Assameseমিঞাৰ ৰেচন কাৰ্ড, MBBS ডিগ্রী বাতিল কৰক, মিঞা খেদিবলৈ ACTION PLAN হিন্দুত্ববাদী নেতাৰমাত্ৰ দুটা মাহ। দুটা মাহৰ ভিতৰতেই অসমৰ পৰা খেদিব পৰা ষাব বাংলাদেশী মিঞাক। মিঞাক চিনাক্ত কৰিবলৈ কোনোধৰণৰ নথিপত্ৰ নালাগে। অসমৰ পৰা মিঞা খেদিবলৈ ACTION PLAN হিন্দুত্ববাদী নেতা ডাঃ প্ৰবীণ ভাই টোগাড়িয়াৰ। Mrinmoy Talukdar Jan 31, 2026 17:32 ISTFile Photoমিঞাৰ ৰেচন কাৰ্ড, MBBS ডিগ্রী বাতিল কৰক, মিঞা খেদিবলৈ ACTION PLAN হিন্দুত্ববাদী নেতাৰAdvertismentমাত্ৰ দুটা মাহ। দুটা মাহৰ ভিতৰতেই অসমৰ পৰা খেদিব পৰা ষাব বাংলাদেশী মিঞাক। মিঞাক চিনাক্ত কৰিবলৈ কোনোধৰণৰ নথিপত্ৰ নালাগে। অসমৰ পৰা মিঞা খেদিবলৈ ACTION PLAN হিন্দুত্ববাদী নেতা ডাঃ প্ৰবীণ ভাই টোগাড়িয়াৰ। Read More- SRৰ জৰিয়তে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা! বিৰোধীৰ প্ৰতিবাদত কঁপিল গুৱাহাটীকেইবাটাও কাৰ্যসূচীৰে অসমলৈ আহিছে হিন্দুত্ববাদী নেতা ডাঃ প্ৰবীণ ভাই টোগাড়িয়া। অসমত উপস্থিক হৈয়ে মিঞাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে হিন্দুত্ববাদী নেতাগৰাকী। কেৱল মিঞাৰ বিৰুদ্ধে আক্ৰমণাত্মক হোৱাই নহয়, মিঞাক অসমৰ পৰা খেদিবলৈ ACTION PLAN-ও দিলে নেতাগৰাকীয়ে। Read More- কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ নাও ডুবাটো নিশ্চিত- আজমলবজালীৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মিঞাক অসমৰ পৰা খেদিবলৈ ACTION PLAN দি প্ৰবীণ ভাই টোগাড়িয়াই ক'লে- সকলো মিঞাৰ ৰেচন কাৰ্ড শীঘ্ৰেই বাতিল কৰক। লগতে যিসকল মিঞাই MBBS ডিগ্রী লৈছে সেই মিঞা সকলৰ MBBS ডিগ্রীও বাতিল কৰিবলৈ ভাৰত চৰকাৰক আহ্বান প্ৰবীণ ভাই টোগাড়িয়াৰ। লগতে হিন্দুত্ববাদী নেতা গৰাকীয়ে ত'লে- মিঞাক চিনাক্ত কৰিবলৈ কোনোধৰণৰ নথিপত্ৰ নালাগে। কেৱল মাত্ৰ তেজ পৰীক্ষা কৰিয়েই চিনাক্ত কৰা হ'ব বাংলাদেশী মিঞাক। অসমৰ পৰা মিঞা খেদিবলৈ এইদৰে ACTION PLAN দিলে হিন্দুত্ববাদী নেতা ডাঃ প্ৰবীণ ভাই টোগাড়িয়াই। Read More- SRৰ টাৰ্গেট এতিয়া খিলঞ্জীয়া মুছলমান, দল সংগঠনৰ উত্তাল প্ৰতিবাদহিন্দুত্ববাদী নেতা গৰাকীৰ মতে, তেওঁ কোৱা কথাকেইটা অনুসৰণ কৰিলে মাত্ৰ ২ মাহৰ ভিতৰতে অসমৰ সকলো মিঞাক খেদিব পৰা যাব। আৰু যিসকল মিঞাই সত্ৰৰ ভূমি দখল কৰিছে সেই মিঞা সকলকো জে'লত ভৰাব লাগে বুলি মন্তব্য কৰে প্ৰবীণ ভাই টোগাড়িয়াই। লগতে অসমৰ মিঞা সমস্যা সন্দৰ্ভত সমগ্ৰ দেশবাসীক একত্ৰিত কৰিব বুলিও মন্তব্য কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে।AdvertismentAdvertisment Read the Next Article