Advertisment

ধৰা পৰিল হিমন্ত-আজমলৰ গোপন মিতিৰালি, সৰৱ সাংসদ ৰকিবুল হুছেইন

নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে যে মানুহ বহু তললৈ নামিব পাৰে তাৰ জলন্ত উদাহৰণ হিমন্ত বিশ্ব শৰ্মা। এইবাৰৰ ৰাজ্যসভা নিৰ্বাচনত বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ গোপন মিতিৰালি হাতে-লোটে ধৰা পৰিল। সৰৱ সাংসদ ৰকিবুল হুছেইন। 

 File Photo
File Photo

ধৰা পৰিল হিমন্ত-আজমলৰ গোপন মিতিৰালি, সৰৱ সাংসদ ৰকিবুল হুছেইন

নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে যে মানুহ বহু তললৈ নামিব পাৰে তাৰ জলন্ত উদাহৰণ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত গোপন বুজাবুজি আছিল। কিন্তু এইবাৰৰ ৰাজ্যসভা নিৰ্বাচনত বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ গোপন মিতিৰালি হাতে-লোটে ধৰা পৰিল। সৰৱ সাংসদ ৰকিবুল হুছেইন। 

Advertisment

Read More- ৰাজ্যসভালৈ নীতিশ কুমাৰ, দুটা দশকৰ পাছত বিহাৰে পাব নতুন মুখ্য়মন্ত্ৰী!

হিমন্ত বিশ্ব শৰ্মাই মানুহক মানুহ বুলি নাভাবে। নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে যে মানুহ বহু তললৈ নামিব পাৰে তাৰ জলন্ত উদাহৰণ হিমন্ত বিশ্ব শৰ্মা।  আমি বহু আগৰে পৰা কৈ আছিলো হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ গোপন বুজাবুজি আছে। ৰাজ্যসভাৰ নিৰ্বাচনত AIUDFৰ বিধায়কে NDA মিত্ৰজোঁটক সমৰ্থন কৰাৰ লগে লগেই এই কথা পুনৰবাৰ প্ৰমাণিত হ'ল।

Read More- খহনীয়া! AIUDF দল ত্যাগ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ

ইমানদিনেই সকলোৱে হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ গোপন মিতিৰালি খকা বুলি সন্দেহ কৰিছিল। কিন্তু এতিয়া তেওলোকৰ মিতিৰালি হাতে-লোটে ধৰা পৰিল। আৰু আজিৰে পৰা তেওঁলোকে গোপন মিতিৰালি কৰিব নালাগে। কাৰণ আজিৰে পৰা NDA মিত্ৰজোঁটত অন্তৰ্ভূক্ত হ'ল বদৰুদ্দিন আজমলৰ AIUDF।

Advertisment

Read More- গেৰুৱা হ’লেও বসন্ত, শশীকান্ত আৰু কমলাক্ষৰ টিকটৰ নাই নিশ্চয়তা!

হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ এই গোপন মিতিৰালিয়ে প্ৰভাৱ পেলাব '২৬ৰ নিৰ্বাচনত। যিসকল প্ৰকৃত বিজেপি কৰ্মী আছে আৰু যিসকলে আজমলৰ বিৰোধিতা কৰে তেওলোকে বিজেপি এৰি কংগ্ৰেছলৈ আহক। AIUDF দলে আমাকো সুধিছিল যে ৰাজ্যসভা নিৰ্বাচনত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম নেকি? তেতিয়া আমি উত্তৰ দিছিলো যে, AIUDFৰ সমৰ্থনত আমি ৰাজ্যসভালৈ প্ৰাৰ্থী নপঠিয়াও। কাৰণ এই মুহুৰ্ত্তত AIUDFৰ লগত কোনোবাই মিত্ৰতা নকৰিলে অসমৰ ৰাইজে বিষয়টো সহজভাৱে নল'ব। এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ।

Advertisment
Advertisment