গুৱাহাটী''মিঞা খেদক দেশ বচাওঁক'' উজনি অসমত ‘মিঞা’ৰ বিৰুদ্ধে তীব্ৰ আন্দোলন''মিঞা''ৰ বিৰুদ্ধে তীব্ৰ আন্দোলন উজনি অসমত। উজনি অসম তথা শিৱসাগৰত বাংলাদেশী ‘মিঞা’ৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসমীয়া যুৱ মঞ্চ আৰু জাতীয় সংগ্ৰামী সেনা নামৰ দুটাকৈ জাতীয় সংগঠন।DY365 Feb 02, 2026 17:11 IST''মিঞা'ৰ" বিৰুদ্ধে তীব্ৰ আন্দোলন উজনি অসমত। উজনি অসম তথা শিৱসাগৰত বাংলাদেশী ‘মিঞা’ৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসমীয়া যুৱমঞ্চ আৰু জাতীয় সংগ্ৰামী সেনা নামৰ দুটাকৈ জাতীয় সংগঠন।Advertisment"মিঞা খেদাওক দেশ বচাওঁক", "মিঞা খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক", আদি শ্লোগানেৰে হৰ্ডিং প্ৰস্তুত কৰি শিৱসাগৰ নগৰৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আঁৰি দিয়ে অসমীয়া যুৱ মঞ্চই।also read...ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে এতিয়াৰে পৰা আগতীয়াকৈ ল'ব পাৰিব দৰমহা !লগতে আৰু কয়, ''আমাক নতুন বৰ অসম নালাগে, আমাক চাওলুং চ্যুকাফা আৰু শ্ৰীমন্ত শংকৰদেৱৰ বৰ অসম লাগে বুলিও হুংকাৰ দিয়ে অসমীয়া যুৱ মঞ্চই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞাৰ বিৰুদ্ধে মন্তব্য কৰাৰ পাছতেই উজনি অসমত জাগ্ৰত হৈ উঠিছে দল-সংগঠন। ‘মিঞা’ৰ বিৰুদ্ধে সজাগ হোৱাৰ আহ্বানেৰে জাতীয় সংগ্ৰামী সেনা, অসমেও হৰ্ডিং লগাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দল-সংগঠনে বেনাৰ লগাই সাংবাদিকৰ আগত কয়, উজনি অসমত থকা মিঞাই অতি সোনকালে উজনি অসম এৰিব লাগে। "মিঞাক খেদক দেশ বচাওঁক", "বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ অসম, ইয়াত নহ'ব মিঞাৰ দখল" আদি শ্লোগান লিখা হৰ্ডিং শিৱসাগৰ নগৰৰ মাজমজিয়া আৰু শিৱসাগৰ বাইপাছত লগাই প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা, অসমে।also read... মিঞা নহয়, টাৰ্গেট মুছলমান! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান বিধায়কৰজাতীয় সংগ্ৰামী সেনা, অসমৰ সভাপতি চিতু বৰুৱাই ‘মিঞা’ বাংলাদেশী সকলক হুংকাৰ দি কয় - "আমি মিঞা মুক্ত অসম গঢ়িমেই, এই ক্ষেত্ৰত কোনোধৰণৰ আপোচ নহ'ব। এইখন অসম কেৱল মাত্ৰ অসমীয়াৰ, ইয়াত মিঞাৰ কোনো স্থান নাই। আগন্তুক সময়ত সমগ্ৰ ৰাজ্যজুৰি মিঞাৰ বিৰুদ্ধে এনেদৰেই প্ৰতিবাদ কৰাৰ লগতে মিঞাৰ বিৰুদ্ধে ৰাজ্যবাসীক সজাগ কৰি যাব বুলিও কয় সংগঠন কেইটাই।AdvertismentAdvertisment Read the Next Article