Assamese বাংলাদেশলৈ পঠিয়াই দিয়া সোণালী খাতুনক উভতাই আনিব লাগিব ভাৰতলৈ বিদেশী বুলি বাংলাদেশলৈ পঠিয়াই দিয়া সোণালী খাতুন উভতিব ভাৰতলৈ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ নিৰ্দেশনা । তদন্ত নকৰাকৈ সোণালী খাতুনক বাংলাদেশলৈ প্ৰেৰণ কৰাৰ অভিযোগ।
Assamese ৰাঁচীৰ ২২ গজত 'ৰো-কো'ৰ অভিলেখ। ভংগ হ'ল শচীন- আফ্ৰিদীৰ ৰেকৰ্ড। ভাৰতীয় ক্ৰিকেটৰ ৰাজহাড় ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ২২ গজৰ ভৱিষ্যতক লৈ চৰ্চা চলিছে। কিন্তু প্ৰতিবাৰেই সমালোচকক বেটেৰে শক্তিশালী প্ৰত্যুত্তৰ দিছে দুয়োগৰাকীয়ে। ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াতো ঐতিহাসিক অভিলেখ গঢ়িলে দুই তাৰকা ক্ৰিকেটাৰে।
Assamese টেষ্ট ক্ৰিকেটলৈ উভতিব বিৰাট কোহলী! টেষ্ট ক্ৰিকেটলৈ ঘূৰি আহিব নেকি বিৰাট কোহলী? শেহতীয়াকৈ টেষ্ট ফৰ্মেটত টীম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনৰ পাছতেই বিৰাট কোহলীক লৈ চলিছে বিশেষ চৰ্চা। কিন্তু অৱসৰ প্ৰত্যাহাৰ সন্দৰ্ভত মুকলিকৈ কৈছে বিৰাট কোহলীয়ে।
Assamese চিকিৎসালয়ৰ কোঠাত প্ৰেয়সীৰে নাচি অপসাৰিত চিকিৎসক ! চিকিৎসালয়ৰ কোঠাত প্ৰেয়সীৰে হিন্দী গীতৰ তালত নাচি অৱশেষত অপসাৰিত হ’ল এজন চৰকাৰী চিকিৎসক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দায়িত্বৰ পৰা অপসাৰিত হ’ল ৱাকাৰ ছিদ্দিকী নামৰ চিকিৎসক। উত্তৰপ্ৰদেশত এখন চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা।
Assamese হিন্দু থাকিলেহে পৃথিৱীৰ অস্তিত্ব থাকিব -মোহন ভাগৱত "হিন্দু নাথাকিলে নাথাকিব পৃথিৱীৰ অস্তিত্ব..."। " ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কাৰো বিৰোধী নহয়"। সমাজক একত্ৰিত কৰিবলৈ গঠন কৰা হৈছে RSS। মণিপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ ডাঙৰ বক্তব্য
Assamese ভাৰতক অশান্ত কৰিবলৈ ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট ভাৰতক অশান্ত কৰিবলৈ পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট। লুধিয়ানাত আৰক্ষীৰ এনকাউণ্টাৰত ধৰাশায়ী হ'ল ISI সমৰ্থিত দুটাকৈ সন্ত্ৰাসবাদী । ধনৰ টোপ দি একাংশ হিন্দু লোককো চোৰাংচোৱাৰূপে ব্যৱহাৰ কৰিছে ISIয়ে।
Assamese ফাৰ্মাচীলৈ গলেই এতিয়াৰে পৰা নাপাব কফ চিৰাপ! কফ চিৰাপক লৈ কঠোৰ সিদ্ধান্ত ল'ব কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰে পৰা প্ৰেচক্ৰিপশ্যন অবিহনে আপুনি ক্ৰয় কৰিব নোৱাৰিব কফ চিৰাপ! শেহতীয়াকৈ মধ্যপ্ৰদেশত কেইবাজনো শিশু মৃত্যুমুখত পৰাৰ পাছতে এই কঠোৰ সিদ্ধান্ত লোৱাৰ দিশে কেন্দ্ৰীয় চৰকাৰ।
Assamese আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। PMKISANৰ ২১নং কিস্তিৰ ধনক লৈ বিগ আপডেট। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। হিতাধিকাৰী তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব ২,০০০কৈ টকা। গতিকে PMKISANৰ হিতাধিকাৰী তালিকাত আপোনাৰ নাম আছেনে নাই, কেনেকৈ চাব আপুনি?
Assamese ক’ৰ্পৰেট গোষ্ঠীৰ হাতলৈ যাব ৰাজ্যৰ বিদ্যুত্ বিতৰণ ব্যৱস্থা! বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৰাজনৈতিক এজেণ্ডাত আৰু এটা জনবিৰোধী সংযোজন। এটা জাতি, এটা ধৰ্ম, এটা ভাষা, এটা নিৰ্বাচন, এটা কৰৰ লগত এইবাৰ এক বিদ্যুত্ নীতি। মোদী চৰকাৰে প্ৰস্তুত কৰিছে বিদ্যুত্ সংশোধনী বিধেয়ক ২০২৫ৰ খচৰা।
LiveAssamese বিহাৰত ধূলিসাৎ বিৰোধী, চলিল কেৱল নীতিশ-মোদী মেজিক... বিহাৰত বিৰোধীয়ে চৰকাৰ গঠন কৰাৰ সপোন ধূলিসাৎ। বিহাৰৰ ২৪৩ আসনৰ সৰ্বাধিক আসনতে জয় NDA মিত্ৰজোঁটৰ। বিহাৰত পুনৰ নীতিশ কুমাৰৰ মেজিকে শেষ কৰিলে বিৰোধীক। কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে মাৰিলে শেষ হাঁহি?