Assameseবৃহত্ গণবিক্ষোভ! ৰাজপথলৈ লাখ লাখ জনতাশাসন ব্যৱস্থাৰ বিৰুদ্ধে ৰাজপথত বৃহত্ গণবিক্ষোভ। ধৰ্মীয় গোড়া শাসন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে ইৰান। ইৰানৰ চহৰে-নগৰে ওলাই আহিছে লাখ লাখ প্ৰতিবাদী লোক। তেহৰানকে ধৰি বিভিন্ন চহৰত অভাৱনীয় পৰিস্থিতি। Mrinmoy Talukdar Dec 30, 2025 14:00 ISTFile Photoবৃহত্ গণবিক্ষোভ! ৰাজপথলৈ লাখ লাখ জনতাশাসন ব্যৱস্থাৰ বিৰুদ্ধে ৰাজপথত বৃহত্ গণবিক্ষোভ। ধৰ্মীয় গোড়া শাসন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে ইৰান। ইৰানৰ চহৰে-নগৰে ওলাই আহিছে লাখ লাখ প্ৰতিবাদী লোক। তেহৰানকে ধৰি বিভিন্ন চহৰত অভাৱনীয় পৰিস্থিতি। AdvertismentRead More- প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, জীয়াই থকাৰ যুঁজ-মুখ্যমন্ত্ৰীশাসন ব্যৱস্থাৰ বিৰুদ্ধে জাগ্ৰত হৈ উঠিছে ইৰানৰ জনসাধাৰণ। ইৰানৰ ৰাজপথত শাসন ব্যৱস্থাৰ বিৰুদ্ধে দেখিবলৈ পোৱা গৈছে বৃহত্ গণবিক্ষোভ। ধৰ্মীয় শাসন ব্যৱস্থা ওফৰাই ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবী প্ৰতিবাদী জনতাৰ। Read More- ১ জানুৱাৰীৰ পৰা সলনি হ’ব বহুকেইটা নিয়মইৰানৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে ৰাজপথৰ পৰা আৰম্ভ কৰি শ্বপিং মললৈকে সকলোতে প্ৰতিবাদ চলিছে। প্ৰশাসনে প্ৰতিবাদকাৰী সকলৰ ওপৰত কন্দুৱা গেছ আৰু ৰবৰৰ গুলী নিক্ষেপ কৰি প্ৰতিবাদ ৰোধ সকৰিবলৈ চেষ্টা কৰিছে যদিও পিছুৱাই অহা নাই প্ৰতিবাদকাৰী। কিন্তু প্ৰশ্ন উত্থাপন হৈছে ইৰাণৰ জনসাধাৰণ হঠাতে কিয় ইমান আক্ৰমণাত্মক হৈ পৰিছে? কিয় হঠাতে সৰ্বোচ্চ নেতাৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদৰ সূত্ৰপাত ঘটিছে?Read More- ভোটাৰ তালিকাত ভুল আছে নেকি আপোনাৰো?উল্লেখ্য যে শেহতীয়াকৈ যুদ্ধৰ পৰিৱেশৰ মাজত ভাগি গৈছে ইৰানৰ অৰ্থব্যৱস্থা। ১ ডলাৰৰ বিপৰীতে ইৰানী মুদ্ৰাৰ দৰ উঠিছে ১ লাখ ২০ হাজাৰলৈ। ইৰানৰ আৰ্থিক মন্দাৱস্থাত অতিষ্ঠ হৈ এতিয়া জনতাৰ ক্ষোভৰ বহিঃপ্ৰকাশ হৈছে। যাৰ বাবে ইৰানৰ চহৰে-নগৰে ওলাই আহিল লাখ লাখ প্ৰতিবাদী লোক। আৰু প্ৰতিবাদকাৰী সকলে এতিয়া ধৰ্মীয় শাসন ব্যৱস্থা ওফৰাই ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবী কৰিছে।Read More- যুঁজখন দুৰ্বল কৰাৰ চেষ্টা! অসমত শংকৰ-মাধৱ আছে, আজান নাইAdvertismentAdvertisment Read the Next Article