Assamese দিল্লীৰ ভয়ংকৰ বিস্ফোৰণৰ ন ন তথ্য পোহৰলৈ এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছিল দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। লালকিল্লাৰ সন্মুখত সংঘটিত এই ভয়ানক বিস্ফোৰণে জোকাৰি গৈছে সমগ্ৰ দেশ। বিস্ফোৰণত ৮ জনকৈ লোক মৃত্যুমুখত পৰিছে।
Assamese আধাৰ কাৰ্ডেৰে আপুনি উলিয়াব পাৰিব ধন ! এতিয়াৰে পৰা লগত পাৰ্চ নিব পাহৰিলেও আপোনাৰ আলৈ- আথানি নহ'ব। লগত নগদ ধন, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড নাথাকিলেও এতিয়াৰে পৰা আপুনি আধাৰ নম্বৰৰ সহায়ত টকা উলিয়াব পাৰিব।
Assamese শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া অমিত ছেহৰা আজি কোটিপতি ভাগ্যই কেতিয়া কাৰ লগত খেল খেলিব সেয়া কোৱাটো বৰ টান! শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া অমিত ছেহৰা নামৰ এজন ব্যক্তি আজি কোটিপতি। সঁচাকৈয়ে ভাগ্যই ৰজাক দৰিদ্ৰ আৰু দৰিদ্ৰক ৰজালৈ ৰূপান্তৰিত কৰিব পাৰে।
Assamese এইবাৰ চোৰৰ টাৰ্গেট আৰক্ষী চকী সাধাৰণ ৰাইজ নহয়, চোৰৰ টাৰ্গেটত এইবাৰ আৰক্ষী চকী। ৰাজ্যত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত ঘটনা। কাছাৰৰ কাটিগড়া আৰক্ষী চকীত এইবাৰ চোৰে চলালে তাণ্ডৱ।
Assamese নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ জীৱিত সন্তানক মৃত সজালে পিতৃ-মাতৃয়ে! পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নাভূত-নাশ্ৰূত কাণ্ড। জীৱিত সন্তানক মৃত সজাই ভোটযুদ্ধত জয়ী হোৱাৰ অভিযোগ। পঞ্চায়তৰ সদস্য আঞ্জু আখতাৰৰ বিৰুদ্ধে এই অভিযোগ।
Assamese হেলমেট নিপিন্ধাৰ বাবেই ২০ লাখ ৭৪ হাজাৰ টকাৰ জৰিমনা উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত সংঘটিত হৈছে এক অদ্ভুদ ঘটনা। বাহনৰ নথি-পত্ৰ নথকা বাবে আৰু হেলমেট পৰিধান নকৰাৰ বাবে আৰক্ষীয়ে অনমোল সিং নামৰ এজন ব্যক্তিক বিহিলে ২০ লাখ টকাৰ জৰিমনা। কিন্তু কিহৰ বাবে ২০ লাখ ৭৪ হাজাৰ টকাৰ জৰিমনা বিহিলে আৰক্ষীয়ে?
Assamese জনজাতিকৰণৰ বিৰোধিতাৰে ১ লাখ ট্ৰাইবেল লোকৰ প্ৰতিবাদ ৰাজ্যত এফালে জনজাতিকৰণৰ দাবী আনফালে জনজাতিকৰণৰ বিৰোধিতা। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ দাবীৰে ধাৰাবাহিকভাৱে চলি থকা প্ৰতিবাদৰ মাজতেই এইবাৰ জনজাতিকৰণৰ বিৰোধিতাৰে চৰকাৰলৈ হুংকাৰ।
Assamese অসমত এতিয়া ৰিক্সাচালক, ঠেলা চালকৰ সন্তানেও লাভ কৰে ACS চাকৰি- মুখ্যমন্ত্ৰী আবেগক বাদ দি যুক্তিৰ ভিত্তিত নতুন অসম গঢ়াৰ অংগীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিযুক্তি সমাৰোহত মুখ্যমন্ত্ৰীৰ মন্তব্য- এতিয়া ৰিক্সাচালক আৰু ঠেলা চালকৰ সন্তানেও লাভ কৰে ACS চাকৰি।
Assamese পানীৰ অভাৱ ! ভয়ংকৰ বিপদৰ দিশে বিশ্বৰ অন্যতম এখন পুৰণি চহৰ ইৰানৰ ঐতিহাসিক চহৰ তেহৰানত পানীৰ অভাৱতে প্ৰাণ যাওঁ যাওঁ অৱস্থা প্ৰায় ১ কোটি লোকৰ। সেয়ে পানী বিচাৰি ডিচেম্বৰৰ পিছত হয়তো তেহৰান এৰিব লাগিব স্থানীয় লোকে। দেশখনৰ ৰাষ্ট্ৰপতিয়ে ব্যক্ত কৰিছে এই অনাকাংক্ষিত সম্ভাৱনা।
Assamese লুইতৰ ওপৰত বায়ুসেনাৰ যুঁজাৰু বিমানে দেখুৱালে শক্তি, বীৰত্ব আৰু পৰাক্ৰম গুৱাহাটী মহানগৰীৰ আকাশত আজি দেখা গ'ল ভাৰতীয় বায়ু সেনাৰ পৰাক্ৰম আৰু বীৰত্ব। ইখনৰ পাছত সিখন যুদ্ধবিমানে আজি দেখুৱালে বায়ুসেনাৰ শক্তি, সামৰ্থ্য আৰু সাহস।