Assamese সাৱধান! অনলাইন গেমত ধন হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ। অনলাইন গেমে মাতিব পাৰে বিপদ। অনলাইন গেমত ১৩ লাখ টকা হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ। সাৱধান হওক আপুনিও। সন্তানে যদি স্মাৰ্ট ফোন ব্যৱহাৰ কৰে কবৰ ৰাখক।
Assamese ৱাকফক লৈ ডাঙৰ নিৰ্দেশনা। মুছলমানৰ পক্ষত নে বিপক্ষে ক'লে SCয়ে? ৱাকফ সংশোধনী আইনক লৈ SCৰ অন্তৱৰ্তী নিৰ্দেশনা। উচচতম ন্যায়ালয়ে ২০২৫ চনৰ ৱাকফ (সংশোধনী) আইনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানিত কি কি স্থগিতাদেশ জাৰি কৰিলে SCয়ে।
Assamese এবছৰত থাকে ১৩ মাহ! ২০২৫ত উদযাপন কৰিছে ২০১৮ চনৰ নৱবৰ্ষ। পৃথিৱীৰ এখন দেশ যিখন দেশে বছৰত ১৩ মহীয়া কেলেণ্ডাৰ ব্যৱহাৰ কৰে। বিশ্বৰ আন আন দেশৰ পৰা প্ৰায় ৭-৮ বছৰ পিছ পৰি আছে দেশখন। এই বৰ্ষত দেশখনে উদযাপন কৰিছে ২০১৮ চনৰ নৱবৰ্ষ।
Assamese মোদী আহিব অসমলৈ। মোদীয়ে কি কি দিব অসমক? উত্তৰ-পূৱৰ কোন ৰাজ্যত কি কি উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে? মোদীউত্তৰ-পূৱ যাত্ৰা। অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানত অংশ ল’ব মোদীয়ে। ১৪ ছেপ্তেম্বৰত মঙলদৈ আৰু নুমলীগড়ত মোদীৰ অনুষ্ঠান।
Assamese BJP-এ গাড়ীত তেল ভৰালেই নহ'ব, BJP-এ গাড়ী চলাবও লাগিবঃ মুখ্য়মন্ত্ৰী 'BJP-এ গাড়ীত তেল ভৰালেই নহ'ব, BJP-এ গাড়ী চলাবও লাগিব'। 'তেতিয়াহে আপোনালোকে সহায়-সুবিধা লাভ কৰিব'। BTRত ৰাজনীতিৰ গৰম বতাহ। নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য।
Assamese অসম নহয়, উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ'ল নাগালেণ্ড। কিন্তু কোন ক্ষেত্ৰত? অসম নহয়, উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ'ল নাগালেণ্ড। কিন্তু কোন ক্ষেত্ৰত? পিএম গতিশক্তি আঁচনিৰ অধীনত ULIP অৰ্থাৎ ইউনিফাইড লজিষ্টিক ইন্টাৰফেচ প্লেটফৰ্ম একত্ৰিত কৰা উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে নাগালেণ্ড।
Assamese অপেক্ষাৰ অৱসান। পলমকৈ হ'লেও মিজোৰামৰ আলোকৰ যাত্ৰা। স্বাধীনতাৰ ৭৯ বছৰৰ পিছত মিজোৰামে পাব ৰে'ল সংযোগ! অন্ধকাৰৰ পৰা যেন পলমকৈ হ'লেও আলোকৰ যাত্ৰা মিজোৰামৰ। অৱশেষত মিজোৰামে পাব ৰে'ল সংযোগ। শনিবাৰে উত্তৰ-পূবৰ অন্যতম ৰাজ্য মিজোৰামৰ প্ৰথমখন ৰে’লৰ ফ্লেগ অফ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
Assamese ২০২৬ত কিং মেকাৰ, '৩১ত আমি নিজেই গঠন কৰিম চৰকাৰঃ অখিল গগৈ '২০২৬ত আমি কিং মেকাৰ হ'ব খোজো, '৩১ত আমি নিজেই চৰকাৰ গঠন কৰিব খোজো'। 'ৰাইজৰ দলক নোলোৱাকৈ '২৬ত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে'। -অখিল গগৈৰ ডাঙৰ মন্তব্য।
Assamese ১৫ হাজাৰোধিক খালী পদক লৈ চলি থকা গোচৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ ৰায় ত্ৰিপুৰাৰ ১৫ হাজাৰোধিক খালী পদক লৈ চলি থকা গোচৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ ৰায়। বাওঁপন্থী চৰকাৰে আৰম্ভ কৰা ১৫,৫০০টা পদৰ বাবে সৃষ্টি হোৱা বিতৰ্কৰ মাজতে নিযুক্তি প্ৰক্ৰিয়াক স্বচ্ছ আৰু সাংবিধানিক বুলি অভিহিত কৰে সৰ্বোচ্চ ন্যায়ালয়ে।
Assamese ৰাজ্যবাসীৰ বাবে শুভ ক্ষণ। বঙাইগাঁৱৰ APL হৈ উঠিছে উৎপাদনক্ষম। উৎপাদনক্ষম হৈ উঠিছে APLৰ বঙাইগাঁও প্ৰকল্প। APL বঙাইগাঁও প্ৰকল্পত উৎপাদিত ফৰমেলিনৰ বাণিজ্যিক বিক্ৰীৰ শুভাৰম্ভণি। ঢাকনাবাৰীত স্থাপন কৰা এই প্ৰকল্পটো হৈছে APLৰ চতুৰ্থ গোট।