Assamese নিৰ্বাচন আহিলে বিজেপি চৰকাৰে অসমৰ বঙালীক বাংলাদেশী সজাইঃ গৌৰৱ গগৈ 'নিৰ্বাচন আহিলে বিজেপি চৰকাৰে অসমৰ বঙালীক বাংলাদেশী সজাই'। 'এয়া বঙালী লোকৰ বিৰুদ্ধে চৰম অৱমাননা, এনে কাৰ্য গৰিহণাৰ যোগ্য'। বিজেপিক কঠোৰ সমালোচনা গৌৰৱ গগৈৰ।
Assamese ChatGPT ব্যৱহাৰ কৰে নেকি? ChatGPTত ভুলতো নকৰিব এই ৫টা প্ৰশ্ন! ChatGPT ব্যৱহাৰ কৰোতে সাৱধান হওক। যদি ChatGPTৰ ওপৰত বেছি বিশ্বাসী তেন্তে জানি লওক ChatGPTত কি কি বিষয় বা প্ৰশ্ন আপুনি কৰিব নোৱাৰে।
Assamese কাইলৈ হ'ব বিৰল চন্দ্ৰগ্ৰহণ। খালী চকুৰেও আপুনি চাব পাৰিব চন্দ্ৰগ্ৰহণৰ দৃশ্য। কাইলৈ অতিশয় ৰঙা হৈ পৰিব আমি দেখা চন্দ্ৰটো। নিশা পৃথিৱীয়ে চন্দ্ৰ আৰু সূৰ্যৰ মাজত কৰিব অৱস্থান। নিশা ৯:৫৭ মিনিটৰ পৰা মাজনিশা ১:২৭ মিনিট লৈ চলিব এই বলয়গ্ৰাস চন্দ্ৰগ্ৰহণ।
Assamese মানুহ আৰু বুঢ়া নহ'ব! মৃত্যুৰ আগমূহূৰ্তলৈকে ডেকা হৈ থকাটো সম্ভৱ নে? কেৱল জীৱই পৃথিৱীত জন্ম ল'লেই যে মৃত্যু হয় এনে নহয়, প্ৰকৃতিৰো এদিন মৃত্যু হয়। কিন্তু আপোনাৰ মন নাযায় নে... যে আপুনি বুঢ়া নহ'ব, আপুনি চিৰদিন-চিৰকাল যৌৱনপ্ৰাপ্ত হৈ থাকিব?
Assamese ভাৰতত কেন্সাৰত পুৰুষ নে মহিলাৰ মৃত্যু সৰ্বাধিক? কি কয় গৱেষণাই? ভাৰতত কৰ্কট ৰোগত পুৰুষ নে মহিলাৰ মৃত্যু সৰ্বাধিক? মূলত কেন্সাৰত আক্ৰান্ত হোৱা মানে দুখীয়া-দৰিদ্ৰ লোকৰ বাবে ৰোগীক পুনৰোজ্জীৱিত কৰি তোলাতো অসম্ভৱ হৈ পৰে।
Assamese ভাগ্য আছিল কোটিপতি হোৱাৰ। নিশাটোৰ ভিতৰতে ৩৫ কোটি টকাৰ গৰাকী উত্তৰপ্ৰদেশৰ যুৱক। কোম্পানীত কৰ্মৰত এজন যুৱকেও দেখিছিল ধনী হোৱাৰ সপোন। উত্তৰ প্ৰদেশৰ যুৱক সন্দীপ কুমাৰ প্ৰসাদে সংযুক্ত আৰব আমিৰশ্বাহীত কাম কৰে। লটাৰীত সন্দীপে লাভ কৰিলে ৩৫ কোটি টকা।
Assamese পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্ক! ১০ ছেপ্টেম্বৰত অসমৰ ৰাজনীতিত হ'ব নেকি ভূমিকম্প? প্ৰকৃততে কি হ'ব ১০ ছেপ্টেম্বৰৰ দিনটোত? সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ। মুখ্যমন্ত্ৰীৰ দাবী- 'গৌৰৱ গগৈৰ আছে পাকিস্তানৰ সৈতে সম্পৰ্ক।