Advertisment

বিজেপিয়ে ৰাজ্যৰ পিছপৰা মানুহক ঘৃণাৰ চকুৰে চাইঃ ৰাজেন গোহাঁইৰ বিস্ফোৰণ

'বিজেপিয়ে ৰাজ্যত চৰকাৰ বনাইছিল, কিন্তু আজি অধঃপতনৰ দিশে গৈ আছে'। 'ৰাজ্যৰ পিছপৰা মানুহক বিজেপিয়ে ঘৃণাৰ চকুৰে চাই'। 'কেতিয়া বিজেপিয়ে অসম আৰু অসমীয়াৰ সুৰক্ষাৰ কথা চিন্তা কৰিছে?'- মন্তব্য ৰাজেন গোহাঁইৰ।

অজাপত যোগদান কৰিয়েই বিজেপিৰ বিৰুদ্ধে বিস্ফোৰণ প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহাঁইৰ। 

Advertisment

'ৰাজ্যৰ পিছপৰা মানুহক বিজেপিয়ে ঘৃণাৰ চকুৰে চাই'

'বিজেপিয়ে ৰাজ্যত চৰকাৰ বনাইছিল, কিন্তু আজি অধঃপতনৰ দিশে গৈ আছে'

'ৰাজ্যৰ পিছপৰা মানুহক বিজেপিয়েভৰিৰ তলত থাকিব লাগিব বুলি ভাবে'

 'কেতিয়া বিজেপিয়ে অসম আৰু অসমীয়াৰ সুৰক্ষাৰ কথা চিন্তা কৰিছে?'

বিজেপিক কঠোৰ সমালোচনা ৰাজেন গোহাঁইৰ। 

Advertisment
Advertisment