Advertisment

Zubeen Garg

WhatsApp Image 2025-09-23 at 3.53.15 PM
Assamese

জুবিন অনুৰাগীক আক্ৰমণ। চিনি নাপায় জুবিন গাৰ্গক। এতিয়া ৰঙাঘৰৰ আলহী এই দুই যুৱক...

'জুবিনক আমি চিনি নাপাওঁ'। জুবিন গাৰ্গক লৈ আপত্তিজনক মন্তব্য কৰি ৰঙাঘৰৰ আলহী শিক্ষক পুত্ৰ। গহপুৰত গাৰ্গৰ অনুৰাগীক আক্ৰমণৰ ঘটনাক... গুৱাহাটী শীৰ্ষ খবৰ যোৰহাট অসম
1 Min read
RAVISH KUMAR ON ZUBEEN GARG
Assamese

'সমগ্ৰ বিশ্বৰ পৰা জুবিনে লাভ কৰা মৰম, বিশ্বাসৰ কোনো সীমা নাই'। মহান শিল্পী জুবিন গাৰ্গৰ চিৰপ্ৰস্থান।

'চিৰবিদায় জুবিন'। ঈশ্বৰে অসমক এই দুখ সহিবলৈ শক্তি দিয়ক। আমি আমাৰ জীৱনত এনেকুৱা যুগান্তকাৰী বিদায় দেখা নাই। জনতাই জুবিনৰ চিতাৰ প্ৰতিটো ফিৰিঙতিৰ সৈতে জুবিনৰ গান গাই আছে।'
2 Min read
THUMB
Assamese

আজি পঞ্চভূতত বিলীন হ'ব সংগীতৰ ৰজা

মায়াবিনীৰ স্ৰষ্টাই আজি পৰিয়াল, আত্মীয় আৰু হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিত বিলীন হ'ব পঞ্চভূতত। আজি সোণাপুৰৰ কমাৰকুছিত জীৱনৰ অন্তিমখন মঞ্চত উঠিব প্ৰাণৰ শিল্পী।
2 Min read
THUMB
Assamese

GMCHত সম্পন্ন জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা

দ্বিতীয়বাৰৰ বাবে সম্পন্ন হয় হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা৷ AIIMSৰ চিকিৎসকৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয় অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ।
2 Min read
THUMB
Assamese

কোনে কৰিব মৰমৰ, হেঁপাহৰ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মুখাগ্নি?

মংগলবাৰে পঞ্চভূতত বিলীন হ'ব অসমীয়াৰ জুবিন গাৰ্গ। কমাৰকুছিত ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ শেষকৃত্যৰ বাবে চলাইছে প্ৰস্তুতি। ৰাষ্ট্ৰীয় মৰ্যাদাৰে বিদায় জনোৱা হ'ব প্ৰাণৰ শিল্পীগৰাকীক। 
2 Min read
THUMB
Assamese

ৰহস্যঘন মৃত্যু! GMCHত কাইলৈ হ’ব জুবিনৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা

অকাল মৃত্যু জুবিন গাৰ্গৰ। সাঁতুৰিবৰ বাবে নামিছিল ছিংগাপুৰৰ সাগৰত, সাঁতুৰি থাকোঁতেই জুবিন গাৰ্গৰ স্বাস্থ্য অৱনতি ঘটিছিল আৰু তাৰ পাছত কোনোদিন উভতি নহা বাটেৰে গুছি গ'ল হাৰ্টথ্ৰৱ।
2 Min read
Advertisment