Advertisment

গুৱাহাটী

thumb
Assamese

জুবিন মানৱদৰদী আছিল, তেওঁ সঁচাই কাঞ্চনজংঘাঃ ৰাহুল গান্ধী

'জুবিন গাৰ্গে কৈছিল তেওঁ কাঞ্চনজংঘা, সঁচাই তেওঁৰ গাত কাঞ্চনজংঘাৰ গুণ আছে'। 'জুবিন গাৰ্গৰ মৃত্যু সমগ্ৰ অসমৰ বাবে অপুৰণীয় ক্ষতি'। গৰিমা শইকীয়া গাৰ্গক সাক্ষাতৰ অন্তত ৰাহুল গান্ধীৰ এই মন্তব্য।
2 Min read
Thumb
Assamese

নাহৰৰ পুলিৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব ৰাহুল গান্ধীয়ে

আজি অসমলৈ আহিব লোকসভাৰ বিৰোধী দলপতি, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। প্ৰাণৰ শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু, হাৰ্ট'থ্ৰৱ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমলৈ আহিব কংগ্ৰেছ নেতাগৰাকী। 
2 Min read
Thumb
Assamese

ৰঙাঘৰৰ আলহী শেখৰজ্যোতি , অমৃতপ্ৰভা

ৰঙাঘৰৰ আলহী হ’ল শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত। শেখৰজ্যোতি, অমৃতপ্ৰভাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ। দুয়োৰে পৰৱৰ্তী ঠিকনা কি হ'ব ইয়াকে লৈ এতিয়া চলিছে চৰ্চা। 
2 Min read
tHUMB
Assamese

‘একো বুজা নাই, ইমান ৰহস্য অথচ...। সামাজিক মাধ্যমত কি লিখিলে গৰিমাই

প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন আজি ২৭টা দিন। এতিয়া ন্যায়ৰ অপেক্ষাত সমগ্ৰ ৰাজ্য়বাসী। ৰাজ্যবাসীৰ মুখত মাথোঁ এটাই কথা #JusticeForZubeenGarg। তাৰ মাজতেই পত্নী গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত পুনৰ আৱেগিক পোষ্ট। 
2 Min read
THUMB
Assamese

সলনি হ'ল ঠিকনা। নতুন কাৰাগাৰৰ আলহী শ্যামকানু, সিদ্ধাৰ্থ...

সলনি হ'ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহতৰ ঠিকনা। আজিৰে পৰা বাক্সা জিলা কাৰাগাৰৰ আলহী শ্যামকানু মহন্ত , সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। ইজনকে।  
2 Min read
THUMB
Assamese

SITয়ে মাতিছে বিশিষ্ট ব্যক্তিক। কিন্তু চলন্ত তদন্ত প্ৰক্ৰিয়াত বাধা দিলে বিশিষ্ট ব্য়ক্তি হ'ব নেকি দোষী? কি কয় আইনে?

বিশিষ্ট ব্যক্তিক SITয়ে মাতি আলোচনা কৰিলে তদন্তত বাধা হ'ব নেকি? আইন মতে এটা চলন্ত গোচৰ বা তদন্ত প্ৰক্ৰিয়াত কোনোৱে যদি বাধা দিয়ে তেন্তে কোন কিমান দোষী হ'ব? DY365ৰ পৰিচালন সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক কুমুদ দাসৰ দৃষ্টিত SITৰ আমন্ত্ৰণক লৈ কিছু আলোকপাত।
1 Min read
THUMB
Assamese

মোৰ ঠাইত আইনী আৰু চিকিৎসা বিশেষজ্ঞক বৈঠকলৈ মাতকঃ অনুৰাধা শৰ্মা পূজাৰী

SITৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে। সামাজিক মাধ্যমত প'ষ্ট কৰি সাহিত্যিকগৰাকীয়ে SITক জনালে আহ্বান। 'মোৰ স্থানত আইনী আৰু চিকিৎসাৰ বিষয়ে জ্ঞান থকা বিশেষজ্ঞক বৈঠকলৈ আমন্ত্ৰণ কৰা হ'লেহে তদন্ত প্ৰক্ৰিয়াত উপযুক্ত মতামত দিব পাৰিলেহেঁতেন'।
2 Min read
munnaprasad gupta
Assamese

জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপ'ৰ্ট ৰাজহুৱা কৰা হ’ব বুলি ভুৱা প্ৰচাৰ চলাইছে একাংশইঃ SDGP মুন্নাপ্ৰসাদ গুপ্তা

জুবিনৰ মৰণোত্তৰ, ভিছেৰা ৰিপ'ৰ্ট একাংশই কাইলৈ ৪ বজাত ৰাজহুৱা কৰা হ’ব বুলি ভুৱা প্ৰচাৰ চলাইছে বুলি মন্তব্য SDGP গুপ্তাৰ। জুবিনৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰতাৰে চলিছে বুলিও মন্তব্য মুন্নাপ্ৰসাদ গুপ্তাৰ।
2 Min read
Thumb
Assamese

কালি গোটেই ৰাতি বৌয়ে কান্দি আছে...

CIDৰ কাৰ্যালয়ত জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ। চিআইডিয়ে ভাষ্য গ্রহণ কৰিলে অৰুণ গাৰ্গৰ। CIDৰ কাৰ্যালয়ত হাজিৰ হৈ  অৰুণ গাৰ্গে ক'লে- কালি গোটেই ৰাতি বৌয়ে কান্দি আছে, মোক এতিয়া কেৱল দাদাৰ ন্যায় লাগে।
2 Min read
Thumb
Assamese

জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি নকৰিব

কংগ্ৰেছ দলৰ হাতত কোনো ইচ্ছু নাই। প্ৰতিটো নিৰ্বাচনত শূণ্য হৈ আহিছে কংগ্ৰেছ দল। কংগ্ৰেছলৈ কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাঘেৰিটাৰ আহ্বান-জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি নকৰিব। 
2 Min read
Advertisment