাৰ অভিযোগ।
Assamese ৩০ সংখ্যক টেষ্ট ভেন্যুৰূপে অভিষেক ঘটিল বৰ্ষাপাৰাৰ টেষ্ট অভিষেক ঘটিল বৰ্ষাপাৰাৰ। ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল অসমৰ ক্ৰিকেটপ্ৰেমী। দেশৰ ৩০ সংখ্যক টেষ্ট ভেন্যু হিচাপে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ'ল বৰ্ষাপাৰাত। টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাৰ সংগ্ৰহ ২৪৭/৬।
Assamese ১,৩০০ যুৱকে হাতত হেংদাং লৈ দিলে জয় আই অসম ধ্বনি হাতত হেংদাং লৈ ওলাই আহিল হাজাৰোধিক যুৱক। জামুগুৰিহাটত ১,৩০০ যুৱকে হেংদাং লৈ দিলে জয় আই অসম ধ্বনি। লাচিত দিৱসৰ দিনাই অসম বুক অৱ ৰেকৰ্ডছৰ বাবে হাজাৰোধিক যুৱকে প্ৰতিকী নাও লৈ নামিব ৰাজপথত৷
Assamese যৌতুকৰ বাবে পত্নীক হত্যা কৰা স্বামীক যাৱজীৱন কাৰাদণ্ডৰ শাস্তি বিহিলে আদালতে যৌতুকৰ বাবে পত্নীক হত্যা কৰা স্বামীক যাৱজীৱন কাৰাদণ্ডৰ শাস্তি বিহিলে আদালতে। কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে দিলে এই ৰায়। যৌতুকৰ বাবে পত্নীক হত্যা কৰা সুভাষ পালক শাস্তি প্ৰদান আদালতৰ। যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাও বিহে আদালতে।
Assamese পুনৰ বিতৰ্কত GMCH! চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ পুনৰ বিতৰ্কত গুৱাহাটী মেডিকেল কলেজ হস্পাতাল। আকৌ চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ। বৃক্ক সংৰোপণৰ পিছতে মৃত্যু হয় ৰঞ্জুমনি গগৈ নামৰ মহিলাগৰাকীৰ। পত্নীক বৃক্ক দান কৰা চাবুৱাৰ বিপুল গগৈ এতিয়াও চিকিৎসাধীন।
Assamese অনিশ্চয়তাত নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্প! অনিশ্চয়তাৰ মাজত সোমাই পৰিছে নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্প। দুটা ইউনিট ব্যৱহাৰ কৰি ৫০০ মেগাৱাট বিদ্যুৎ উত্পাদনৰ লক্ষ্যৰে চলোৱা পৰীক্ষাৰ মাজতে অঘটন। ভাঙি থাকিল টাৰ্বাইনৰ ৰ’টাৰৰ বিয়েৰিং, বিলম্বিত বিদ্যুৎ উত্পাদন।
Assamese লক্ষ্য ২০২৬! গাডী ৰক্ষাৰ কুচকাৱাজ আৰম্ভ বিজেপিৰ লক্ষ্য ২০২৬! গাডী ৰক্ষাৰ কুচকাৱাজ আৰম্ভ বিজেপিৰ। BTADৰ ১৫ আসনক লৈও ছিৰিয়াছ বিজেপি। নিৰ্বাচনী মন্ত্ৰনা লৈ গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ।
Assamese কাইলৈ টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ। কাইলৈৰ পৰা গুৱাহাটীত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট । আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ’ল টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিল। শুভমন গিলৰ অনুপস্থিতিত টীম ইণ্ডিয়াক নেতৃত্ব দিব ঋষভ পণ্টে।