Assamese'নিযুত মইনা'ৰ পাছত আহি আছে 'বাবু আঁচনি'১ জানুৱাৰীৰ পৰা আহি আছে ‘বাবু আঁচনি’। নিযুত মইনা আঁচনিৰ পাছত এইবাৰ চৰকাৰে আৰম্ভ কৰিব 'বাবু আঁচনি'। ল’ৰা-ছোৱালী উভয় পক্ষকে সমানে গুৰুত্ব দিবলৈ এই পদক্ষেপ মুখ্যমন্ত্ৰীৰ।Mrinmoy Talukdar Nov 23, 2025 14:39 ISTFilephoto'নিযুত মইনা'ৰ পাছত আহি আছে 'বাবু আঁচনি'১ জানুৱাৰীৰ পৰা আহি আছে ‘বাবু আঁচনি’। নিযুত মইনা আঁচনিৰ পাছত এইবাৰ চৰকাৰে আৰম্ভ কৰিব 'বাবু আঁচনি'। ল’ৰা-ছোৱালী উভয় পক্ষকে সমানে গুৰুত্ব দিবলৈ এই পদক্ষেপ মুখ্যমন্ত্ৰীৰ। AdvertismentRead More- মিঞাসকলক কষ্ট দি থাকিব লাগিব- মুখ্যমন্ত্ৰীবঙাইগাৱৰ অভয়াপুৰীত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলেজীয়া লৰাসকলৰ বাবে ঘোষণা কৰিলে এখন নতুন আঁচনি। 'নিযুত মইনা আঁচনি' সফলভাৱে ৰূপায়ন হৈ থকাৰ মাজতে এইবাৰ লৰাসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে 'বাবু আঁচনি'। অভয়াপুৰীত মুখ্যমন্ত্ৰীয়ে ক'লে- 'নিযুত মইনা আঁচনি' সফলভাৱে আগবাঢ়ি গৈ আছে। এতিয়া ল’ৰা-ছোৱালী দুয়ো পক্ষক সমান গুৰত্ব দিয়া উচিত। সেয়েহে ১ জানুৱাৰীৰ পৰা আমি ‘বাবু আঁচনি’ আৰম্ভ কৰিম।Read More- বৰ্ষাপাৰত জুবিন গাৰ্গৰ ন্যায়ৰ বিচাৰিলে অনুৰাগীয়ে মুখ্যমন্ত্ৰীয়ে কয়, - মোক লৰাসকলে লগ পালে কয় যে, মামা ছোৱালী সকলক মইনা আঁচনি দিলে। এতিয়া লৰাসকলক 'বাবু আঁচনি' দিয়ক। সেয়ে মই ১ জানুৱাৰীৰ পৰা লৰা সকলক 'বাবু আঁচনি' দিম। বাবু সকলৰ বাবে কি কৰিব পাৰো তাকেই চিন্তা কৰি আছো। কিবা এটা কৰিব লাগিব, নহলে বাবু সকলে মনত অলপ বেয়া পাই আছে। Read More-বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত পুনৰ প্ৰতিবাদলগতে মুখ্যমন্ত্ৰীয়ে কয়, জ্যেষ্ঠ সকলো মোক লগ পালে কয় য়ে বৃদ্ধ পেঞ্চনৰ ধন অলপ বঢ়াই দিব লাগে। গতিকে দুই এদিনতে মই বৃদ্ধ পেঞ্চনৰ ধনো বৃদ্ধি কৰিম। AdvertismentAdvertisment Read the Next Article