Assam Assam CM Himanta Biswa Sarma claims Zubeen Garg's death a murder, chargesheet by Dec 8 Assam Chief Minister Himanta Biswa Sarma has reiterated his assertion that the death of iconic Assamese singer Zubeen Garg was a premeditated murder.
Assam Voice for Zubeen: Morigaon Woman’s Cry for Justice Turns Into Apology! Assam | Top Stories | A woman from Morigaon district has apologized after demanding justice for late singer Zubeen Garg during a public meeting attended by Assam CM
Assam SIT to Question Zubeen Garg’s Former Manager Amid Ongoing Investigation, Reveals SDGP Assam | Top Stories | Assam’s Special Director General of Police (SDGP), Munna Prasad Gupta on Saturday provided an update on the ongoing investigation
Assamese ইতিহাস, ৰেকৰ্ডৰ পিছত ৰেকৰ্ড। জুবিনৰ ‘ৰৈ ৰৈ বিনালে’ ছবিয়ে ভংগ কৰিলে অসমীয়া ছবিৰ সৰ্বকালৰ অভিলেখ... জুবিন অনন্য। অসমীয়া ছবিৰ সৰ্বকালৰ অভিলেখ ভংগ ‘ৰৈ ৰৈ বিনালে’ৰ। অসমীয়া চিনেমাৰ ৯০ বছৰীয়া ইতিহাসত ৰেকৰ্ড গঢ়িলে ‘ৰৈ ৰৈ বিনালে’ ছবিয়ে। মুক্তিৰ প্ৰথম দিনাই ২.৫২ কোটিৰো অধিক টকা উপাৰ্জন জুবিনৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ৰ।
Meghalaya Meghalaya: Tribute to Zubeen Garg as highlight during Cherry Blossom Festival Organisers of the Cherry Blossom Festival announced a poignant homage to the late Assamese music legend Zubeen Garg, slated for November 15, poised to be a centrepiece.
Assam Singapore Shares Toxicology Report on Zubeen Garg's Death with Assam CID, SIT Nears Chargesheet: CM Sarma Assam CM Himanta Biswa Sarma announced that Singapore authorities have forwarded the crucial toxicology report concerning the demise of cultural icon Zubeen Garg.
Assamese কোলাত উঠি ‘ৰৈ ৰৈ বিনালে’ চাবলৈ আহিল এগৰাকী আইতা কোলাত উঠি ‘ৰৈ ৰৈ বিনালে’ চাবলৈ আহিল এগৰাকী আইতা। হিয়া ঢাকুৰি কান্দি "ৰৈ ৰৈ বিনালে" উপভোগ কৰি আইতাই ক'লে চিনেমাখন ভাল হৈছে কিন্তু দুখ লাগিছে।
Assamese কাল্পনিকভাৱে অনুৰাগীৰ সৈতে আজি "ৰৈ ৰৈ বিনালে" চালে জুবিন গাৰ্গে অনুৰাগীৰ সৈতে বহি আজি নিজৰ সপোনৰ চিনেমা '"ৰৈ ৰৈ বিনালে" চালে জুবিন গাৰ্গে! কান্ধত অসমীয়াৰ স্বাভিমান লৈ চিনেমা হললৈ অহা জুবিন গাৰ্গৰ উপস্থিতি অৱশ্যে ভাৰ্চুৱেল নহয়। '"ৰৈ ৰৈ বিনালে" চাবলৈ আহিব জুবিন গাৰ্গ- প্ৰতিজন অসমীয়াৰ অন্তৰআত্মাৰ কথাহে এয়া।
Assamese 'ৰৈ ৰৈ বিনালে'ৰ জৰিয়তে আৰম্ভ হ'ল অসমীয়া চিনেমাৰ জয়যাত্ৰা আনে কৰিব নোৱাৰা কাম কৰি দেখুৱালে জুবিন গাৰ্গে, সেইবাবে জুবিন আছিল একক, অনন্য। ভাৰতবৰ্ষৰ চিনেমা জগতত এক নতুন অভিলেখ সৃষ্টি কৰি পুৱা ৪.২৫ বজাৰ পৰাই আৰম্ভ হ'ল ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী। জুবিন গাৰ্গে কৈ যোৱাৰ দৰে অসমত এতিয়া কেৱল চলিছে অসমীয়া চিনেমা ।
Assam Assam: Theatres Halt Hindi Films to Boost Zubeen Garg’s Roi Roi Binale, Deny Ticket Price Hike All Assam Cinema Hall Owners’ Association has denied allegations of increasing ticket prices for the screening of Zubeen Garg’s latest Assamese film Roi Roi Binale.