Advertisment
Naba Gogoi

Naba Gogoi

THUMB
Assamese

চিকিৎসাৰ নামত ব্যৱসায়। ভুৱা চাৰ্টিফিকেট লৈ ১৫বছৰে ৰোগীক প্ৰতাৰণা। কোন এই শিলচৰৰ মুন্না ভাই MBBS?

ভুৱা চিকিৎসকৰ ঘাটিত পৰিণত হৈছে কাছাৰ জিলা। শিলচৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক। পংকজ চৌধুৰী নামৰ এক ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিলে কাছাৰ আৰক্ষীয়ে।
1 Min read
THUMB
Assamese

'জীৱনত প্ৰথমবাৰ এনে ভয়ংকৰ পৰিস্থিতি দেখিছো'। নেপালত গৈ কি দেখিলে বাইহাটাৰ হৰ্ষজ্যোতিয়ে?

'নেপালত ভয়ংকৰ পৰিস্থিতি। জীৱনত প্ৰথমবাৰৰ বাবে এনে পৰিস্থিতি দেখিছো'। 'পৰিস্থিতি শাম নকটালৈকে কোনো নেপাললৈ নোযোৱাই ভাল'। নেপালৰ শেহতীয়া পৰিস্থিতিৰ শিহৰণকাৰী বৰ্ণনা হৰ্ষজ্যোতি ডেকাৰ।
1 Min read
THUMB
Assamese

বিহাৰ হেৰুৱালে ক্ষমতাচ্যুত হ'ব নেকি বিজেপি? নিৰ্বাচনৰ পূৰ্বে ৰে'ল প্ৰকল্পৰ বাবে বিহাৰলৈ ৩,১৬৯ কোটি টকাৰ অনুমোদন কেন্দ্ৰৰ!

বিহাৰ হেৰুওৱাৰ ভয়ত কঁপিছে NDA নেতৃত্বাধীন বিজেপি চৰকাৰ। সমাগত বিহাৰ বিধানসভা নিৰ্বাচনত যাদু দেখুৱাব নোৱাৰিলে শক্তি হ্ৰাস পোৱাৰ ভয়ত ত্ৰস্তমান বিজেপি।
2 Min read
THUMB
Assamese

হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছলৈ আহিব নোৱাৰে, কংগ্ৰেছলৈ আহিব বিচাৰিলেই আমি তলা বন্ধ কৰি দিমঃ ৰকিবুল হুছেইন

'হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছলৈ আহিব নোৱাৰে'। 'কংগ্ৰেছলৈ আহিব বিচাৰিলেই আমি তলা বন্ধ কৰি দিম'। 'হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে যিসকলে কংগ্ৰেছলৈ আহিব বিচাৰে আমি তেওঁলোকক আদৰি ল'ম'। মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ।
1 Min read
thumb
Assamese

নিজক পৰিষ্কাৰ কৰি আনক লেতেৰা কৰিলে কেনেকৈ হ'ব? দোকানীক পৌৰসভাই দিলে উচিত শিক্ষা।

তিনিচুকীয়া চহৰত পৌৰসভাই দোকানীক দিলে উচিত শিক্ষা। ভদ্ৰতাৰ মুখা পিন্ধি একাংশ দোকানীক পৌৰসভাৰ দিয়া এই শিক্ষাই সভ্য সমাজকো দিছে চৰম লজ্জা। মূলত যেন কুকুৰ তেন টাঙোন পৌৰসভাৰ।
1 Min read
THUMB
Assamese

কবিৰ কবিতাত জী উঠে জীৱন! জ্ঞানপীঠ বিজয়ী কাব্যঋষি নীলমণি ফুকনৰ ওপজা দিনত ওলগ

জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক, কাব্যঋষি নীলমণি ফুকনৰ আজি ওপজা দিন। কাব্যঋষিৰ ওপজা দিন উপলক্ষ্যে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি প্ৰকল্পত বৰ্ণাঢ্য আয়োজন।
1 Min read
thumb
Assamese

২-১১ ছেপ্টেম্বৰলৈ যোৰহাটৰ NCC একাডেমীত ৬৪ অসম বেটেলিয়ন এন চি চি, যোৰহাটৰ সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ

যোৰহাটৰ NCC একাডেমীত ৬৪ অসম বেটেলিয়ন NCCৰ সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ। ৩৮২গৰাকী NCC কেডেটৰ অংশগ্ৰহণেৰে ছেপ্টেম্বৰ পৰা ১১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হৈছে এই প্ৰশিক্ষণ শিবিৰ।
1 Min read
THUMB
Assamese

কেই বজাত আপুনি চাব পাৰিব চন্দ্ৰগ্ৰহণ? খালী চকুৰে চাওক বিৰল মহাজাগতিক পৰিঘটনা!

আজি বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। আজি হ’‍ব বলয়গ্ৰাস চন্দ্ৰগ্ৰহণ, ৰঙা হৈ পৰিব চন্দ্ৰ। খালী চকুৰেও আপুনি চাব পাৰিব চন্দ্ৰগ্ৰহণৰ দৃশ্য।
1 Min read
THUMB
Assamese

মই অগপত আছো কিন্ত বিজেপিক বেয়া পাওঁঃ কমলা কলিতা

বিজেপিৰ বিৰোধী স্থিতি নেকি অগপ নেতা কমলা কলিতাৰ? বিজেপিৰ বিৰুদ্ধে প্ৰায়ে বিৰূপ মন্তব্য কৰি অহা অগপ নেতা কমলাকান্ত কলিতাই নিজেই স্বীকাৰ কৰিলে অগপ ক্ৰমান্বয়ে দুৰ্বল হোৱাৰ কথা।
2 Min read
thumb
Assamese

গুৱাহাটীত আপুনি কিমান সুৰক্ষিত? স্মাৰ্ট আৰক্ষীৰ নাকৰ তলেৰে সংঘটিত নানান অপৰাধজনিত ঘটনা।

অপৰাধীৰ ৰম্যভূমিত পৰিণত নেকি গুৱাহাটী মহানগৰী? অপৰাধজনিত ঘটনাই জোকাৰি গৈছে স্মাৰ্ট মহানগৰী। মহানগৰীৰ বৰবাৰীত সংঘটিত ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ, শিহৰণকাৰী ঘটনা।
1 Min read
Advertisment