Advertisment

শীৰ্ষ খবৰ

1
Assamese

অসমীয়াৰ হেৰুওৱা পৰিচয় উদ্ধাৰৰ বাবে পৰাক্ৰমেৰে যুঁজিম- মুখ্যমন্ত্ৰী

চিলাৰায় আৰু নৰনাৰায়ণে ৰাজত্ব কৰা ভূমিত আজি সংখ্যালঘুত পৰিণত হৈছে অসমীয়া। এচাম আগ্ৰাসী লোকে জাতিটোক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ উঠিপৰি লাগিছে।
2 Min read
1
Assamese

আইন-কানুনতকৈ আৰক্ষী ঊৰ্ধ্বত নহয়, আৰক্ষীৰ বিৰুদ্ধে কঠোৰ উচ্চ ন্যায়ালয়

আইন-কানুনতকৈ ঊৰ্ধ্বত নহয় আৰক্ষী। অপৰাধীক শাস্তি দিয়াৰ দায়িত্ব ন্যায়পালিকাৰহে, আৰক্ষীৰ নহয়। অপ্ৰয়োজনীয় কাৰণত গুলীচালনা কেতিয়াও গ্ৰহণযোগ্য নহয়।
1 Min read
1
Assamese

মিঞা নহয়, টাৰ্গেট মুছলমান! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান বিধায়কৰ

হিমন্ত বিশ্ব শৰ্মাই মিঞাক নহয়, মুছলমানক টাৰ্গেট কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘৃণাৰ দোকান বন্ধ কৰি বিশ্ৰাম লওক। মিঞাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীক আৰু কি আহ্বান জনালে বিধায়ক ৰফিকুল ইছলামে?
1 Min read
1
Assamese

চিন্তা আঁতৰিল, বিশ্বকাপৰ পূৰ্বে সুস্থ হৈছে ষ্টাৰ বেটাৰ তিলক বাৰ্মা

শীঘ্ৰেই ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিব ষ্টাৰ বেটাৰ তিলক বাৰ্মাই। আঘাতৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বাদ পৰা তিলক বাৰ্মাই BCCIৰ চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা সেউজ সংকেত লাভ কৰিছে। 
2 Min read
1
Assamese

কান্দি লাভ নাই, নাগৰিকত্বৰ প্ৰমাণ দিয়ক! কঠোৰ মুখ্যমন্ত্ৰী

'বাংলাদেশৰ পৰা অহা মানুহে অসমত কেনেকৈ কাম কৰিব পাৰে? আইন মতে গ'লে মিঞাই অসমত ৰিক্সা চলাবই নোৱাৰে। SRৰ ন’টিছ যদি গৈছে, ভাৰতীয় বুলি প্ৰমাণ কৰিলেই হ’ল।
1 Min read
1
Assamese

জালুকবাৰীৰ পৰা কেনেকৈ নিৰ্বাচনত জয়ী হয় হিমন্ত বিশ্ব শৰ্মা? কি ক'লে অখিল গগৈয়ে-

মুখ্যমন্ত্ৰী যদি ইমানেই খিলঞ্জীয়া, মুখ্যমন্ত্ৰীৰ যদি দম আছে তেনেহলে শিৱসাগৰত নিৰ্বাচন খেলক আৰু জিকি দেখুৱাওক। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ।
2 Min read
1
Assamese

বিজেপিত বঙহৰ যুঁজ! ২ ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

টিকটকেন্দ্ৰিক বিতৰ্কৰ ভয়ংকৰ ৰূপ! বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিজেপিৰ ২ পক্ষৰ মাজত প্ৰচণ্ড সংঘাত। শোণিতপুৰৰ বৰছলা সমষ্টিত এইবাৰ বিজেপিৰ মাজত বঙহৰ যুঁজ। বিধায়কৰ উপস্থিতিতে দুই ফৈদৰ প্ৰচণ্ড মাৰপিটত গুৰুলাগুৰুলকৈ প্ৰহাৰ দলীয় কৰ্মীক। 
2 Min read
1
Assamese

পাকিস্তানী সেনা, ISIৰ ঘাটিত ভয়ংকৰ আক্ৰমণ, বেলুচিস্তান হেৰুওৱাৰ দিশে পাকিস্তান!

পুনৰবাৰ যুদ্ধক্ষেত্ৰত পৰিণত হৈছে বেলুচিস্তান। বিএলএৰ যোদ্ধাসকলে পাকিস্তানী সেনাৰ কেইবাটাও ঘাটি আৰু ISIৰ ঘাটিত চলাইছে ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত নিহত হৈছে ২০ জনতকৈও অধিক পাকিস্তানী জোৱান। তাৰ পাছতেই চৰ্চা- বেলুচ লিবাৰেচন আৰ্মীৰ হাতলৈ যাব নেকি বেলুচিস্তান?
2 Min read
1
Assamese

অসমৰ পৰা মিঞা খেদিমেই! হাজাৰটা গৌৰৱ গগৈ, ৰাহুল গান্ধী আহিলেও মোক ৰখাব নোৱাৰে

মই অসমৰ পৰা অবৈধ বাংলাদেশী খেদিমেই। হাজাৰটা গৌৰৱ গগৈ, ৰাহুল গান্ধী আহিলেও মোক ৰখাব নোৱাৰে। গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলটো মিঞাৰ পিছত পগলা হৈ আছে। পাৰিলে গোটেই পৃথিৱীখনেই মিঞা বনাই দিব কংগ্ৰেছে- কটাক্ষ মুখ্যমন্ত্ৰী।
1 Min read
1
Assamese

মিঞাৰ ৰেচন কাৰ্ড, MBBS ডিগ্রী বাতিল কৰক, মিঞা খেদিবলৈ ACTION PLAN হিন্দুত্ববাদী নেতাৰ

মাত্ৰ দুটা মাহ। দুটা মাহৰ ভিতৰতেই অসমৰ পৰা খেদিব পৰা ষাব বাংলাদেশী মিঞাক। মিঞাক চিনাক্ত কৰিবলৈ কোনোধৰণৰ নথিপত্ৰ নালাগে। অসমৰ পৰা মিঞা খেদিবলৈ ACTION PLAN হিন্দুত্ববাদী নেতা ডাঃ প্ৰবীণ ভাই টোগাড়িয়াৰ। 
1 Min read
Advertisment