Advertisment

Zubeen Garg

THUMB
Assamese

ৰাজ্যৰ ভিন্ন প্ৰান্তত এজাহাৰ, শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পৰা তালিকাত কোন কোন?

এটা কফিনৰ ভিতৰত নীৰৱে শুই আছে জুবিন গাৰ্গ। হাজাৰ চেষ্টা কৰিও অসমীয়াই আৰু জগাব নোৱাৰিলে প্ৰাণৰ শিল্পীক। জুবিন নামৰ সত্বাটোক অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে। সাগৰ তলিত শুবৰে মন বুলি গান গোৱা জুবিনে সাগৰতেই ললে জীৱনৰ অন্তিমটো উশাহ। 
2 Min read
THUMB
Assamese

আৰু কিছু বেলি দেখা দিবা নেকি...সৰুসজাইত নীৰৱে শুই আছে জুবিন গাৰ্গ

সৰুসজাইত নীৰৱে শুইছে জুবিনে। জুবিন গাৰ্গক প্ৰতিজন অসমীয়াই আজি মায়াবিনী গাই জগাবলৈ চেষ্টা কৰিছে। কিন্তু জীৱনৰ ৫২ টা বসন্তৰ ভাগৰ জিৰাবলৈ চিৰকাললৈ শুই গ'ল জুবিন গাৰ্গ।
2 Min read
THUMB
Assamese

অসমভূমিত অসম আৰু অসমীয়াৰ জুবিন গাৰ্গ

অনুৰাগীৰ অধীৰ অপেক্ষাৰ অন্তত অসম পালেহি সকলোৰে প্ৰাণৰ, হেঁপাহৰ, মৰমৰ জুবিন গাৰ্গ। কিন্তু এতিয়াও জুবিন গাৰ্গ যে নাই সেই কথা মানি লব পৰা নাই কোনো অসমীয়াই। 
2 Min read
Zubeen Garg
Assamese

বিশ্ব বিজয়ী জুবিন। কি নাম দিম তোমাৰ জীনৱীক?

মৃত্যুও এটা শিল্প। জুবিন আৰু নাই। জুবিনৰ মৃত্যুও যেন এক শিল্প। জুবিনৰ উভতি নহাৰ বাটেৰে গুচি গ'ল অসমৰ মৰমৰ জুবিন। জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনাই জুবিনৰ জীনৱীৰ কিছু আলোকপাত।
zubeen
Assamese

আকৌ আহিব নে জুবিন? জুবিনৰ মৃত্যু জানো হ'ব পাৰে?

জুবিন আৰু নাই। হঠাৎ অসম কঁপাই যোৱাকৈ ছিংগাপুৰৰ পৰা এটা খবৰ। যিগৰাকী শিল্পীৰ প্ৰতি কত সহস্ৰ অনুৰাগী দোৱা-প্ৰাৰ্থনা আছে সেইগৰাকী শিল্পী নাই বুলিয়েই নোহোৱা হৈ যাব পাৰেনে? গুৱাহাটী যোৰহাট শিলচৰ
2 Min read
Advertisment