Advertisment

Zubeen Garg

THUMN
Assamese

বৃদ্ধি নহয় ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য

হ্ৰাস পাব ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য। প্ৰযোজক মণ্ডলীৰে চিনে হল কৰ্তৃপক্ষৰ আলোচনা। আলোচনাৰ অন্তত Dynamic Pricing ব্যৱস্থা প্ৰযোজ্য নকৰাৰ সিদ্ধান্ত।
THUMB
Assamese

জুবিনক্ষেত্ৰ আৰু  SOP বিতৰ্ক!

নিশা ১১ বজালৈ খোলা থাকিব জুবিনক্ষেত্ৰ। জুবিনক্ষেত্ৰত যাবলৈ প্ৰশাসনে সময় নিৰ্ধাৰণ কৰি দিয়াক লৈ অনুৰাগীসকলৰ মাজতো সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ।  
1 Min read
thumb
Assamese

চৰকাৰেই জুবিনৰ ন্যায় বিচাৰি কৰিলে প্ৰতিবাদ! কাক বিশ্বাস কৰিব জনতাই?

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিল বিজেপি দল। নলবাৰীত বিজেপিৰ ‘ময়ো জুবিন অনুৰাগী, আমিয়ো জুবিন অনুৰাগী’ কাৰ্যসূচী। দিলীপ শইকীয়াৰ, পবিত্ৰ মাৰ্ঘেৰিটা, চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্লবৰুৱাই অংশ ল'লে প্ৰতিবাদত।
1 Min read
Thumb
Assamese

জুবিনক আমি সদায়েই জীয়াই ৰাখিব লাগিব- গৰিমা গাৰ্গ

জুবিন গাৰ্গবিহীন এটা মাহ। প্ৰতিজন অসমীয়াৰ অন্তৰত উমি উমি জ্বলি আছে একুৰা জুই। মৰমৰ শিল্পীগৰাকীৰ অকনমান সান্নিধ্য পাবলৈ জুবিন ক্ষেত্ৰলৈ প্ৰতিদিনে হাজাৰ হাজাৰ অনুৰাগীৰ সোঁত।
2 Min read
THUMB
Assamese

জুবিনক লৈ ব্যৱসায় নহয়! জুবিন ক্ষেত্ৰত দিব নোৱাৰিব দোকান, দোকান উঠাই নিনিলে চলিব উচ্ছেদ

সোণাপুৰৰ জুবিন ক্ষেত্ৰত দিব নোৱাৰিব দোকান! দোকান উঠাই নিনিলে ৬ দিনৰ পিছত নিকতৱৰ্তী স্থানৰ দোকানত চলিব উচ্ছেদ। ১৭ অক্টোবৰত NHAI-এ জাৰি কৰিলে জাননী।
Advertisment