Advertisment
Naba Gogoi

Naba Gogoi

thumb
Assamese

জুবিন মানৱদৰদী আছিল, তেওঁ সঁচাই কাঞ্চনজংঘাঃ ৰাহুল গান্ধী

'জুবিন গাৰ্গে কৈছিল তেওঁ কাঞ্চনজংঘা, সঁচাই তেওঁৰ গাত কাঞ্চনজংঘাৰ গুণ আছে'। 'জুবিন গাৰ্গৰ মৃত্যু সমগ্ৰ অসমৰ বাবে অপুৰণীয় ক্ষতি'। গৰিমা শইকীয়া গাৰ্গক সাক্ষাতৰ অন্তত ৰাহুল গান্ধীৰ এই মন্তব্য।
2 Min read
thumb
Assamese

কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস। মহিলাৰ পৰা চিলনী চোৰে থপিয়াই নিলে ১ লাখ ৪০ হাজাৰ টকাৰ বেগ।

কলিয়াবৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চিলনী চোৰৰ সন্ত্ৰাস। কেতিয়াবা যদি মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই, কেতিয়াবা আকৌ মহিলাৰ হাতৰ পৰা বেগ থপিয়াই।
1 Min read
THUMB
Assamese

SITয়ে মাতিছে বিশিষ্ট ব্যক্তিক। কিন্তু চলন্ত তদন্ত প্ৰক্ৰিয়াত বাধা দিলে বিশিষ্ট ব্য়ক্তি হ'ব নেকি দোষী? কি কয় আইনে?

বিশিষ্ট ব্যক্তিক SITয়ে মাতি আলোচনা কৰিলে তদন্তত বাধা হ'ব নেকি? আইন মতে এটা চলন্ত গোচৰ বা তদন্ত প্ৰক্ৰিয়াত কোনোৱে যদি বাধা দিয়ে তেন্তে কোন কিমান দোষী হ'ব? DY365ৰ পৰিচালন সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক কুমুদ দাসৰ দৃষ্টিত SITৰ আমন্ত্ৰণক লৈ কিছু আলোকপাত।
1 Min read
THUMB
Assamese

মোৰ ঠাইত আইনী আৰু চিকিৎসা বিশেষজ্ঞক বৈঠকলৈ মাতকঃ অনুৰাধা শৰ্মা পূজাৰী

SITৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে। সামাজিক মাধ্যমত প'ষ্ট কৰি সাহিত্যিকগৰাকীয়ে SITক জনালে আহ্বান। 'মোৰ স্থানত আইনী আৰু চিকিৎসাৰ বিষয়ে জ্ঞান থকা বিশেষজ্ঞক বৈঠকলৈ আমন্ত্ৰণ কৰা হ'লেহে তদন্ত প্ৰক্ৰিয়াত উপযুক্ত মতামত দিব পাৰিলেহেঁতেন'।
2 Min read
thumb
Assamese

নাবালিকা ধৰ্ষণকাৰী ৰাজদ্বীপ দাস বৰভূঞাক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড

নাবালিকাৰে কু-কাণ্ড কৰা ৰাজদ্বীপ দাস বৰভূঞা নামৰ লম্পটক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে। ২০২৪ৰ ১১ অক্টোবৰত নৱমীৰ দিনা কাছাৰ জিলাৰ উধাৰবন্ধ মধুৰাত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড।
1 Min read
thumb
Assamese

জুবিন গাৰ্গে ন্যায় পোৱা নাই, কেনেকৈ দীপাৱলী পালন কৰে অসমীয়াই? শব্দহীনভাৱে দীপাৱলী উদযাপন আহ্বান

জুবিন গাৰ্গ বিহীন কোনো উত্সৱেই পালন কৰিব পৰা নাই অসমীয়াই। পূজাৰ পিছত এতিয়া পোহৰৰ উত্সৱ দীপাৱলী। কিন্তু জুবিন গাৰ্গ বিহীন প্ৰথমটো দীপাৱলী পালন কৰিব অসমীয়াই। ব্যথিত মনেৰে এইবাৰ অসমবাসীক শব্দবিহীন দীপাৱলী পালনৰ আহ্বান।
2 Min read
thumb
Assamese

ভাঙি পেলোৱা হ'ব নেকি পেৰিছৰ আইফেল টাৱাৰ?

সঁচাকৈ ভাঙি পেলোৱা হ'ব নেকি বিশ্ব প্ৰসিদ্ধ আইফেল টাৱাৰ? ২০২৬ত আইফেল টাৱাৰ ভাঙি পেলাব বুলি ওলোৱা খবৰ কিমান সঁচা? কিয় আইফেল টাৱাৰ ভাঙিবলৈ ওলাইছে ফ্ৰান্সে? সামাজিক মাধ্যমত ব্যাপক চৰ্চা।
THUMB
Assamese

চাকৰি নাই, বিপদ পৰিছে নেকি? চিন্তা নকৰিব, ১ লাখ টকাৰে আৰম্ভ কৰক এইকেইটা ব্যৱসায়...

মাত্ৰ ১ লাখ টকা যোগাৰ কৰক। কৰক এইকেইটা ব্যৱসায়। লাহে লাহে আপুনিও এদিন হৈ পৰিব উদ্যোগপতি। বহুতেই চাকৰি এৰি আগ্ৰহী হৈছে ব্যৱসায়ৰ প্ৰতি। ১ লাখ টকাত কি কি ব্যৱসায় কৰিব পাৰিব আপুনি?
doctor
Assamese

পঞ্চভূতত বিলীন চিকিৎসক ডাঃ খৰ্গেশ্বৰ লাহনৰ নশ্বৰদেহ

লণ্ডনত স্ত্ৰী ৰোগ আৰু প্ৰসূতি বিভাগৰ চিকিৎসক হিচাপে কৰ্মৰত ডাঃ খৰ্গেশ্বৰ লাহনৰ অন্তিম সৎকাৰ সম্পন্ন। গৃহ ভূমি টিংখাঙত অগণন গুণমুগ্ধৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন বিশিষ্ট চিকিৎসকগৰাকীৰ।
2 Min read
WhatsApp
Assamese

ঘৰৰ পৰাই হোৱাটছএপ কৰি লাভ কৰক চৰকাৰী নথি! চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

চৰকাৰে জনতাক দিলে ভাল খবৰ। হোৱাটছএপ কৰিয়েই লাভ কৰক জন্ম, জাতি, আৰু বিবাহৰ প্ৰমাণ পত্ৰ, সম্পত্তি কৰ, আৰু ড্ৰাইভিং লাইচেন্স। যাব নালাগে চৰকাৰী কাৰ্যালয়, পাতিব নালাগে শাৰী...
2 Min read
Advertisment