Assamese ভয়ংকৰ ষড়যন্ত্ৰ! বিহ দি জুবিনক হত্যাঃ শেখৰৰ বিস্ফোৰণ কাৰ কি অপকাৰ কৰিছিল জুবিন গাৰ্গে? CIDৰ জিম্মাত থকা শেখৰৰ বিস্ফোৰণ - ‘সিদ্ধাৰ্থ, শ্যামকানু মহন্তই বিদেশী সুৰাৰ লগত দিছিল বিহ’। ৰিমাণ্ড নোটত শেখৰৰ ইটোৰ পিছত সিটো বিস্ফোৰণ।
Assamese শ্যামকানু মহন্তৰ হৈ উকালতি কৰা কোন এই অধিবক্তা ৰাজ কমল? জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে লেখ আৱেদন। এই লেখ আৱেদন দাখিল কৰাত শ্যামকানু মহন্তক সহায় কৰিলে উচ্চতম ন্যায়ালয়ৰ এগৰাকী পৰিচিত অধিবক্তা ৰাজ কমলে। Assam | Guwahati |
Assamese ২০২৩ত দেশত অপৰাধৰ সংখ্যা ৭.২%লৈ বৃদ্ধি! NCRBৰ উদ্বেগজনক তথ্য দেশত বৃদ্ধি পাইছে গুৰুতৰ অপৰাধজনিত ঘটনাৰ সংখ্যা। ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীয়ন ব্যুৰ’ৰ শেহতীয়া প্ৰতিবেদনত উদ্বেগজনক তথ্য। ২০২৩ বৰ্ষত পঞ্জীয়ন ৬২ লাখৰো অধিক গুৰুতৰ অপৰাধৰ গোচৰ।
Assamese হেণ্ডকাফ লগাই নহয়, মুখ ঢাকি আনিব লাগিছিল শ্যামকানুকঃ জ্যেষ্ঠ অধিবক্তা এ কে ভূঞা 'শ্যামকানু মহন্তৰ মুখখন ঢাকি আনিব লাগিছিল'। 'নিৰাপত্তাৰ প্ৰতি ভাবুকি নাথাকিলে আইনৰ মতে মানুহ এজনক হেণ্ডকাফ লগাবই নোৱাৰে'। -জ্যেষ্ঠ অধিবক্তা এ কে ভূঞা। Assam | Guwahati |
Assamese জুবিন যেন আমাৰ দেউতা! ৰাজহুৱা মুণ্ডন কৰি জুবিনলৈ শ্ৰদ্ধাঞ্জলি অনুৰাগীৰ জুবিনৰ তিলনী পাতি ৰাজহুৱা মুণ্ডন অনুৰাগীৰ। সম্পূৰ্ণ মায়ামৰা সম্প্ৰদায়ৰ পৰম্পৰা অনুসৰি অনুষ্ঠিত আধ্যাত্মিক অনুষ্ঠানত জুবিনলৈ ব্যতিক্ৰমী ৰূপত শ্ৰদ্ধাঞ্জলি জনালে অনুৰাগীয়ে। অসম | গুৱাহাটী | যোৰহাট | ডিব্ৰুগড় | শীৰ্ষ খবৰ |
Assamese জ্যোতি, ৰাভা, ভূপেনৰ পিছত জুবিন সংগীত... দিয়া হ'ব 'জুবিন গাৰ্গ সোঁৱৰণি শ্ৰেষ্ঠ গায়ক বঁটা' জুবিন গাৰ্গৰ পৱিত্ৰ সোঁৱৰণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰিব 'জুবিন গাৰ্গ সোঁৱৰণি শ্ৰেষ্ঠ গায়ক বঁটা'। অনুষ্ঠিত কৰিব 'জুবিন সংগীত' প্ৰতিযোগিতা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ল'লে এই সিদ্ধান্ত। যোৰহাট | গুৱাহাটী | অসম | শীৰ্ষ খবৰ
Assamese জুবিনৰ টকা কেনেকৈ সৰকাইছিল সিদ্ধাৰ্থে? বিস্ফোৰক তথ্য আছে মানস ৰবীনৰ হাতত। জুবিন গাৰ্গৰ সতীৰ্থ মানস ৰবীনৰ বিস্ফোৰণ। জুবিনৰ ধন আত্মসাতৰ বিস্ফোৰক প্ৰমাণ আছে মানস ৰবীনৰ হাতত। সেই প্ৰমাণ CIDক দিবলৈ সাজু জুবিন গাৰ্গৰ বন্ধু মানস ৰবীন।
Assamese আদিবাসী যুৱকক জুবিনে দিলে 'গাৰ্গ' উপাধি। জুবিনক মুখাগ্নি কৰা কোন এই অৰুণ গাৰ্গ? জুবিন গাৰ্গৰ লগত থকা অৰুণ চাচনি কেনেকৈ হ'ল অৰুণ গাৰ্গ? কিমান মহান আছিল জুবিন গাৰ্গ? যি জুবিনে এজন আদিবাসী যুৱকক প্ৰদান কৰিলে নিজৰ উপাধি। এই কাহিনী অৰুণ গাৰ্গৰ।
Assamese জুবিন অমৰ, এটা গান আজি প্ৰাৰ্থনা। সেই গান 'মায়াবিনী ৰাতিৰ বুকুত...' এটা গান হৈ পৰিল প্ৰাৰ্থনা। এটা গান সঁচাকৈ হৈ পৰিল ভগৱানক আৰাধনা কৰা এটা পবিত্ৰ প্ৰাৰ্থনা। 'মায়াবিনী ৰাতিৰ বুকুত...' এতিয়া অসমৰ প্ৰতিটো প্ৰান্তে-প্ৰান্তে। তেজপুৰ | ডিব্ৰুগড় | শীৰ্ষ খবৰ | যোৰহাট | গুৱাহাটী
Assamese সিদ্ধাৰ্থই জুবিন দাক কোনো বাধা দিয়া নাছিলঃ শেখৰ সেই দিনা কি হৈছিল জুবিন গাৰ্গৰ সৈতে? ছিংগাপুৰৰ সমুদ্ৰ তীৰত সংঘটিত সমগ্ৰ ঘটনাৰ বৰ্ণনা দিলে সংগী শেখৰজ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গৰ ছিংগাপুৰ যাত্ৰাৰ অন্যতম সংগী শেখৰ গোস্বামীৰ বিস্ফোৰক তথ্য। শীৰ্ষ খবৰ | ডিব্ৰুগড় | শিলচৰ | যোৰহাট | গুৱাহাটী | অসম