Assameseৰিয়ানলৈ নতুন দায়িত্ব, IPL ২০২৬ত RRক নেতৃত্ব দিব ৰিয়ানেৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্বত অসম সন্তান ৰিয়ান পৰাগ। ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক ঘোষণা। সঞ্জু ছেমচন চেন্নাই ছুপাৰ কিংছলৈ যোৱাৰ পাছতে ৰিয়ানলৈ অধিনায়কৰ দায়িত্ব। Mrinmoy Talukdar Feb 13, 2026 17:46 ISTFile Photoৰিয়ানলৈ নতুন দায়িত্ব, IPL ২০২৬ত RRক নেতৃত্ব দিব ৰিয়ানেৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্বত অসম সন্তান ৰিয়ান পৰাগ। ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক ঘোষণা। সঞ্জু ছেমচন চেন্নাই ছুপাৰ কিংছলৈ যোৱাৰ পাছতে ৰিয়ানলৈ অধিনায়কৰ দায়িত্ব। AdvertismentRead More- আকৌ ইউ টাৰ্ণ পাকিস্তানৰ , ১৫ ফেব্ৰুৱাৰীত সমুখসমৰত ভাৰত-পাকিস্তানৰাজস্থান ৰয়েলছে পালে নতুন অধিনায়ক। বিগত ৭টাকৈ চিজনে ৰাজস্থান ৰয়েলছৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ ৰিয়ান পৰাগক এতিয়া দলটোৰ অধিনায়ক নিযুক্তি দিয়া হৈছে। কিছু সময় পূৰ্বে এক্স হেণ্ডেলযোগে এই ঘোষণা কৰিছে ফ্ৰেঞ্চাইজীটোৱে। Read More- ভাৰতৰ বিৰুদ্ধে মেচ খেলিবলৈ সাজু পাকিস্তান! কিন্তু ৰাখিলে ৩টাকৈ চৰ্তAdvertismentৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক ঘোষণা। উল্লেখ্য যে ৰাজস্থান ৰয়েলছৰ প্ৰাক্তন অধিনায়ক সঞ্জু ছেমচন চেন্নাই ছুপাৰ কিংছলৈ যোৱাৰ পাছতে ৰিয়ানলৈ নতুন দায়িত্ব। আনহাতে বিগত ছিজনত সঞ্জু ছেমচন আঘাতপ্ৰাপ্ত হোৱাত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিছিল ৰিয়ান পৰাগে। এই পৰ্যন্ত আই পি এলত ৰিয়ান পৰাগে ৮৪খন খেল খেলিছে। ৮৪খন খেলত ১৫৬৬ ৰান সংগ্ৰহ কৰাৰ লগতে দখল কৰিছে ৭টাকৈ উইকেট। Read More- 'মোৰ লগত ধেমালি নকৰিবা' কিয় সূৰ্যকুমাৰ যাদৱক এনেদৰে কৈছিল মহম্মদ ছিৰাজে?আই পি এল ২০২৬ৰ পূৰ্বে পূৰ্ণকালীন অধিনায়ক হিচাপে নিযুক্তি লাভ কৰা ৰিয়ান পৰাগ হ'ল ৰাজস্থান ৰয়েলছৰ সপ্তমগৰাকী অধিনায়ক। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ হৈ অধিনায়কত্ব কৰিছিল শ্বেন ৱাৰ্ণ, ৰাহুল দ্ৰাবিড়, ষ্টিভ স্মিথ, অজিংক্য ৰাহানে, আৰু সঞ্জু চেমছনে।AdvertismentRead More- ICCৰ ধমকত সুৰ সলালে পাকিস্তানে! ডুবিল বাংলাদেশ ক্ৰিকেটপ্ৰতিবেদন অনুসৰি, ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক ঘোষণাৰ পূৰ্বে দলটোৰ মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাই একাধিক ক্ৰিকেটাৰৰ সাক্ষাৎকাৰ লৈছিল। আৰু অধিকাংশ ক্ৰিকেটাৰে ৰিয়ানক অধিনায়ক হিচাপে বিচাৰিছিল যাৰ বাবে এতিয়া ৰিয়ান পৰাগক দলটোৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। Read More AdvertismentAdvertisment Read the Next Article