Assamese SRৰ জৰিয়তে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা! বিৰোধীৰ প্ৰতিবাদত কঁপিল গুৱাহাটী SR বিসংগতিক লৈ গুৱাহাটীৰ চচলত উত্তাল প্ৰতিবাদ। APCCৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধীৰ প্ৰতিবাদী কাৰ্যসূচী। বিজেপিৰ বিৰুদ্ধে ভিন্ন শ্ল'গানৰে প্ৰতিবাদত অংশগ্ৰহণ বিৰোধী ঐক্যমঞ্চৰ প্ৰায়বোৰ দলৰ।
Assamese 'সকলোকে বিশ্বাস কৰাটোৱেই আমাৰ ভুল আছিল', কিন্তু জুবিনে মানুহ চিনাই থৈ গ'ল 'জুবিন যেতিয়া পৃথিৱাৰ পৰা যাব লগা হ'ল, মোক মানুহবিলাক চিনাকি কৰি থৈ গ'ল । তেওঁলোকক পৰিয়াল বুলি ভৱাটো আমাৰ আটাইতকৈ ডাঙৰ ভুল আছিল। আদালতৰ বাহিৰত কান্দি উঠিল গৰিমা শইকীয়া গাৰ্গ। ক'লে- 'এই দানৱকেইটাই যাতে কেতিয়াও জামিন নাপায়'।
Assamese কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ নাও ডুবাটো নিশ্চিত- আজমল '২৬ৰ নিৰ্বাচনত AIUDF অবিহনে কংগ্ৰেছ শাসনলৈ আহিব নোৱাৰে'। 'আমাৰ অবিহনে কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে, এই কথা লিখি লওক'। 'কংগ্ৰেছে AIUDF অবিহনে কেনেকৈ শাসনত আহিম বুলি ভাবিছে?'- মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ।
Assamese জেলে আমুৱাইছে! ৰেহাই লাগে সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গ হত্যাৰ গোচৰৰ পৰা ৰেহাই বিচাৰিছে সিদ্ধাৰ্থ শৰ্মাই। বিসংগতিপূৰ্ণ ধাৰা সংলগ্ন কৰা বুলি দাবী জুবিন গাৰ্গ হত্যাৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থৰ। ছিংগাপুৰ আৰক্ষীয়ে কৰা তদন্তৰ সকলো নথিও বিচাৰিলে সিদ্ধাৰ্থই।
Assamese বানমুক্ত অসম, বাংলাদেশীমুক্ত অসম! অসমবাসীক কি কি প্ৰতিশ্ৰুতি দিলে অমিত শ্বাহে? দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অমিত শ্বাহৰ বিশাল জনসভা। বিশাল জনসভাতেই তৃতীয়বাৰলৈ অসমত বিজেপি চৰকাৰ হ'লে এটা এটাকৈ বাংলাদেশী খেদাৰো হুংকাৰ অমিত শ্বাহৰ।
Assamese SRৰ টাৰ্গেট এতিয়া খিলঞ্জীয়া মুছলমান, দল সংগঠনৰ উত্তাল প্ৰতিবাদ প্ৰব্ৰজনকাৰীৰ সলনি SRৰ ৰোষত খিলঞ্জীয়া! খিলঞ্জীয়া মুছলমান হৈ পৰিছে এতিয়া SRৰ প্ৰধান টাৰ্গেট। SRৰ বিতৰ্কই নিদ্ৰা হৰণ কৰিছে ৰাজ্যবাসীৰ। SRত নাম কৰ্তন মৰিগাঁৱৰ প্ৰায় ১৩ হাজাৰ খিলঞ্জীয়াৰ। SRৰ বিসংগতিক লৈ মৰিগাঁৱত ব্যাপক প্ৰতিক্ৰিয়া, উত্তাল প্ৰতিবাদ।
Assamese সাম্প্ৰদায়িক ৰাজনীতিয়ে কাম নিদিলে। সেয়ে এতিয়া ভোট চুৰি, সৰৱ লুৰীণজ্যোতি ভোট চুৰি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনত জয়ী হোৱাৰ একমাত্ৰ কৌশল। নাগৰিকৰ গণতান্ত্ৰিক আধিকাৰ চুৰিৰ বাবে বিজেপি চৰকাৰ উঠি-পৰি লাগিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বদৰুদ্দিন আজমলক লৈ সৰৱ লুৰীণজ্যোতি গগৈ।
Assamese প্ৰধানমন্ত্ৰীৰ পৰা ৰাহুল গান্ধীলৈকে ...। অজিত পাৱাৰৰ মৃত্যুত শোকৰ ছাঁ বাৰামাটিত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত কৰুণ মৃত্যু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ। অজিত পাৱাৰৰ মৃত্যুৱে সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত শোকৰ ছাঁ পেলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ৰাহুল গান্ধীলৈকে সকলোৱে স্মৰণ কৰিছে জ্যেষ্ঠ ৰাজনীতিবিদ গৰাকীক।
Assamese প্ৰথমে ৪-৫টা বিস্ফোৰণৰ শব্দ তাৰ পাছতেই...। কি ক'লে বিমান দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে ভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু। নিৰ্বাচনী সভাত অংশ ল’বলৈ বাৰামতীলৈ গৈছিল NCP নেতাজন। বাৰামতীত লেণ্ডিঙৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় অজিত পাৱাৰৰ বিমান। ভয়ংকৰ এই দুৰ্ঘটনাত অজিত পাৱাৰসহ ৫জনৰ মৃত্যু।
Assamese ভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু। ভয়ংকৰ দুৰ্ঘটনাটোত অজিত পাৱাৰসহ ৫জনৰ মৃত্যুৰ খবৰ। নিৰ্বাচনী সভাত অংশ ল’বলৈ বাৰামতীলৈ গৈছিল অজিত পাৱাৰ। বাৰামতীত লেণ্ডিঙৰ সময়তে সংঘটিত হৈছিল ভয়ংকৰ অঘটন.