Assameseআলোচনা চলি আছে, মিত্ৰতা হ'বই, বিৰোধী ঐক্যক লৈ প্ৰতিক্ৰিয়া মীৰা বৰঠাকুৰৰ'ৰাইজৰ দল আৰু অন্য বিৰোধী দলৰ সৈতে আমাৰ আলোচনা চলি আছে, মিত্ৰতা হ'বই'। 'অখিল গগৈ আৰু গৌৰৱ গগৈয়েও মিত্ৰতাক লৈ কথা পাতি আছে'। আমি, লুৰীণজ্যোতি গগৈ, অখিল গগৈ সকলো মিলি থাকিম'- মীৰা বৰঠাকুৰ।Mrinmoy Talukdar Mar 04, 2026 20:36 ISTআলোচনা চলি আছে, মিত্ৰতা হ'বই, বিৰোধী ঐক্যক লৈ প্ৰতিক্ৰিয়া মীৰা বৰঠাকুৰৰAdvertisment'ৰাইজৰ দল আৰু অন্য বিৰোধী দলৰ সৈতে আমাৰ আলোচনা চলি আছে, মিত্ৰতা হ'বই'। 'অখিল গগৈ আৰু গৌৰৱ গগৈয়েও মিত্ৰতাক লৈ কথা পাতি আছে'। 'আমি বিশ্বাস কৰোঁ মিত্ৰজোঁটত আমি, লুৰীণজ্যোতি গগৈ, অখিল গগৈ সকলো মিলি থাকিম'- মীৰা বৰঠাকুৰ।Read More- পৰিস্থিতি কিছু জটিল, দলৰ মানুহখিনিও অসন্তুষ্ট', 'আশাকৰো কংগ্ৰেছে কথাবোৰ বুজিব'ইতিমধ্যে কেইবাটাও দলৰ সৈতে আমাৰ মিত্ৰতা চূড়ান্ত হৈছে। দুই এদিনতে এই দলসমূহে নিজৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব। ৰাইজৰ দলৰ সৈতেও আমাৰ কথা-বতৰা চলি আছে। আমাৰ দলৰ সভাপতিয়ে অখিল গগৈৰ সৈতে আসনক লৈ পুনৰ আলোচনাত বহিব।AdvertismentRead More- প্ৰথমে পিতৃ-পুত্ৰৰ প্ৰচণ্ড কাজিয়া, তাৰ পাছতেই পিতৃক গুলীয়াই..., ভয়ংকৰ হত্যাকাণ্ডক লৈ দেশজুৰি চাঞ্চল্য কংগ্ৰেছ এটা ৰাজনীতি কৰিব পৰা গ'ল। কংগ্ৰেছে যি সিদ্ধান্ত লয় ভালেই ল'ব। গৌৰৱ গগৈয়ে সুস্থ চিন্তাৰে এক দীৰ্ঘম্যাদী সিদ্ধান্ত ল'ব। মোৰ বিশ্বাস লুৰীণজ্যোতি গগৈ, অখিল গগৈৰ সৈতে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম। আমাৰ সৈতে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলা সকলো দলৰে সহযোগত এইবাৰ আমি গৌৰৱ গগৈক দিছপুৰত মুখ্যমন্ত্ৰীৰ আসনত বহুৱাম।Read More- 'বিনামূলীয়া টিকাকৰণ অভিযান', ছাৰ্ভাইকেল কেন্সাৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপAdvertismentঅখিল গগৈৰ সম্পৰ্ক মোৰ সৈতে ভাতৃ-ভগ্নীৰ। মোৰ বিশ্বাস অখিল গগৈয়ে আমাৰ সৈতে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিব। আনহাতে অখিল গগৈ আৰু গৌৰৱ গগৈৰ মাজতো কথা-বতৰা চলি আছে। গতিকে মই বিশ্বাস কৰো আমাৰ মাজত মিত্ৰতা হ'বই। Read More AdvertismentAdvertisment Read the Next Article