Advertisment
Mrinmoy Talukdar

Mrinmoy Talukdar

thumb
Assamese

অসমৰ সিংঘম, এতিয়া বিহাৰৰ বিধায়ক

আনন্দ মিশ্ৰ, ৰিয়েল লাইফৰ সিংঘম ! আনন্দ মিশ্ৰ এতিয়া হ'ল বিধায়ক। আনন্দ মিশ্ৰ এতিয়া বিহাৰৰ জনপ্ৰতিনিধি। আনন্দ মিশ্ৰৰ জনপ্ৰতিনিধি হোৱাৰ সপোন অৱশেষত পূৰ হ'ল।
2 Min read
THUMB
Assamese

মোদীক প্ৰশংসা, ভাৰতৰ প্ৰতি নৰম মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প !

অৱশেষত ভাৰতৰ প্ৰতি নৰম হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। অতি শীঘ্ৰেই ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা ৫০ শতাংশ বাণিজ্য শুল্ক হ্ৰাসৰ ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ।
2 Min read
THUMB
Assamese

কঠোৰ BCCI ! কি সিদ্ধান্ত ল'ব ৰোহিত-বিৰাটে ?

ঘৰুৱা ক্ৰিকেট খেলিব লাগিব ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে। BCCIৰ স্পষ্ট বাৰ্তা- টীম ইণ্ডিয়াত স্থান লাভ কৰিবলৈ হ'লে দুই তাৰকাই ঘৰুৱা ক্ৰিকেট খেলাটো বাধ্যতামূলক।
2 Min read
THUMB
Assamese

জুবিন দাই প্ৰায়ে সুধিছিল- টকা পইছাৰ অসুবিধা হৈছে নেকি?

জুবিন গাৰ্গৰ বাসগৃহৰ সুৰক্ষা কৰ্মী আছিল কলিয়াবৰ গৰৈমাৰীৰ এজন ব্যক্তি । কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ দুখ সহিব নোৱাৰি অৱশেষত চাকৰি এৰি কলিয়াবৰৰ নিজ গৃহলৈ উভতি গ'ল পবিত্ৰ বৰা।
2 Min read
THUMB
Assamese

একেখন মঞ্চত তিনি গগৈ ! কি পৰামৰ্শ মুখ্যমন্ত্ৰীৰ ?

বিজেপিক পৰাভূত কৰিবলৈ ’২৬ত একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত বিৰোধী দলসমূহৰ। ‘মিত্ৰতা কৰেই যদি ফোনত কৰিলেই হ’ল, মিটিং কিয় পাতিব লাগে’- প্ৰশ্ন মুখ্যমন্ত্ৰীৰ।
2 Min read
THUMB
Assamese

ৰাজ্যবাসীক কিয় সাৱধান হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে?

‘দিল্লীৰ ঘটনাটো শিক্ষিত লোকে কৰা জেহাদ’। তেওঁলোক উচ্চ শিক্ষিত হ’লেও বোমাই প্ৰস্তুত কৰিব’। ‘অসমৰ জনতাও বহুকেইদিনলৈ সাৱধান হৈ থাকিব লাগিব’-মুখ্যমন্ত্ৰী।
2 Min read
Thumb
Assamese

বিজেপিক ৰুধিবলৈ ব্যাপক প্ৰস্তুতি কংগ্ৰেছৰ

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখনকৈ বৈঠক। বিজেপিক ৰুধিবলৈ একপ্ৰকাৰ প্ৰস্তুতি আৰম্ভ কৰিছে কংগ্ৰেছে। 
1 Min read
Thumb
Assamese

ভাগৰ নলগাকৈ বেদখলকাৰীৰ বিৰুদ্ধে চলিব বুল'ডজাৰ- মুখ্যমন্ত্ৰী

ৰাজ্যত অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে চলিব উচ্ছেদ অভিযান। ভাগৰ নলগালৈকে চৰকাৰে উচ্ছেদ চলাই যাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ
1 Min read
Thumb
Assamese

উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ সমৰ্থক হৈছে মিঞা মুছলমান

উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ সমৰ্থক হৈছে মিঞা মুছলমান। ২ বছৰ পাছত এই মিঞা মুছলমানসকলে পাহৰি যাব জুবিন গাৰ্গক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ।
2 Min read
Thumb
Assamese

কঠোৰ মুখ্যমন্ত্ৰী ! কাকো ৰেহাই নিদিয়াৰ হুংকাৰ

সোমবাৰে সন্ধিয়া এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছিল দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। দিল্লীৰ বিস্ফোৰণৰ পাছতেই কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।
1 Min read
Advertisment