Advertisment

Assamese

Thumb
Assamese

CRPF জোৱানৰ উদ্ভণ্ডালিক লৈ সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি

সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তত CRPFৰ উদ্ভণ্ডালি! CRPFৰ উদ্ভণ্ডালিক লৈ নিশা উত্তপ্ত পৰিস্থিতি।  নাকা চেকিঙৰ নামত ৭-৮ ঘণ্টা সামগ্ৰী কঢ়িওৱা বাহন আবদ্ধ কৰি ৰাখি সন্ত্ৰাস চলোৱাৰ অভিযোগ CRPFৰ বিৰুদ্ধে। 
1 Min read
Thumb
Assamese

ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিন গাৰ্গৰ

কেনেকৈনো মচি দিব পাৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম... লাগিলে সেয়া ভোটাৰ তালিকাই হওক। ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিনৰ। জৰীপ কৰিবলৈ গৈ জুবিনৰ নাম নাকাটি BLO মহম্মদ তফিজ উদ্দিনে লিখিলে- অমৰ হওক জুবিন...।
2 Min read
Thumb
Assamese

ৰাঁচীৰ ২২ গজত 'ৰো-কো'ৰ অভিলেখ। ভংগ হ'ল শচীন- আফ্ৰিদীৰ ৰেকৰ্ড।

ভাৰতীয় ক্ৰিকেটৰ ৰাজহাড় ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ২২ গজৰ ভৱিষ্যতক লৈ চৰ্চা চলিছে। কিন্তু প্ৰতিবাৰেই সমালোচকক বেটেৰে শক্তিশালী প্ৰত্যুত্তৰ দিছে দুয়োগৰাকীয়ে। ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াতো ঐতিহাসিক অভিলেখ গঢ়িলে দুই তাৰকা ক্ৰিকেটাৰে। 
2 Min read
Thumb
Assamese

টেষ্ট ক্ৰিকেটলৈ উভতিব বিৰাট কোহলী!

টেষ্ট ক্ৰিকেটলৈ ঘূৰি আহিব নেকি বিৰাট কোহলী? শেহতীয়াকৈ টেষ্ট ফৰ্মেটত টীম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনৰ পাছতেই বিৰাট কোহলীক লৈ চলিছে বিশেষ চৰ্চা। কিন্তু অৱসৰ প্ৰত্যাহাৰ সন্দৰ্ভত মুকলিকৈ কৈছে বিৰাট কোহলীয়ে। 
2 Min read
Thumb
Assamese

আহিল SOP! কি কি নিৰ্দেশনা মানিব লাগিব বনভোজকাৰী দলে?

বনভোজক লৈ আহি গ'ল প্ৰশাসনৰ SOP! কেইবাটাও নিৰ্দেশনা মানিব লাগিব বনভোজকাৰী দলে। শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যেই বনভোজক লৈ SOP জাৰি কৰিছে। পিছে বনভোজক লৈ শিৱসাগৰ আৰক্ষীয়ে জাৰি কৰা SOPত আছে কি কি নিৰ্দেশনা? 
1 Min read
Thumb
Assamese

শ্রীলংকাত তাণ্ডৱ সৃষ্টি কৰা ডিটৱাহ এতিয়া ভাৰতত!

প্ৰচণ্ড ধুমুহা আৰু প্ৰচুৰ বৰষুণত তচনচ হৈ পৰিছে দ্বীপৰাষ্ট্র। ডিটৱাহৰ তাণ্ডৱত এইপৰ্যন্ত ৩৩৪ জনৰ মৃত্যু। উত্তৰ তামিলনাড়ু, পুডুচেৰী, দক্ষিণ অন্ধ্রপ্রদেশৰ উপকূলৱৰ্তী অঞ্চলতো পৰিছে ডিটৱাহৰ প্ৰভাৱ। 
2 Min read
THUMB
Assamese

বহুবিবাহ, বাল্যবিবাহ এটা বেমাৰঃ আঙুৰলতা

বহু বিবাহ এটা বেমাৰ, এটা ব্যাধি। অসমৰ মহিলাসকলক বহু বিবাহৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি চিৰকৃতজ্ঞ হৈ থাকিব অসমৰ নাৰীসমাজ। 
2 Min read
THUMB
Assamese

আৰক্ষীৰ মূলমন্ত্ৰ ধোঁৱাচাঙত, গুণ্ডা টেক্স লাগে চাপৰ আৰক্ষীক

আৰক্ষীৰ মূলমন্ত্ৰ- জনহিত, জনসেৱাৰ্থে। কিন্তু আৰক্ষীৰ এই মূলমন্ত্ৰ ধোঁৱাচাঙত তুলিলে এগৰাকী আৰক্ষী‌ বিষয়াই। চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাওতি বসুমতাৰীৰ নেতৃত্বত চাপৰত আৰক্ষীয়ে সংগ্ৰহ কৰিবলৈ লৈছে গুণ্ডা টেক্স।
2 Min read
WhatsApp Image 2025-11-30 at 2.00.56 PM
Assamese

'চৰকাৰে দিয়া ঘৰ চৰকাৰেই ভাঙি পেলাইছে, আমি ক'লৈ যাম?' লুটুমাৰীত লোতক বৈ আহিল উচ্ছেদিতৰ

‘আমাৰ ঘৰবোৰ ভাঙি দিলে, সৰু সৰু ল’ৰা-ছোৱালী লগত লৈ গছৰ তলতে আছো। এতিয়া আমি ক’লৈ যাম। চৰকাৰে ঘৰ দিছে, ৰেচন কাৰ্ড আছে আমাৰ।’ কামপুৰৰ লুটুমাৰীত উচ্ছেদিতৰ কান্দোন।
1 Min read
WhatsApp Image 2025-11-30 at 2.06.01 PM
Assamese

ৰোগীৰ মুখত জোতা-চেণ্ডেল... ছালমান কবিৰাজৰ ভয়ংকৰ তন্ত্ৰ–মন্ত্ৰ

‘আমি বিখ্যাত যাদুকৰী মায়ঙৰ পৰা প্ৰশিক্ষিত’। বেনাৰ–পোষ্টাৰ লগাই ভণ্ড কবিৰাজে কৰিলে কাণ্ড। এখন হাতত মানুহৰ লাওখোলা, আনখন হাতত এপাত চেণ্ডেল লৈ ছালমান কবিৰাজে আৰম্ভ কৰিছে তন্ত্ৰ–মন্ত্ৰ। সকলোধৰণৰ সমস্যা ৭২ ঘণ্টাৰ ভিতৰত সমাধান হয় বুলিও দিলে গ্যেৰাণ্টী।
2 Min read
Advertisment