Assamese যুদ্ধবিৰতি, নহ'ব আক্ৰমণ! শান্তি চুক্তি পাকিস্তান-আফগানিস্তানৰ দীঘলীয়া বৈঠকৰ অন্তত যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰিলে পাকিস্তান-আফগানিস্তানে। কাটাৰৰ ৰাজধানী ডোহাত শেষ নিশালৈকে দুয়ো দেশৰ প্ৰতিনিধিৰে বৈঠক। যুদ্ধবিৰতিৰ কথা বিবৃতিৰ জৰিয়তে ৰাজহুৱা কৰে কাটাৰৰ বিদেশ মন্ত্ৰালয়ে।
Assamese জুবিনক লৈ ব্যৱসায় নহয়! জুবিন ক্ষেত্ৰত দিব নোৱাৰিব দোকান, দোকান উঠাই নিনিলে চলিব উচ্ছেদ সোণাপুৰৰ জুবিন ক্ষেত্ৰত দিব নোৱাৰিব দোকান! দোকান উঠাই নিনিলে ৬ দিনৰ পিছত নিকতৱৰ্তী স্থানৰ দোকানত চলিব উচ্ছেদ। ১৭ অক্টোবৰত NHAI-এ জাৰি কৰিলে জাননী।
Assamese জুবিনে ন্যায় নাপালে মহাভাৰতৰ যুদ্ধ হ'বঃ খগেন গগৈ জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱা আজি এমাহ হ'ল। আজিও জুবিন গাৰ্গক পাহৰিব পৰা নাই কোটি কোটি অনুৰাগীয়ে। জুবিন গাৰ্গক স্মৰণ কৰি শিল্পী খগেন গগৈয়ে ক'লে- 'জুবিনে ন্যায় নাপালে মহাভাৰতৰ যুদ্ধ হ'ব'।
Assamese চৰকাৰী ঘৰত শিক্ষকৰ দুৰ্নীতি! PMAYৰ জিঅ’টেগিং কৰিবলৈ গৈ ৰাইজৰ ৰোষত শিক্ষক PMAY ঘৰৰ জিঅ’টেগিং কৰিবলৈ গৈ ৰাইজৰ ৰোষত শিক্ষক। জিঅ’টেগিঙৰ নামত সংঘটিত দুৰ্নীতিৰ অভিযোগ তুলি শিক্ষকক ঘেৰাও কৰিলে একাংশ লোকে। শ্রীভূমিত জিঅ’টেগিঙৰ দায়িত্ব থকা শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ।
Assamese সকলো বস্তুৰে দাম বাঢ়িছে, কিন্তু মাটি চাকিৰ দাম এতিয়াও মাত্ৰ ১ টকা জুবিনবিহীন প্ৰথমটো দীপাৱলী উদযাপন কৰিব অসমে। দীপাৱলীৰ বাবে যোগীঘোপাত মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত মৃৎ শিল্পী। সকলো বস্তুৰে দাম বাঢ়িলেও বঢ়া নাই মাটি চাকিৰ দাম।
Assamese 'তেওঁৰ লগত মোৰ বহুত কথা পাতিবলৈ আছে, তেওঁ মোৰ কথা শুনিব'- জুবিন ক্ষেত্ৰত উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ 'তেওঁৰ লগত মোৰ বহুত কথা পাতিবলৈ আছে, তেওঁ মোৰ কথা শুনিব'। 'শুকুৰবাৰে যিহেতু ঘটনাটো ঘটিছিল সেয়ে মই শুকুৰবাৰে ইয়ালৈ আহো'। উচুপি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ।
Assamese কাইলৈ ধনতেৰাছ, এইকেইটা সামগ্ৰী ক্ৰয় কৰক, পাব লক্ষ্মী দেৱীৰ আশীৰ্বাদ ধনতেৰাছত মাটি-বাৰী, গাড়ী-গহনা ক্ৰয় কৰাৰ শুভ সময় কেতিয়া? ধনতেৰাছৰ বিশেষ নক্ষত্ৰমণ্ডল কেতিয়া হয়? ধনতেৰাছত কি কি সামগ্ৰী কিনিলে পাব লক্ষ্মী দেৱীৰ আশীৰ্বাদ?
Assamese নগা দুৰ্বৃত্তৰ সন্ত্ৰাস! পিষ্টল দেখুৱাই অসমৰ ব্যৱসায়ীক অপহৰণৰ চেষ্টা গোলাঘাটৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানত চাঞ্চল্যকৰ ঘটনা। অসমৰ ব্যৱসায়ীক পিষ্টল দেখুৱাই অপহৰণৰ চেষ্টা নগা দুৰ্বৃত্তৰ। দিন দুপৰতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা লোকজনক অপহৰণৰ চেষ্টা নগা দুৰ্বৃত্তৰ।
Assamese মন্ত্ৰী হ'ব BPFৰ চৰণ বড়ো। কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ DY365ৰ হাতত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ তথ্য। মাজবাটৰ বিপিএফ বিধায়ক চৰণ বড়োৱে মন্ত্ৰীসভাত স্থান পোৱাটো নিশ্চিত। শনিবাৰে দিনৰ ১১ বজাত নতুন মন্ত্ৰীৰূপে শপত ল’ব বড়োৱে।
Assamese জুবিনক ন্যায় দিবলৈ ছিংগাপুৰ আৰক্ষীত সুকীয়া গোচৰ দুলু আহমেদৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীত সুকীয়া গোচৰ দুলু আহমেদৰ। দুলু আহমেদৰ গোচৰটো গ্ৰহণ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। মেইলযোগে গোচৰটো সন্দৰ্ভত জনাইছে তথ্য।