Advertisment
Jyotiprasad Sarma

Jyotiprasad Sarma

ৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি।  ৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য।
Assamese

অসমত প্ৰবল ভূমিকম্পৰ জোকাৰণি। ৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য।

অসমত এক তীব্ৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। দেওবাৰে বিয়লি ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৫.৯। তেজপুৰ | উত্তৰ-পূৱ | অসম
2 Min read
Modi
Assamese

অসমত প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো দিন। দৰং মেজিকেল কলেজৰ আধাৰশিলা স্থাপন নৰেন্দ্ৰ মোদীৰ।

গুৱাহাটীৰ পৰা সেনা বাহিনীৰ বিশেষ হেলিকপ্টাৰেৰে মঙলদৈত উপস্থিত প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
1 Min read
JANMASTAMI
Assamese

আজি কৃষ্ণ জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত আকাশ-বতাহ

আজিৰ এই বিশেষ দিনটোতেই মাতৃ দৈবকীৰ গৰ্ভৰ পৰা জন্ম হৈছিল শ্ৰীকৃষ্ণৰ। মাতৃ দৈৱকীৰ গৰ্ভত অৱস্থান কৰি যশোদাৰ উকা হৃদয় পূৰণ কৰিবলৈ পৃথিৱলৈ আগমন ঘটিছিল ভগৱান শ্ৰীকৃষ্ণৰ।
2 Min read
THUMB
Assamese

৬ হাজাৰ নহয় PM KISANৰ হিতাধিকাৰীলৈ বছৰি ১২ হাজাৰ টকা! কোন কোন কৃষকৰ বাবে এই সুবিধা?

দেশৰ কেন্দ্ৰীয় চৰকাৰে কৃষকক বছৰি ৬ হাজাৰ টকাকৈ দিয়া হয় যদিও এখন ৰাজ্যই একাংশ কৃষকক বছৰি অতিৰিক্ত ৬ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰে। কোন কৃষকৰ বাবে এই সুবিধা? 
2 Min read
Susila Karki
Assamese

ভাৰতৰ সৈতে কি সম্পৰ্ক নেপালৰ অন্তৰ্ৱতীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীৰ?

সুশীলা কাৰ্কীৰ দুৰ্নীতি বিৰোধী স্থিতিৰ বাবেই এই দায়িত্ব তেওঁৰ ওপৰত অৰ্পণ কৰে৷ যাৰ ফলত সুশীলা কাৰ্কী নেপালৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়৷ বিদেশ assamese
2 Min read
sikkim landslide
Assamese

ছিকিমত প্ৰকৃতিৰ কালৰূপ, ৪জনৰ মৃত্যু

পশ্চিম ছিকিমৰ ভয়ংকৰ ভূমিস্খলনত ৪ জনৰ কৰুণ মৃত্যু , আহত কেইবাজনো। স্তব্ধ হৈ পৰিছে জনজীৱন। ভয়াৱহ ভূমিস্খলনত ছিকিমৰ ভিন্ন প্ৰান্তত ব্যাহত জীৱন যাত্ৰা।
1 Min read
Arunachal
Assamese

হিমাচলত দুৰ্যোগ, অসমৰ পিছত অৰুণাচলৰো ৫ কোটি টকাৰ অনুদান

প্ৰাকৃতিক দুৰ্যোগত তচনচ হৈ পৰা হিমাচলক অসমৰ পিছত এইবাৰ সহায়ৰ হাত আগবঢ়ালে অৰুণাচল প্ৰদেশেও। অসম চৰকাৰে হিমাচলৰ দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে ৫ কোটি টকাৰ অনুদান মুখ্যমন্ত্ৰী পুঁজিৰ পৰা আগবঢ়োৱাৰ পিছত অৰুণাচল চৰকাৰেও আগবঢ়ালে সাহাৰ্য পুঁজি।
1 Min read
Meghalaya Job
Assamese

৭০ হাজাৰ নিবনুৱাৰ বিপৰীতে মাত্ৰ আঢ়ৈ হাজাৰ খালী পদ, অসহায় মুখ্যমন্ত্ৰী

মেঘালয়ত প্ৰতিবছৰে ৬৭,৫০০ নিবনুৱাৰ বাবে চাকৰিৰ অভাৱ। মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাত দিয়া তথ্য অনুসৰি প্ৰতিবছৰে মেঘালয়ত ৭০ হাজাৰ যুৱক-যুৱতীয়ে কৰ্মশক্তিত যোগদানৰ যোগ্যতা অৰ্জন কৰে। এই সংখ্যাৰ বিপৰীতে চৰকাৰে বছৰি মাত্ৰ ২৫০০ চাকৰিহে দিব পাৰে।
1 Min read
PM Manipur
Assamese

মণিপুৰলৈ যাব প্ৰধানমন্ত্ৰী! ৰাজ্যত বন্ধ ঘোষণা নিষিদ্ধ সংগঠনৰ

ৰক্তক্ষয়ী সংঘাতৰ দুটা বছৰ ৪ মাহৰ পিছত মণিপুৰলৈ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীৰ শনিবাৰৰ প্ৰস্তাৱিত ভ্ৰমণৰ প্ৰাকক্ষণত ৰাজ্যবাসীলৈ বিশেষ আহ্বান ৬টাকৈ নিষিদ্ধ সংগঠনৰ সমন্বয়ক গোষ্ঠী কৰ্কমৰ।
1 Min read
Nepal Latest
Assamese

আজিও অশান্ত নেপাল, অনুপ্ৰৱেশৰ আশংকাই খেদি ফুৰিছে ছিকিমক

নেপালৰ ৰক্তক্ষয়ী সংঘাতৰ ভয়াৱহতা দেখি একাংশ নেপালী নাগৰিকে অনুপ্ৰৱেশৰ চেষ্টা চলাইছে ভাৰতত। অনুপ্ৰৱেশৰ আশংকাই খেদি ফুৰা ছিকিমে নেপাল সীমান্তৰ সকলো স্পৰ্শকাতৰ অঞ্চলত বৃদ্ধি কৰিছে তহল আৰু তালাচী।
1 Min read
Advertisment