AssameseSRৰ টাৰ্গেট এতিয়া খিলঞ্জীয়া মুছলমান, দল সংগঠনৰ উত্তাল প্ৰতিবাদপ্ৰব্ৰজনকাৰীৰ সলনি SRৰ ৰোষত খিলঞ্জীয়া! খিলঞ্জীয়া মুছলমান হৈ পৰিছে এতিয়া SRৰ প্ৰধান টাৰ্গেট। SRৰ বিতৰ্কই নিদ্ৰা হৰণ কৰিছে ৰাজ্যবাসীৰ। SRত নাম কৰ্তন মৰিগাঁৱৰ প্ৰায় ১৩ হাজাৰ খিলঞ্জীয়াৰ। SRৰ বিসংগতিক লৈ মৰিগাঁৱত ব্যাপক প্ৰতিক্ৰিয়া, উত্তাল প্ৰতিবাদ।Mrinmoy Talukdar Jan 28, 2026 14:23 ISTFile PhotoSRৰ টাৰ্গেট এতিয়া খিলঞ্জীয়া মুছলমান, দল সংগঠনৰ উত্তাল প্ৰতিবাদপ্ৰব্ৰজনকাৰীৰ সলনি SRৰ ৰোষত খিলঞ্জীয়া! খিলঞ্জীয়া মুছলমান হৈ পৰিছে এতিয়া SRৰ প্ৰধান টাৰ্গেট। SRৰ বিতৰ্কই নিদ্ৰা হৰণ কৰিছে ৰাজ্যবাসীৰ। SRত নাম কৰ্তন মৰিগাঁৱৰ প্ৰায় ১৩ হাজাৰ খিলঞ্জীয়াৰ। SRৰ বিসংগতিক লৈ মৰিগাঁৱত ব্যাপক প্ৰতিক্ৰিয়া, উত্তাল প্ৰতিবাদ।AdvertismentRead More- ভোটাৰ তালিকাৰ পৰা কিমান মিঞাৰ নাম কৰ্তন হ’ব ? মুখ্যমন্ত্ৰীয়ে দিলে হিচাপSRক লৈ ৰাজ্যজুৰি অব্যাহত আছে বিতৰ্ক আৰু প্ৰতিবাদ। SRৰ বিসংগতিক লৈ মৰিগাঁৱত ব্যাপক প্ৰতিক্ৰিয়া। সন্দেহজনক নাগৰিকেৰে ভৰপূৰ লাহৰীঘাট সমষ্টিত SRত অন্তৰ্ভুক্ত মাত্ৰ ৩০০ লোকৰ নাম। উত্তাল প্ৰতিবাদেৰে কেইবাটাও জাতীয় সংগঠনৰ হুংকাৰ- 'SRৰ বাবে এজনো খিলঞ্জীয়া লোকৰ নাম কৰ্তন হ'ব নোৱাৰিব। ভুৱা অভিযোগকাৰী সকলক চিনাক্ত কৰি কঠোৰতম শাস্তি দিব লাগে। এই চৰকাৰখনে খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত হাৰাশাস্তি কৰিছে'। Read More- ICCৰ ধমকত সুৰ সলালে পাকিস্তানে! ডুবিল বাংলাদেশ ক্ৰিকেটSRৰ বিতৰ্কই নিদ্ৰা হৰণ কৰিছে ৰাজ্যবাসীৰ। খিলঞ্জীয়া মুছলমান হৈ পৰিছে এতিয়া SRৰ প্ৰধান টাৰ্গেট। SRৰ বিতৰ্কই ৰাজ্যবাসীৰ নিদ্ৰা হৰণ কৰাৰ সময়তে মৰিগাঁৱত কৰ্তন ১৩ হাজাৰ খিলঞ্জীয়াৰ নাম। DY365ৰ মৰিগাঁৱৰ সাংবাদিক ফৰিদুদ ইউনুছৰো নাম কৰ্তন। খিলঞ্জীয়া মুছলমান হৈয়ো নিৰ্যাতনৰ সন্মুখীন হ'ল সাংবাদিকগৰাকী।Read More- প্ৰাইভেট স্কুলত অনুষ্ঠিত নহয় পৰীক্ষা, HSLC আৰু HS পৰীক্ষাৰ পূৰ্বে আহিল নতুন নিয়মSRৰ বিসংগতিক লৈ মৰিগাঁৱত দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰতিক্ৰিয়া। AJYCPৰ উত্তাল প্ৰতিবাদত কঁপিল মৰিগাঁও। প্ৰতিবাদত সহযোগ কলিতা জনগোষ্ঠী, গৰিয়া-মৰিয়া ছাত্ৰ সন্থাৰ। প্ৰতিবাদত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীৰ হুংকাৰ- SRৰ গইনা লৈ বিজেপি চৰকাৰখনে এটা সাংঘাটিক বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে। যাৰ বাবে আজি বিজেপি চৰকাৰৰ বিৰুদ্ধে খিলঞ্জীয়া লোকসকল ওলাই আহিছে। আমাৰ স্পষ্ট কথা SRৰ জৰিয়তে এজনো খিলঞ্জীয়া লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব নোৱাৰিব। লগতে ভুৱা অভিযোগকাৰীসকলৰ নাম ৰাজহুৱা কৰিব লাগে আৰু কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। SR নামত খিলঞ্জীয়াক হাৰাশাস্তি কৰা বিজেপি চৰকাৰখনৰ এই কাৰ্যক আমি গৰিহণা দিছো। Read More- প্ৰকৃত আঞ্চলিকতাবাদী আমি। লুৰিণে মিঞাৰ লগত কম্প্ৰমাইজ কৰিছে- মুখ্যমন্ত্ৰীAdvertismentAdvertisment Read the Next Article