Advertisment
Mrinmoy Talukdar

Mrinmoy Talukdar

Thumb
Assamese

অসমত মিঞা মুছলমানৰ জনসংখ্যা বৃদ্ধি পাব ৩৮ শতাংশলৈ!

সলনি হবলৈ গৈ আছে অসমৰ জনগাঁথনি। পৰৱর্তী লোকপিয়লত অসমত মিঞা মুছলমানৰ জনসংখ্যা বৃদ্ধি পাব ৩৮ শতাংশলৈ। ভৱিষ্যতে মিঞা মুছলমানসকল অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব ।
2 Min read
Thumb
Assamese

আমি সূতা, লুঙীৰ ৰাজনীতি কৰা নাই-মুখ্যমন্ত্ৰী

আমি সূতা, লুঙীৰ ৰাজনীতি কৰা নাই। অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিবলৈ আমি কষ্ট কৰিছোঁ, সংগ্ৰাম কৰিছোঁ ৷ এনেধৰণৰ কাম যদি কংগ্ৰেছে কৰিলেহেঁতেন আমাৰ অসমৰ পৰা দৰিদ্ৰতা কেতিয়াবাই নোহোৱা হ'লহেঁতেন ৷
2 Min read
Thumb
Assamese

গৌৰৱ গগৈয়ে কিয় নুবুজে মিঠাতেলৰ মূল্য?

'ইংৰাজৰ শাসনৰ তলত যাব বিচাৰিছে এতিয়া কংগ্ৰেছে দল'। গৌৰৱ গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য,'গৌৰৱ গগৈৰ সন্তানে sun flowerৰ তেল খাই বাবে মিঠাতেলৰ মূল্য বুজি নাপায়'।
2 Min read
Thumb
Assamese

জয়ছোৱালৰ শতক! ভংগ দ্ৰাবিড়-কোহলী-গাংগুলীৰ ৰেকৰ্ড

যশস্বী জয়ছোৱালৰ অপৰাজিত শতকৰ সহায়ত দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত দৃঢ় আৰম্ভণি টীম ইণ্ডিয়াৰ। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত আজি কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় যুৱ বেটাৰ জয়ছোৱালে। 
1 Min read
Thumb
Assamese

মহিলা বিশ্বকাপত প্ৰথমটো পৰাজয় টীম ইণ্ডিয়াৰ

অথলে গ'ল ৰিছা ঘোষৰ বিস্ফোৰক ইনিংছ। দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত টীম ইণ্ডিয়া। বিশাখাপট্টনমত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত টীম ইণ্ডিয়া। মহিলা বিশ্বকাপত এয়া প্ৰথমটো পৰাজয় টীম ইণ্ডিয়াৰ।
1 Min read
THUMB
Assamese

গম্ভীৰৰ বাবেই অৱসৰ ল’বলৈ বাধ্য হৈছে ৰোহিত, কোহলী !

গম্ভীৰক ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ পাছতে ভাৰতীয় ক্ৰিকেটৰ ভিতৰত গঢ় লৈ উঠিছে এক অস্বস্তিকৰ পৰিৱেশ। ভাৰতীয় দলত এতিয়া এনে এক পৰিবেশৰ সৃষ্টি হৈছে যে বিৰাট কোহলী, ৰোহিত শৰ্মা, আৰ অশ্বিনৰ দৰে খেলুৱৈয়ে আগতীয়াকৈ অৱসৰ ল’বলৈ বাধ্য হৈছে।
2 Min read
Thumb
Assamese

মুখ খুলিছে ৰোহিতে। "মই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে..."

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ৰোহিত শৰ্মাক অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ পাছতে প্ৰথমবাৰলৈ মুখ খুলিছে ৰোহিতে। ৰোহিতে কয়, "মই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি ভাল পাওঁ। মই অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি ভাল পাওঁ।
2 Min read
Thumb
Assamese

ভয়ংকৰ দুৰ্ঘটনা, এইপৰ্যন্ত ১৮ জনৰ মৃত্যু

হিমাচল প্ৰদেশৰ বিলাসপুৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।  ভূমিস্খলনৰ ফলত পাহাৰীয়া পথৰ পৰা দ খাৱৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ। এই শোকাৱহ দুৰ্ঘটনাত এইপৰ্যন্ত ১৮ জন লোকৰ মৃত্যু ।
1 Min read
Thumb
Assamese

“২০ দিন …মই সঁচাই আছো নে জীয়াই ?” গৰিমা শ‌ইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট

জুবিন গাৰ্গবিহীন ২০টা দিন। জুবিন গাৰ্গৰ বাবে ন্যায়ৰ আশাত বন্দী পত্নী গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত পুনৰ আৱেগিক পোষ্ট। সামাজিক মাধ্যমত গৰিমাই লিখিছে, “২০ দিন …মই সঁচাই আছো নে জীয়াই ?”
2 Min read
Thumb
Assamese

জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ

জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ। SITৰ জেৰাৰ পিছতে গ্ৰেপ্তাৰ সন্দীপন গাৰ্গক। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়ট পাৰ্টীত আছিল সন্দীপন। আজি CID কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয় সন্দীপনক।
2 Min read
Advertisment