Assam Two Months On, SIT Probe into Zubeen Garg’s Mysterious Death Nears Chargesheet Stage Two months after the mysterious death of Assam’s cultural icon Zubeen Garg, the Special Investigation Team (SIT) | Assam | Top Stories
Assam “Zubeen Was Forced to Drink; His Identity Was Never Alcohol”: CM Sarma Assam Chief Minister Himanta Biswa Sarma on Tuesday made a series of significant revelations regarding the late music icon Zubeen Garg | Assam | Top stories
Assam Will This Be the Turning Point Assam Has Waited For in Zubeen’s Case? Assam woke up to a bittersweet morning as the state observed the 53rd birth anniversary of music icon Zubeen Garg, a day heavy with memories | Assam | Top Stories
Assamese ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন হাৰ্টথ্ৰৱৰ জন্মদিন জুবিনবিহীন আজি প্ৰথমটো জন্মদিন। মাজনিশা কেক কাটি উদযাপন কৰিবলৈ এতিয়া জুবিন নাই কিন্তু উদযাপন নকৰাকৈ থাকিব পাৰি জানো হাৰ্টথ্ৰৱৰ জন্মদিন? ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি ভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে হাৰ্টথ্ৰৱৰ জন্মদিন।
Assamese কথামতেই কাম হাগ্ৰামাৰ! জুবিন গাৰ্গৰ স্মৃতিত ৩০ বিঘা ভূমিত হ'ব উদ্যান কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন। জনতাক দিয়া কথামতেই জুবিন গাৰ্গৰ স্মৃতিত উদ্যান আৰু প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ।
Assamese এই জনমৰ পৰা জন্মান্তৰলৈকে... মৰমৰ গ'ল্ডীক সুঁৱৰি পত্নী গৰিমাৰ আৱেগিক পোষ্ট প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি ওপজা দিন। কিন্তু জন্মদিনত একেলগে কেক কাটিবলৈ আজি গৰিমাৰ কাষত নাই মৰমৰ গল্ডী। কোনেওটো ভবা নাছিল চকুলো টুকি ওপজা দিনত সুঁৱৰিব লাগিব মনৰ মানুহজনক।
Assamese জুবিনবিহীন প্ৰথমটো জন্মদিন জুবিনবিহীন আজি প্ৰথমটো জন্মদিন। অবিশ্বাস্য হ’লেও ৫৩ সংখ্যক জন্মদিনত আমাৰ মাজত আজি কায়িকভাৱে নাই হাৰ্টথ্ৰব জুবিন গাৰ্গ। মায়াবিনী ৰাতিৰ বুকুত উজাগৰে থাকি...চকুলোৰে অনুৰাগীয়ে স্মৰণ কৰিছে হিয়াৰ আমঠুক।
Assam Zubeen Garg’s First Birthday in Absence: Assam Celebrates the Heartthrob’s 53rd Birthday with Tears and Tributes Today, November 18, 2025, marks the first birthday of Assam’s beloved singer, composer and cultural icon Zubeen Garg without his physical presence.
Assam Assam Plans Unprecedented Tribute for Zubeen’s First Birth Anniversary After Death Assam to celebrate the 53rd birth anniversary of iconic singer, composer and cultural phenomenon Zubeen Garg—his first birth anniversary after death | Assam | Top Stories
Assamese 'জুবিনৰ সৈতে উঠা ফটোখন বন্ধাই গোসাঁইঘৰত থৈছো'... ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গ অবিহনেই প্ৰথমবাৰলৈ জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিব ৰাজ্যবাসীয়ে। জুবিন ক্ষেত্ৰত উপস্থিত হৈ অনুৰাগীয়ে ক'লে-জুবিনৰ সৈতে উঠা ফটোখন বন্ধাই গোসাঁইঘৰত থৈছো'।