Assamese'হিন্দু মানুহ কংগ্ৰেছত নাথাকে'! 'কংগ্ৰেছত থকা ১০ জন মানুহৰ ৮ জনেই মিঞা'ৰাজীৱ ভৱনত আজিকালি নাথাকে হিন্দু মানুহ। ৰাজীৱ ভৱনত থকা ১০ জন মানুহৰ ভিতৰত ৮ জনেই মিঞা। গতিকে ৮ জন মিঞাৰ মাজত ২ জন হিন্দু কেনেকৈ থাকিব। সেয়ে কংগ্ৰেছত থকা প্ৰতিজন হিন্দু আহিব বিজেপিলৈ। Mrinmoy Talukdar Feb 23, 2026 17:52 ISTFile Photo'হিন্দু মানুহ কংগ্ৰেছত নাথাকে'! 'কংগ্ৰেছত থকা ১০ জন মানুহৰ ৮ জনেই মিঞা'ৰাজীৱ ভৱনত আজিকালি নাথাকে হিন্দু মানুহ। ৰাজীৱ ভৱনত থকা ১০ জন মানুহৰ ভিতৰত ৮ জনেই মিঞা। গতিকে ৮ জন মিঞাৰ মাজত ২ জন হিন্দু কেনেকৈ থাকিব। সেয়ে কংগ্ৰেছত থকা প্ৰতিজন হিন্দু আহিব বিজেপিলৈ। AdvertismentRead More- আঁকোৰগোজ অখিল-গৌৰৱ! অখিলৰ প্ৰশ্ন- কংগ্ৰেছক কোনে ভোট দিব?পুনৰ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ দলক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে ক'লে- 'কংগ্ৰেছ হৈছে আজিকালি মিঞাৰ দল। ৰাজীৱ ভৱনত বহি থকা ১০ জনৰ মানুহৰ ভিতৰত ৮ জনেই মিঞা। কংগ্ৰেছ দলৰ অৱস্থা এনেকুৱা হৈছে যে দুদিন পাছত সাংবাদিক সকলেও ৰাজীৱ ভৱনত চাহ নাখাব'। লগতে সাংবাদিক পৰামৰ্শ দি মুখ্যমন্ত্ৰীয়ে ক'লে- 'ৰাজীৱ ভৱনত মাংস-ভাত দিলে আপোনালোকেও নাখাব'। আনহাতে কংগ্ৰেছৰ ভিতৰুৱা খবৰ দি মুখ্যমন্ত্ৰীয়ে ক'লে- 'প্ৰিয়ংকা গান্ধী অসমলৈ অহাৰ দিনাখন ৰাতিখন বাতৰি সংগ্ৰহ কৰিবলৈ ৰৈ থকা সংবাদ কৰ্মী সকলক কোনে চাহ খুৱাব ইয়াক লৈও কংগ্ৰেছী সকলৰ মাজত কাজিয়া হৈছে'।Read More- 'আমাৰ ল'ৰাটোক এনেদৰে ৰখাত বৰ কষ্ট পাইছো'। জুবিনক্ষেত্ৰলৈ আহি ক্ষোভ অনুৰাগীৰমুখ্যমন্ত্ৰীৰ মন্তব্য- 'কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পাছতেই আৰু বহু নেতা বিজেপিলৈ আহিব। কিন্তু বিজেপিলৈ আহিলেও আমি তেওঁলোকক টিকট দিব নোৱাৰো'। কিন্তু টিকট দিব নোৱাৰিলেও হিন্দু কংগ্ৰেছী সকল বিজেপিলৈ আহিবই। কাৰণ কংগ্ৰেছ এতিয়া মিঞাৰ দল আৰু কংগ্ৰেছৰ দৰে এটা মিঞাৰ দলত কোনো হিন্দু মানুহ নাথাকে'।AdvertismentRead More- 'ইতিহাস হ'বলৈ গৈ আছে ভূপেন বৰা', সৰৱ মীৰা বৰঠাকুৰAdvertismentAdvertisment Read the Next Article