Advertisment

Assamese

Capture
Assamese

মুছলমান হোৱাৰ বাবে আমাক হাৰাশাস্তি কৰিছেঃ উচ্ছেদিত। গোৱালপাৰাৰ উচ্ছেদস্থলীত কান্দোনৰ ৰোল

'আমি মুছলমান হোৱাৰ বাবে কিয় চৰকাৰে আমাক হাৰাশাস্তি কৰি আছে?' 'মুখ্যমন্ত্ৰীক আমাৰ অনুৰোধ, আমাক ইয়াতেই ঘৰ দিব লাগিব'। গোৱালপাৰাৰ উচ্ছেদস্থলীত কান্দোনৰ ৰোল। সপোনৰ ঘৰখন ভাঙি দিয়াত কান্দি উঠিছে উচ্ছেদিত।
1 Min read
WhatsApp Image 2025-11-08 at 6.26.23 PM
Assamese

গুৱাহাটীৰ আকাশত ভাৰতীয় বায়ু সেনাৰ যুদ্ধ বিমান ৰাফেল, ছুখই আৰু বহুতো। আপুনিও সাক্ষী হওক এই উৰণ কলা চাবলৈ

সাজু হওক আপুনিও। গুৱাহাটীৰ আকাশত দেখিবলৈ পাব ভাৰতীয় বায়ু সেনাৰ উৰণ কলা। গুৱাহাটীত বায়ুসেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকীৰ মহাআয়োজন। লাচিতঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত বিৰল–বিক্ৰম প্ৰদৰ্শন। বায়ুসেনাৰ ৭৫খন আকাশীযানৰ অংশগ্ৰহণ এয়াৰ শ্ব’ত।
WhatsApp Image 2025-11-08 at 6.12.29 PM
Assamese

জুবিন গাৰ্গৰ শিশুটিৰ সৈতে ৯ দিনতে কিছুমান অসভ্য লোকে চৰম অন্যায় কৰিছেঃ ৰাজেশ ভূঞা

‘ৰৈ ৰৈ বিনালে নামৰ জুবিন গাৰ্গৰ শিশুটিৰ সৈতে ৯ দিনতে কিছুমান অসভ্য লোকে চৰম অন্যায় কৰিছে’। ফেচবুক লাইভযোগে ৰৈ ৰৈ বিনালে ছবিখনৰ পাইৰেচীক লৈ প্ৰচণ্ড ক্ষোভ উজাৰিলে পৰিচালক ৰাজেশ ভূঞাই।
1 Min read
WhatsApp Image 2025-11-08 at 5.42.53 PM
Assamese

নাগাৰা নামৰ বাবে জে'ল খটা ৰামচৰণ ভৰালীৰ এটা প্ৰতিজ্ঞা। ভৰালীয়ে কিয় কোনোদিনে কটা নাছিল দাঢ়ি?

পঞ্চভূতত বিলীন ৰামচৰণ ভৰালী। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন নাগাৰা নামৰ মহীৰূহগৰাকীৰ। মৃত্যুৰ পিছত নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালীৰ এটা কাহিনী পোহৰলৈ আহিছে। এটা প্ৰতিজ্ঞাৰ বাবেই ৰামচৰণ ভৰালীয়ে কটা নাছিল দাঢ়ি।
2 Min read
Konkolata Barua State University
Assamese

গহপুৰত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমি পূজন

আজি বিশ্বনাথৰ গহপুৰৰ ভোলাগুৰিত প্ৰস্তাৱিত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজন কৰা হয়। কনকলতা বিশ্ববিদ্যালয়ৰ শিলান্যাস স্থাপন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
2 Min read
WhatsApp Image 2025-11-08 at 5.12.13 PM
Assamese

শোকাৱহ, ডিমা হাচাওৰ হাৰাংগাজাওত জলপ্ৰপাতত উদ্ধাৰ ৩ শিক্ষাৰ্থীৰ মৃতদেহ

ডিমা হাচাওৰ হাৰাংগাজাওত অঘটন। জলপ্ৰপাতত পৰি শিলচৰ NITৰ ৩ শিক্ষাৰ্থীৰ মৃত্যু। বৌলচল জলপ্ৰপাতত মৃত্যু এজন ছাত্ৰসহ ২ ছাত্ৰীৰ। মৃত ৩ শিক্ষাৰ্থীৰ দুগৰাকী উত্তৰপ্ৰদেশৰ আৰু এগৰাকী বিহাৰৰ।
2 Min read
THUMB
Assamese

CID কাৰ্যালয়ত জুবিনৰ প্ৰাক্তন মেনেজাৰ তাৰচেম মিট্টাল

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে আজি CID কাৰ্যালয়ত হাজিৰ হ’ল জুবিনৰ প্ৰাক্তন মেনেজাৰ তাৰচেম মিট্টাল। মিট্টালৰ পৰা জুবিন সন্দৰ্ভত বিভিন্ন তথ্য ল’লে SITয়ে।
2 Min read
THIMB
Assamese

অসমীয়া ছবিৰ ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ 'ৰৈ ৰৈ বিনালে'ৰ

অসমীয়া ছবিৰ ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিলে জুবিন গাৰ্গৰ সপোনৰ চিনেমা 'ৰৈ ৰৈ বিনালে'। জুবিন গাৰ্গৰ অন্তিম ছবিয়ে গঢ়িলে বক্স অফিচ কালেকশ্যনৰ অভিলেখ।
2 Min read
THUMB
Assamese

দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান

অসমত এতিয়া বুলড'জাৰ নীতি! প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতিৰে চলাইছে উচ্ছেদ অভিযান। পুনৰ গোৱালপাৰা আৰু হোজাই জিলাত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। ঘৰ খালী কৰিবলৈ প্ৰশাসনে জাৰি কৰিলে জাননী।
1 Min read
WhatsApp Image 2025-11-07 at 3.11.25 PM
Assamese

ডিগ্ৰী নথকা সকলেও পাব লাখ টকাৰ দৰমহা পোৱা চাকৰি! ক'ত কেনেকৈ কৰিব আবেদন?

ডিগ্ৰী নাথাকিলেও পাব লাখ টকাৰ দৰমহা থকা চাকৰি! নিবনুৱা যুৱক-যুৱতীৰ বাবে আছে এক ভাল খবৰ। কলেজীয়া ডিগ্ৰী নাথাকিলেও লাখ লাখ দৰমহা পোৱাৰ চাকৰি বিচাৰি পাব UAEত। ডুবাইত ডিগ্ৰীৰ অবিহনেও গঢ়ি তুলিব পাৰিব এক বিলাসী জীৱন।
2 Min read
Advertisment