Assamese পবিতৰাত এতিয়া দৃষ্টিনন্দন শোভা... কলৰৱ আলহী পক্ষীৰ যাদু নগৰী মায়ঙৰ পবিতৰা অভয়াৰণ্যৰ দৃষ্টিনন্দন শোভা। শীতৰ আগমনৰ লগে লগে পবিতৰা অভয়াৰণ্যলৈ আগমন ঘটিছে আলহী পক্ষীৰ। সমান্তৰালকৈ গঁড়, ম'হ, গাহৰিৰ লগতে অন্য জীৱ-জন্তুৰ দৃষ্টিনন্দন শোভাই আকৰ্ষিত কৰিছে পৰ্যটকক।
Assamese নৈশ ক্লাবত অৱসৰ বিনোদনতে প্ৰাণ গ'ল ২৩গৰাকীৰ... কিন্তু কেনেকৈ? পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা। গোৱাৰ নৈশ ক্লাবত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত চিৰ বিদায় ল'লে ২৩জন লোকে। ঘটনাত আহত ৫০ জন। বৰ্তমানেও হাহাকাৰ পৰিস্থিতি।
Assamese উচ্ছেদিতক টকা বিলাই সহায়ৰ হাত বিধায়ক আমিনুল ইছলামৰ উচ্ছেদিতক ধন বিলালে বিধায়ক আমিনুল ইছলামে। ৰূপহীহাটৰ ভকতগাঁৱৰ উচ্ছেদস্থলীত উপস্থিত হৈ কৰিলে উচ্ছেদৰ বিৰোধিতা। 'মুছলমান হোৱাৰ বাবে আক্ৰোশমূলকভাৱে চৰকাৰে উচ্ছেদ কৰিছে ভকতগাঁৱত'। 'মুখ্যমন্ত্ৰী অসহিষ্ণু মানৱ, যাৰ বাবে মুছলমানক এনদৰে উচ্ছেদ চলাই আছে'।
Assamese মাহীয়েকৰ ছোৱালীক ভালপোৱা আহমদ আলীৰ ভয়ংকৰ কাণ্ড... কঁপি উঠিব বুকু মাহীয়েকৰ ছোৱালীৰে আহমদ আলীৰ প্ৰেমৰ সম্পৰ্ক। ছাজিদাৰ ঘৰলৈ প্ৰায়েই আহ-যাহ হৈছিল আহমদ আলীৰ। কিন্তু হঠাৎ প্ৰেমিকাৰ পিতৃক নিচাযুক্ত দ্ৰব্য মিহলাই অচেতন কৰি প্ৰেমিকাক হত্যা কৰাৰ অভিযোগ প্ৰেমিক আহমদৰ বিৰুদ্ধে।
Assamese সীমান্তত আকৌ চলিল গুলী... BSFৰ গুলীত ২ নাবালক গুলীবিদ্ধ হোৱাক লৈ প্ৰতিক্ৰিয়া ভাৰত-বাংলা সীমান্তত পুনৰ উত্তেজনাময় পৰিস্থিতি। ত্ৰিপুৰা ছিপাহিজলা জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বক্সনগৰ পুতিয়াত BSFৰ গুলীত আহত হয় ২ নাবালক!
Assamese কি বিড়ম্বনা! Indigo কৰ্তৃপক্ষই জ্বলাকলা খুৱাইছে বিমানযাত্ৰীক যাত্ৰীক জ্বলাকলা খুৱাইছে Indigo কৰ্তৃপক্ষই। তৃতীয় দিনাও Indigo বিমানযাত্ৰীৰ মাজত হাহাকাৰ। DGCAৰ নতুন নিয়মৰ বাবে Indigoযে বাতিল কৰিছে হাজাৰোধিক বিমান। গুৱাহাটী বিমানবন্দৰত তৃতীয় দিনা বাতিল Indigoৰ প্ৰায় ১৫খন বিমান।
Assamese সংখ্যালঘু অধ্যুষিত সমষ্টি দখলৰ ব্লুপ্ৰিন্ট অখিল গগৈৰ! '২৬ৰ বিধানসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে ৰাইজৰ দলে। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। কংগ্ৰেছ, AIUDFৰ দুৰ্গত ভেটি শক্তিশালী কৰাৰ লক্ষ্য ৰাইজৰ দলৰ।
Assamese গ্ৰেপ্তাৰ হ’ল ‘লেডী ডন’ গীতা পাণ্ডে অৱশেষত গ্ৰেপ্তাৰ হ’ল শিলচৰৰ ‘লেডী ডন’ গীতা পাণ্ডে। ধন দাবী, অবৈধ বেহাৰে ত্ৰাসৰ সৃষ্টি কৰা গীতা পাণ্ডেক গ্ৰেপ্তাৰ। আৰক্ষী, আদালতত লৈও আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ গীতা পাণ্ডেৰ বিৰুদ্ধে।
Assamese বুলড’জাৰেৰে ভাঙি দিয়া হ’ল বেদখলকাৰীৰ ঘৰ চামগুৰিৰ ভকতগাঁৱত ৩৮ বিঘা ভূমিত চলিল বুলড’জাৰ প্ৰশাসনৰ। অংগনৱাড়ী কেন্দ্ৰ–চৰকাৰী বিদ্যালয় সকলো চূৰমাৰ বুলড’জাৰত। ঘৰখন ভাঙি চূৰমাৰ কৰা দেখি হিয়া ঢাকুৰি মাটিত বাগৰি কান্দিছে বেদখলকাৰীয়ে। আশ্ৰয়ৰ বাবে অলপ মাটি বিচাৰি মুখ্যমন্ত্ৰীলৈ আহ্বান উচ্ছেদিতৰ।
Assamese আকাশ চুলে আকাশীযানৰ টিকটে ইণ্ডিগ' বিমানসেৱাক লৈ দেশজুৰি অচলাৱস্থা। ইণ্ডিগ’ৰ বিমান বাতিলৰ ‘অনৈতিক’ সুযোগ লৈছে অন্য বিমান সংস্থাই। বৰ্তমান আকাশলংঘী হৈছে বিমান টিকটৰ মূল্য।