Assameseস্বাভিমান, আত্মসন্মান থকাসকলে বিজেপি ত্যাগ কৰকস্বাভিমান, আত্মসন্মান থকাসকলে ত্যাগ কৰক বিজেপি। দেশৰ জনতাক ঠগ-প্ৰৱঞ্চনা কৰিছে বিজেপিয়ে। মিঞাৰ ভয় দেখুওৱা বিজেপিৰ সংবিধানত নাই মিঞাবিৰোধী এটাও শব্দ। বিজেপিৰ চতুৰালি এতিয়া বুজি পাইছে অসমৰ ৰাইজে। সৰৱ AJP ৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই।Mrinmoy Talukdar Jan 05, 2026 16:01 ISTFile Photoস্বাভিমান, আত্মসন্মান থকাসকলে বিজেপি ত্যাগ কৰকস্বাভিমান, আত্মসন্মান থকাসকলে ত্যাগ কৰক বিজেপি। দেশৰ জনতাক ঠগ-প্ৰৱঞ্চনা কৰিছে বিজেপিয়ে। মিঞাৰ ভয় দেখুওৱা বিজেপিৰ সংবিধানত নাই মিঞাবিৰোধী এটাও শব্দ। বিজেপিৰ চতুৰালি এতিয়া বুজি পাইছে অসমৰ ৰাইজে। সৰৱ AJP ৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই।AdvertismentRead More- কিয় শিৱসাগৰৰ পৰা নিৰ্বাচন নেখেলে হিমন্ত বিশ্ব শৰ্মাই? বিজেপি দলৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য অজাপ নেতা ৰাজেন গোহাঁইৰ। বিজেপিক সমালোচনা কৰি ৰাজেন গোহাঁয়ে ক'লে- 'অসমৰ ৰাইজক আটাইতকৈ বেছি অন্যায় কৰিছে বিজেপিয়ে। বিজেপিয়ে দেশৰ প্ৰায়বোৰ সম্পদ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিলে। সমগ্ৰ দেশৰ জনতাকে ঠগ-প্ৰৱঞ্চনা কৰিছে বিজেপিয়ে'। গতিকে স্বাভিমান, আত্মসন্মান থকাসকলক বিজেপি দল ত্যাগ কৰিবলৈ আহ্বান AJP ৰ কাৰ্যকৰী সভাপতি গৰাকীৰ। Read More- উচ্ছেদৰ মাজতেই উত্তেজনা, আৰক্ষীৰে তৰ্কযুদ্ধ বেদখলকাৰীৰবিজেপিৰ চতুৰালি বুজি পাইছে অসমৰ ৰাইজে। মিঞাৰ ভয় দেখুওৱা বিজেপিৰ সংবিধানত নাই মিঞা বিৰোধী এটাও কথা। মিঞাৰ বিৰুদ্ধে এটাও কথা লিখা নাই বিজেপিৰ সংবিধানত। লগতে ৰাজেন গোহাঁয়ে ক'লে- বিজেপিৰ সংবিধানখন ভয়ংকৰ সংবিধান। বিশাল ভাৰতবৰ্ষত থকা SC, OBC, ST সকলো লোককে শোষণ- দমন কৰি ৰাজপাট চলাব বিচাৰিছে বিজেপিয়ে। গতিকে বিজেপিৰ নিচিনা এটা দলত অসমত আকৌ উত্থান হ'ব দিলে মোৰ ককাই, ভাই, ভনী সকলৰ প্ৰতি অন্যায় কৰা হ'ব। আনহাতে জ্যেষ্ঠ ৰাজনীতিবিদ গৰাকীয়ে কয় যে, সৰ্বানন্দ সোণোৱালৰ দিনত অসমৰ ৰাইজ অতিষ্ঠ হোৱা নাছিল কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দিনত ৰাইজ অতিষ্ঠ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ back ground যিমান ভয়ংকৰ তাৰ তুলনাত সৰ্বানন্দ সোণোৱালৰ back ground বহুত ভাল আছিল। Read More- আহি গ'ল প্ৰাৰ্থী তালিকা! কোনকেইটা সমষ্টিত নিৰ্বাচন খেলিব অজাপই?আনহাতে প্ৰাক্তন মন্ত্ৰী তথা AJPৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে '২৬ ৰ বিধানসভা নিৰ্বাচনত বঢ়মপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় নিশ্চিত বুলিও উল্লেখ কৰে।AdvertismentAdvertisment Read the Next Article