Advertisment
Mrinmoy Talukdar

Mrinmoy Talukdar

Thumb
Assamese

বিজেপিত যোগদান কৰা একালৰ দুধৰ্ষ আলফা দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পন!

আত্মসমৰ্পন কৰিলে একালৰ দুধৰ্ষ আলফা নেতা দৃষ্টি ৰাজখোৱাই। এটা পুৰণি গোচৰত আজি আদালতত আত্মসমৰ্পন আলফা নেতাগৰাকীৰ। কি হ'ব এতিয়া চলিত বৰ্ষত বিজেপিত যোগদান কৰা দৃষ্টি ৰাজখোৱাৰ ৰাজনৈতিক ভৱিষ্যত?
2 Min read
Thumb
Assamese

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত অসমীয়া শিপিনীৰ আদৰ

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত অসমৰ শিপিনীৰ আদৰ। ভূটানত কাপোৰ বিক্ৰী কৰি স্বাৱলম্বী তামুলপুৰৰ মহিলা। বিগত ১২ বছৰ ধৰি ভূটীয়াসকলৰ পৰম্পৰাগত পোছাক প্ৰস্তুত কৰিছে অসমৰ শিপিনীয়ে।
2 Min read
thumb
Assamese

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক মৃত্যুদণ্ডৰ ৰায় !

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায়। মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত দোষী সাব্যস্ত কৰা হয় বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক।
1 Min read
thumb
Assamese

বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ হাজাৰ হাজাৰ খিলঞ্জীয়া

বিজেপি চৰকাৰক হুংকাৰ দি পুনৰ ৰাজ্যত বিশাল প্ৰতিবাদ। জনজাতিকৰণৰ দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া। ’২৬ৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ’।
1 Min read
thumb
Assamese

আমি এনেকুৱা এখন পিটচ...!  পৰাজয়ৰ পাছত কি ক'লে গম্ভীৰে-

১৫ বছৰৰ পাছত ভাৰতৰ মাটিত ঐতিহাসিক বিজয় দক্ষিণ আফ্ৰিকাৰ। ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ স্পীন ঘূৰ্ণিত দিশহাৰা ভাৰতীয় বেটাৰ। ১২৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ৯৩ ৰানতে অলআউট ভাৰত। পৰাজয়ৰ পাছতেই সমালোচিত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ।
2 Min read
THUMB
Assamese

‘২৬ৰ নিৰ্বাচনৰ পূৰ্বে একত্ৰিত হ’ব সংখ্যালঘু ৰাজনৈতিক দল !

‘২৬ৰ নিৰ্বাচনৰ পূৰ্বে একত্ৰিত হ’ব নেকি সংখ্যালঘু ৰাজনৈতিক দল? বিহাৰত AIMIM-এ দেখুওৱা ভাল ফলাফলৰ পিছতেই ওৱেইছিলৈ সমৰ্থন আজমলৰ। AIMIMৰ সৈতে মিত্ৰতাৰে ‘২৬ৰ নিৰ্বাচন খেলাৰ ইংগিত AIUDFৰ।
1 Min read
THUMB
Assamese

'জুবিনৰ সৈতে উঠা ফটোখন বন্ধাই গোসাঁইঘৰত থৈছো'...

১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গ অবিহনেই প্ৰথমবাৰলৈ জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিব ৰাজ্যবাসীয়ে। জুবিন ক্ষেত্ৰত উপস্থিত হৈ অনুৰাগীয়ে ক'লে-জুবিনৰ সৈতে উঠা ফটোখন বন্ধাই গোসাঁইঘৰত থৈছো'।
1 Min read
THUMB
Assamese

লামডিঙত বজৰং দলে ভাঙি লণ্ডভণ্ড কৰিলে মাদ্ৰাছা

মাদ্ৰাছাক কেন্দ্ৰ কৰি লামডিঙত উত্তপ্ত পৰিস্থিতি। অবৈধভাৱে মাদ্ৰাছা চলাই কণ কণ শিক্ষাৰ্থীক আৰৱী শিক্ষাদানৰ অভিযোগ। ৰাইজ তথা বজৰং দলে মাদ্ৰাছা ভাঙি লণ্ডভণ্ড কৰাৰ লগতে লপাথপা দিলে ছেলিমউদ্দিন নামৰ ইমামজনক।
1 Min read
THUMB
Assamese

জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্ত্তিক লৈ ব্যাপক চৰ্চা

অবিকল ৰূপত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্ত্তি। ভাস্কৰ্য  শিল্পী জ্যোতি শংকৰ ভট্টাচাৰ্য্যৰ এক ব্যতিক্ৰমী প্ৰয়াস। নিৰ্মীয়মান প্ৰতিমূৰ্ত্তিটোক লৈ চচিয়েল মিডিয়াটো ব্যাপক চৰ্চা।
2 Min read
THUMB
Assamese

ইডেন গাৰ্ডেনত লজ্জাজনক পৰাজয় টীম ইণ্ডিয়াৰ

ইডেন গাৰ্ডেনত লজ্জাজনক পৰাজয় টীম ইণ্ডিয়াৰ। দক্ষিণ আফ্ৰিকাই বান্ধি দিয়া ১২৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ৯৩ ৰানতে অলআউট ভাৰত। ১৫ বছৰৰ পাছত ভাৰতৰ মাটিত টেষ্ট জয়ৰ সোৱাদ বাভুমা বাহিনীৰ।
2 Min read
Advertisment