Advertisment

Assamese

Thumb
Assamese

কিয় হঠাতে ৰাজনীতি বেয়া পোৱা হ'ল দীপলীনা ডেকাই ?

জুবিন গাৰ্গকলৈ আৰম্ভ হৈছে বোকা চটিওৱাৰ তৰল ৰাজনীতি। কি শাসক- কি বিৰোধী, সকলো যেন একে নাওঁৰে যাত্ৰী। ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে মৃত্যুৰ পাছতো একাংশই ব্যৱহাৰ কৰিবলৈ এৰা নাই জুবিন গাৰ্গক।
2 Min read
Thumb
Assamese

দাতা কৰ্ণ জুবিন গাৰ্গ, দুই দেহৰক্ষীৰ একাউণ্টযোগে ১ কোটিৰো অধিক টকাৰ লেনদেন

দাতা কৰ্ণ আছিল জুবিন গাৰ্গ। ষ্টুডিঅ’ত গান গোৱা পইচা নিজে নাৰাখি দিছিল দুই দেহৰক্ষীক। বৰা আৰু বৈশ্য নামৰ দুই দেহৰক্ষীৰ একাউণ্টত হৈছিল ১ কোটিৰো অধিক টকাৰ লেনদেন। 
2 Min read
Thumb
Assamese

হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ গৰিমা শ‌ইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট

জুবিন গাৰ্গৰ মৃত্যুৰ দুটা পষেকৰ পাছত জুবিন গাৰ্গক লৈ পত্নী গৰিমা শ‌ইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট। সামাজিক মাধ্যমত জুবিন গাৰ্গৰ সৈতে উঠা অন্তিমখন ফটো শ্বেয়াৰ কৰিলে গৰিমাই লিখিছে- 'মোক উত্তৰ লাগে'। 
2 Min read
Thumb
Assamese

'২৬ত মোক ভোট দিয়ক, মিঠাতেলো ফ্ৰী দিম-মুখ্যমন্ত্ৰী

ৰাজ্যত শুভাৰম্ভ হ’ল অৰুণোদয় ৩.০ আঁচনি। আজিৰে পৰাই লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ১২৫০ টকাকৈ ধন। ৰাজ্যৰ ৩০ লাখ মহিলাক সাঙুৰি লোৱা হৈছে অৰুণোদয় ৩.০ আঁচনিত। 
1 Min read
Thumb
Assamese

উচ্চতম ন্যায়ালয়ত চাঞ্চল্যকৰ ঘটনা। মুখ্য ন্যায়াধীশক অপদষ্টৰ চেষ্টা অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা গোচৰক লৈ শুনানি চলি থকাৰ মাজতে মুখ্য ন্যায়াধীশক অপদস্থ কৰাৰ চেষ্টা চলাই এজন অধিবক্তাই।
1 Min read
Thumb
Assamese

সপোন পূৰণ নহ'ব নেকি ৰোহিত-কোহলীৰ? কঠোৰ BCCI !

অনিশ্চয়তাৰ দিশে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ক্ৰিকেট কেৰিয়াৰ। ঘৰুৱা ক্ৰিকেটত ব্যৰ্থ হলেই অন্ত হ'ব পাৰে দুই তাৰকাৰ কেৰিয়াৰ। ২০২৭ চনৰ বিশ্বকাপ খেলাকলৈও নাই কোনো নিশ্চয়তা।
2 Min read
Thumb
Assamese

ৰিয়ান পৰাগৰ অৰ্ধশতকৰ হেট্ৰিক, কিন্তু ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন?

সুন্দৰ ফৰ্মত থকাৰ পিছতো অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাত ভাৰতীয় দলত স্থান লাভ নকৰিলে অলৰাউণ্ডাৰ ৰিয়ান পৰাগে। শেহতীয়াভাৱে অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া মেচৰ শৃংখলাটোত বেটেৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে ৰিয়ানে। 
1 Min read
Thumb
Assamese

চুপাৰ চানডেত ভাৰতৰ হাতত পুনৰ মুখঠেকেচা পাকিস্তানৰ

চুপাৰ চানডেৰ হাইভল্টেজ খেলত ভাৰতৰ হাতত আকৌ ধৰাশায়ী পাকিস্তান। কলম্বোত অনুষ্ঠিত মহিলা বিশ্বকাপৰ হাইভল্টেজ খেলত ৮৮ ৰানৰ বৃহত ব্যৱধানত পৰাস্ত পাকিস্তান। 
1 Min read
Nepal
Assamese

নেপালত বান-ভূমিস্খলনত ৫২জনকৈ লোকৰ মৃত্যু

সকলোতকৈ ক্ষতিগ্ৰস্ত হৈছে নেপালৰ কোশী প্ৰদেশ। ২৪ ঘণ্টাত কোশী প্ৰদেশত মৃত্যু মুখত পৰে ৩৭জনকৈ লোক। কেইবাজনো লোক আহত হোৱাৰ সমান্তৰালকৈ বহু লোক নিৰুদ্দেশ হোৱাৰো তথ্য পোহৰলৈ।
1 Min read
Laxmi Puja
Assamese

আজি ধন, ঐশ্বৰ্য, বিভূতিৰ দেৱী মা লক্ষ্মীৰ পূজা

আজিৰ এই পৱিত্ৰ দিনটোতেই ধৰালৈ আগমন ঘটে মা লক্ষ্মীৰ। দেৱী মা লক্ষ্মীৰ আগমনত ধৰাৰ বুকু শস্য-শ্যামলা হৈ পৰে। পবিত্ৰ মনেৰে মা লক্ষ্মীৰ পূজা কৰিলে বৃদ্ধি পায় সুখ-সমৃদ্ধি।
2 Min read
Advertisment