Advertisment

Assamese

THUMB
Assamese

একেখন মঞ্চত তিনি গগৈ ! কি পৰামৰ্শ মুখ্যমন্ত্ৰীৰ ?

বিজেপিক পৰাভূত কৰিবলৈ ’২৬ত একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত বিৰোধী দলসমূহৰ। ‘মিত্ৰতা কৰেই যদি ফোনত কৰিলেই হ’ল, মিটিং কিয় পাতিব লাগে’- প্ৰশ্ন মুখ্যমন্ত্ৰীৰ।
2 Min read
THUMB
Assamese

ৰাজ্যবাসীক কিয় সাৱধান হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে?

‘দিল্লীৰ ঘটনাটো শিক্ষিত লোকে কৰা জেহাদ’। তেওঁলোক উচ্চ শিক্ষিত হ’লেও বোমাই প্ৰস্তুত কৰিব’। ‘অসমৰ জনতাও বহুকেইদিনলৈ সাৱধান হৈ থাকিব লাগিব’-মুখ্যমন্ত্ৰী।
2 Min read
Thumb
Assamese

বিজেপিক ৰুধিবলৈ ব্যাপক প্ৰস্তুতি কংগ্ৰেছৰ

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখনকৈ বৈঠক। বিজেপিক ৰুধিবলৈ একপ্ৰকাৰ প্ৰস্তুতি আৰম্ভ কৰিছে কংগ্ৰেছে। 
1 Min read
Thumb
Assamese

ভাগৰ নলগাকৈ বেদখলকাৰীৰ বিৰুদ্ধে চলিব বুল'ডজাৰ- মুখ্যমন্ত্ৰী

ৰাজ্যত অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে চলিব উচ্ছেদ অভিযান। ভাগৰ নলগালৈকে চৰকাৰে উচ্ছেদ চলাই যাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ
1 Min read
Thumb
Assamese

উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ সমৰ্থক হৈছে মিঞা মুছলমান

উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ সমৰ্থক হৈছে মিঞা মুছলমান। ২ বছৰ পাছত এই মিঞা মুছলমানসকলে পাহৰি যাব জুবিন গাৰ্গক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ।
2 Min read
Thumb
Assamese

কঠোৰ মুখ্যমন্ত্ৰী ! কাকো ৰেহাই নিদিয়াৰ হুংকাৰ

সোমবাৰে সন্ধিয়া এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছিল দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। দিল্লীৰ বিস্ফোৰণৰ পাছতেই কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।
1 Min read
Thumb
Assamese

দিল্লীৰ ভয়ংকৰ বিস্ফোৰণৰ ন ন তথ্য পোহৰলৈ

এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছিল দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। লালকিল্লাৰ সন্মুখত সংঘটিত এই ভয়ানক বিস্ফোৰণে জোকাৰি গৈছে সমগ্ৰ দেশ। বিস্ফোৰণত ৮ জনকৈ লোক মৃত্যুমুখত পৰিছে।
1 Min read
AGP CONG
Assamese

জাতীয়তাবাদৰ প্ৰতি মোহভংগ ! কংগ্ৰেছত যোগদান মধ্য অসমৰ জ্যেষ্ঠ অগপ নেতাৰ

জাতীয়তাবাদৰ প্ৰতি মোহভংগ ! অসম গণ পৰিষদ দলৰ প্ৰাক্তন জিলা সম্পাদক জ্যেষ্ঠ নেতা বীৰেশ্বৰ মেধিয়ে সোমবাৰে কংগ্ৰেছ দলত আনুষ্ঠানিক ভাবে যোগদান কৰে।
2 Min read
Thumb
Assamese

আধাৰ কাৰ্ডেৰে আপুনি উলিয়াব পাৰিব ধন !

এতিয়াৰে পৰা লগত পাৰ্চ নিব পাহৰিলেও আপোনাৰ আলৈ- আথানি নহ'ব। লগত নগদ ধন, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড নাথাকিলেও এতিয়াৰে পৰা আপুনি আধাৰ নম্বৰৰ সহায়ত টকা উলিয়াব পাৰিব।
2 Min read
Thumb
Assamese

শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া অমিত ছেহৰা আজি কোটিপতি

ভাগ্যই কেতিয়া কাৰ লগত খেল খেলিব সেয়া কোৱাটো বৰ টান! শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া অমিত ছেহৰা নামৰ এজন ব্যক্তি আজি কোটিপতি। সঁচাকৈয়ে ভাগ্যই ৰজাক দৰিদ্ৰ আৰু দৰিদ্ৰক ৰজালৈ ৰূপান্তৰিত কৰিব পাৰে।
1 Min read
Advertisment