Assamese কিয় হঠাতে ৰাজনীতি বেয়া পোৱা হ'ল দীপলীনা ডেকাই ? জুবিন গাৰ্গকলৈ আৰম্ভ হৈছে বোকা চটিওৱাৰ তৰল ৰাজনীতি। কি শাসক- কি বিৰোধী, সকলো যেন একে নাওঁৰে যাত্ৰী। ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে মৃত্যুৰ পাছতো একাংশই ব্যৱহাৰ কৰিবলৈ এৰা নাই জুবিন গাৰ্গক।
Assamese দাতা কৰ্ণ জুবিন গাৰ্গ, দুই দেহৰক্ষীৰ একাউণ্টযোগে ১ কোটিৰো অধিক টকাৰ লেনদেন দাতা কৰ্ণ আছিল জুবিন গাৰ্গ। ষ্টুডিঅ’ত গান গোৱা পইচা নিজে নাৰাখি দিছিল দুই দেহৰক্ষীক। বৰা আৰু বৈশ্য নামৰ দুই দেহৰক্ষীৰ একাউণ্টত হৈছিল ১ কোটিৰো অধিক টকাৰ লেনদেন।
Assamese হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট জুবিন গাৰ্গৰ মৃত্যুৰ দুটা পষেকৰ পাছত জুবিন গাৰ্গক লৈ পত্নী গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট। সামাজিক মাধ্যমত জুবিন গাৰ্গৰ সৈতে উঠা অন্তিমখন ফটো শ্বেয়াৰ কৰিলে গৰিমাই লিখিছে- 'মোক উত্তৰ লাগে'।
Assamese '২৬ত মোক ভোট দিয়ক, মিঠাতেলো ফ্ৰী দিম-মুখ্যমন্ত্ৰী ৰাজ্যত শুভাৰম্ভ হ’ল অৰুণোদয় ৩.০ আঁচনি। আজিৰে পৰাই লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ১২৫০ টকাকৈ ধন। ৰাজ্যৰ ৩০ লাখ মহিলাক সাঙুৰি লোৱা হৈছে অৰুণোদয় ৩.০ আঁচনিত।
Assamese উচ্চতম ন্যায়ালয়ত চাঞ্চল্যকৰ ঘটনা। মুখ্য ন্যায়াধীশক অপদষ্টৰ চেষ্টা অধিবক্তাৰ উচ্চতম ন্যায়ালয়ত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা গোচৰক লৈ শুনানি চলি থকাৰ মাজতে মুখ্য ন্যায়াধীশক অপদস্থ কৰাৰ চেষ্টা চলাই এজন অধিবক্তাই।
Assamese সপোন পূৰণ নহ'ব নেকি ৰোহিত-কোহলীৰ? কঠোৰ BCCI ! অনিশ্চয়তাৰ দিশে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ক্ৰিকেট কেৰিয়াৰ। ঘৰুৱা ক্ৰিকেটত ব্যৰ্থ হলেই অন্ত হ'ব পাৰে দুই তাৰকাৰ কেৰিয়াৰ। ২০২৭ চনৰ বিশ্বকাপ খেলাকলৈও নাই কোনো নিশ্চয়তা।
Assamese ৰিয়ান পৰাগৰ অৰ্ধশতকৰ হেট্ৰিক, কিন্তু ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন? সুন্দৰ ফৰ্মত থকাৰ পিছতো অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাত ভাৰতীয় দলত স্থান লাভ নকৰিলে অলৰাউণ্ডাৰ ৰিয়ান পৰাগে। শেহতীয়াভাৱে অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া মেচৰ শৃংখলাটোত বেটেৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে ৰিয়ানে।
Assamese চুপাৰ চানডেত ভাৰতৰ হাতত পুনৰ মুখঠেকেচা পাকিস্তানৰ চুপাৰ চানডেৰ হাইভল্টেজ খেলত ভাৰতৰ হাতত আকৌ ধৰাশায়ী পাকিস্তান। কলম্বোত অনুষ্ঠিত মহিলা বিশ্বকাপৰ হাইভল্টেজ খেলত ৮৮ ৰানৰ বৃহত ব্যৱধানত পৰাস্ত পাকিস্তান।
Assamese ট্ৰাম্পৰ নতুন সিদ্ধান্তত বিপদত শ শ মুছলীম আৰু শিখ ধৰ্মীয় লোক ! ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে পুনৰ গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা আমেৰিকাৰ সৈন্যসকলে দাড়ি ৰাখিব নোৱাৰিব। ৩০ ছেপ্টেম্বৰত জাৰি কৰা এই কঠোৰ নিৰ্দেশনাৰ অধীনত আমেৰিকাৰ সামৰিক সৈন্যই এতিয়াৰ পৰা দাড়ি ৰাখিব নোৱাৰিব।
Assamese BTCৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ হাগ্ৰামা মহিলাৰীৰ BTCৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰিলে হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰৰ বডোফা নগৰত হাগ্ৰামাৰ শপতগ্ৰহণলৈ প্ৰতিকুল বতৰকো নেওচি আহিল হাজাৰ হাজাৰ লোক।