Assamese অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। টেষ্ট শৃংখলাত ক্লীন শ্বুইপ গিল বাহিনীৰ। অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। আহমেদাবাদৰ পাছত দিল্লী টেষ্টতো মুখঠেকেচা কেৰিবিয়ান বাহিনীৰ। দিল্লী টেষ্টত জয়েৰে শৃংখলাত ক্লীন শ্বুইপ গিল বাহিনীৰ। আনহাতে দিল্লী টেষ্ট জয়ৰ পাছতেই কেইবাটাও ৰেকৰ্ড গঢ়িছে টীম ইণ্ডিয়াই।
Assamese কালি গোটেই ৰাতি বৌয়ে কান্দি আছে... CIDৰ কাৰ্যালয়ত জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ। চিআইডিয়ে ভাষ্য গ্রহণ কৰিলে অৰুণ গাৰ্গৰ। CIDৰ কাৰ্যালয়ত হাজিৰ হৈ অৰুণ গাৰ্গে ক'লে- কালি গোটেই ৰাতি বৌয়ে কান্দি আছে, মোক এতিয়া কেৱল দাদাৰ ন্যায় লাগে।
Assamese কুলদ্বীপ যাদৱৰ স্পীন ঘূৰ্ণিত দিশহাৰা কেৰিবিয়ান বাহিনী টীম ইণ্ডিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টতো বেটিং বিপৰ্যয়ৰ সম্মুখীন হৈছে ৱেষ্ট ইণ্ডিজ দল। কুলদ্বীপ যাদৱৰ স্পীন ঘূৰ্ণিত একপ্ৰকাৰ দিশহাৰা হৈ পৰিল কেৰিবিয়ান বাহিনী। ভাৰতৰ ৫১৮ ৰানৰ প্ৰত্যুত্তৰত ২৪৮ ৰানতে প্ৰথম ইনিংছ সামৰে ৱেষ্ট ইণ্ডিজে।
Assamese অসমৰ এইবাৰ যুঁজ এখন হ'ব-গৌৰৱ গগৈ '২৬ৰ নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। ঢেকিয়াজুলিত সদ্য বিজেপিত্যাগী বাতাচ ওৰাংসহ ৬ শতাধিক লোকৰ কংগ্ৰেছত যোগদান। যোগদান সভাতে মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ বিৰুদ্ধে বিস্ফোৰণ গৌৰৱ গগৈৰ।
Assamese তালিবান মন্ত্ৰীৰ সংবাদমেলত নিষিদ্ধ মহিলা সাংবাদিক! দেশজুৰি বিতৰ্ক ভাৰত ভ্ৰমণ কৰিছে আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমীৰ খান মুত্তাকীয়ে। কিন্তু মন্ত্ৰীজনৰ সংবাদমেললৈ মহিলা সাংবাদিকক নিমন্ত্ৰণ নকৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
Assamese চিকিৎসালয়ৰ ভিতৰতে মাতৃক হত্যা! আৰক্ষীৰ জালত কুলাংগাৰ পুত্ৰ এক ভয়ংকৰ ঘটনা। পাষণ্ড, কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী মাতৃয়ে। শ্ৰীভূমি অসামৰিক চিকিৎসালয়ৰ ভিতৰতে সংঘটিত হৈছে এই ঘটনা। এতিয়া প্ৰশ্ন হৈছে- কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে মানুহ?
Assamese জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি নকৰিব কংগ্ৰেছ দলৰ হাতত কোনো ইচ্ছু নাই। প্ৰতিটো নিৰ্বাচনত শূণ্য হৈ আহিছে কংগ্ৰেছ দল। কংগ্ৰেছলৈ কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাঘেৰিটাৰ আহ্বান-জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি নকৰিব।
Assamese ঋষভ পণ্টক অতিক্ৰম, WTCত কেইবাটাও অভিলেখ শুভমন গিলৰ টেষ্ট ক্ৰিকেটত আন এক অভিলেখ শুভমন গিলৰ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টক অতিক্ৰম কৰে গিলে। পণ্টক অতিক্ৰম কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈত পৰিণত হয় গিল।
Assamese দেশৰ লাখ লাখ কৃষকলৈ বৃহৎ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ লাখ লাখ কৃষকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ উপহাৰ। দেশৰ কৃষকসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। কৃষক আৰু পশুপালকৰ বাবে ৪২ হাজাৰ কোটি টকাৰ যোজনা মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
Assamese পুনৰ চমন জাৰি, CID কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সঠিকভাৱে চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিকভাৱে তদন্ত। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত এইপৰ্যন্ত সহযোগিতা কৰা নাই ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াই। শীঘ্ৰেই CID কাৰ্যালয়ত উপস্থিত হ’ব লাগিব জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টীত উপস্থিত থকা প্ৰৱাসী অসমীয়া।