Advertisment

এইবাৰ অখিল গগৈয়ে ঘোষণা কৰিলে শৰাইঘাটৰ শেষ ৰণ!

এইবাৰ অখিল গগৈয়ে ঘোষণা কৰিলে শৰাইঘাটৰ শেষ ৰণ! বিজেপি আৰু RSSক মোগল আখ্যা দি শৰাইঘাটৰ ৰণত নামিব বিধায়ক অখিল।‘বিজেপি আৰু RSSক খেদিবলৈ হ’ব শৰাইঘাটৰ শেষ ৰণ’। বিজেপি আৰু RSSক মীৰজুমলাৰ লগত তুলনা অখিল গগৈৰ।

এইবাৰ অখিল গগৈয়ে ঘোষণা কৰিলে শৰাইঘাটৰ শেষ ৰণ!  বিজেপি আৰু RSSক অখিল গগৈয়ে দিলে মোগল আখ্যা।

Advertisment

বিজেপি আৰু RSSক খেদিবলৈ হ’ব শৰাইঘাটৰ শেষ ৰণ’। বিজেপি আৰু RSSক মীৰজুমলাৰ লগত তুলনা অখিল গগৈৰ। 

‘বিজেপি থাকিলে ভাৰত তথা অসমখন গতাই দিয়া হ’ব বিদেশীৰ হাতত’। ‘হিন্দুক ডাঙৰ কৰি অসমীয়াক শেষ কৰি পেলাব বিজেপিয়ে’। 

Advertisment
Advertisment