Advertisment
Jyotiprasad Sarma

Jyotiprasad Sarma

THUMB
Assamese

পোৱা নাই মহিলা উদ্যমিতা আঁচনি

মহিলা উদ্যমিতা আঁচনিক লৈ বিতৰ্কৰ সূত্ৰপাত! মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাৰ উত্তাল প্ৰতিবাদ। চৰকাৰে প্ৰদান কৰা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত ৫ শতাধিক মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ। নিজৰ প্ৰাপ্য ধন নিশ্চিত কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিল শ শ বঞ্চিত মহিলা।
1 Min read
THUMB
Assamese

দুৰ্বৃত্তই বিষ দি মাৰিলে ৭৫টাকৈ পশুধন

কামৰূপৰ পছৰীয়াত জীৱশ্ৰেষ্ঠৰ চৰম অমানৱীয় কাণ্ড। পছৰীয়াত সংঘটিত এক জঘন্য আৰু অমানৱীয় ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। পছৰীয়াৰ দিবাকৰ কলিতা নামৰ লোকজনে অতি কষ্টৰে গঢ়ি তোলা এখন ছাগলী ফাৰ্মত দুৰ্বৃত্তই বিষ দি একেলগে ৭৫টাকৈ ছাগলী নিধন কৰে।
1 Min read
THUMB
Assamese

নাথ যোগী সন্মিলনৰ বিশাল জোঁৰ সমদল

ৰাজ্যৰ ভিন্ন স্থানত নাথ যোগী সন্মিলনৰ উত্তাল প্ৰতিবাদ। হাতে হাতে জোঁৰ লৈ ৰাজপথত বৃহত্‍ সমদল। কেইবাটাও দাবীৰে ৰাজপথলৈ ওলাই আহিল নাথ যোগী সন্মিলন। বিশেষ জনগোষ্ঠীয় মৰ্যাদা প্ৰদানৰ দাবীৰে সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।
2 Min read
THUMB
Assamese

২৬ ডিচেম্বৰৰ পৰা ৰে’ল যাত্ৰাত পূৰ্বতকৈ অধিক ভৰিব লাগিব ধন

ৰে'ল যাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ৰে'ল যাত্ৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা আপুনি ভাৰাৰ বাবদত আৰু অলপ বেছিকৈ ধন খৰচ কৰিব লাগিব। ভাৰতীয় ৰে'লৱেই ২০২৫ চনৰ ২৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন ভাৰাৰ কথা ঘোষণা কৰিছে।
1 Min read
THUMB
Assamese

বৰদিন উদযাপনত বাধা

বৰদিন উদযাপনত বাধা দি বিপদত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ নেতা! বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ ৪ নেতাক আটক কৰে আৰক্ষীয়ে। কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত বৰদিনৰ সামগ্ৰী জ্বলাই দিছিল দলটোৱে।
1 Min read
THUMB
Assamese

খেৰণিৰ পৰিস্থিতিয়ে ক্ৰমাৎ ধাৰণ কৰিছে জটিল ৰূপ

খেৰণিত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰে লাঠীচালনা। ৰাবাৰ বুলেট, কন্দুৱা গেছো প্ৰয়োগ কৰে আৰক্ষীয়ে। পুৱাৰে পৰা খেৰণিৰ কপিলী দলঙৰ পাৰত স্পৰ্শকাতৰ পৰিস্থিতি। আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে প্ৰতিবাদকাৰীয়ে।
2 Min read
THUMB
Assamese

বৰ্তমানেও অগ্নিগৰ্ভা পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি

বৰ্তমানেও অগ্নিগৰ্ভা পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি। পুনৰ উত্তপ্ত হৈ পৰিছে কাৰ্বি ভূমি। হাতে হাতে লাঠী লৈ ওলাই আহিছে অনা-কাৰ্বি পুৰুষ-মহিলা। প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ইখনৰ পিছত সিখন বাহন।
2 Min read
THUMB
Assamese

কৰ্মসংস্কৃতিৰ উত্‍কৃষ্ট নিদৰ্শন বিশ্বজিৎ নাথ

যিটো সময়ত একাংশ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে এটা চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে। কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে। সেই সময়তে এগৰাকী শিক্ষিত যুৱকৰ কৰ্মসংস্কৃতিয়ে দাঙি ধৰিছে উত্‍কৃষ্ট নিদৰ্শন।
2 Min read
THUMB
Assamese

নামনি সোৱণশিৰি জলবিদ্যুত্‍ প্ৰকল্পৰ টাৰ্বাইন ঘূৰিল

আজিৰে পৰা নামনি সোৱণশিৰি জলবিদ্যুত্‍ প্ৰকল্পত ঘূৰিল টাৰ্বাইন। NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুত্‍ প্ৰকল্পত ব্যৱসায়িক ভিত্তিত উৎপাদন আৰম্ভ। ৰাজ্যজুৰি চলা ব্যাপক প্ৰতিবাদ আৰু নদীবান্ধৰ বিৰোধিতা ওফৰিল। অথলে গ'ল নদীবান্ধটোৰ বিৰুদ্ধে বছৰ বছৰ ধৰি কৰা আন্দোলন।
1 Min read
THUMB
Assamese

অন কেমেৰা দেশবিৰোধী শ্লোগান

অন কেমেৰা দেশবিৰোধী শ্লোগান দি আৰক্ষীৰ জালত এজন যুৱক। পাকিস্তান জিন্দাবাদ ধ্বনি দি থাকোঁতেই ৰাইজে ধৰিলে ছায়েদ আলী নামৰ যুৱকজনক। ৰাইজে কৰায়ত্ত কৰি ছয়গাঁও আৰক্ষীক গতাই দিলে ছায়েদ আলীক। 
1 Min read
Advertisment