Advertisment

Zubeen Garg

THUMB
Assamese

জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্ত্তিক লৈ ব্যাপক চৰ্চা

অবিকল ৰূপত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্ত্তি। ভাস্কৰ্য  শিল্পী জ্যোতি শংকৰ ভট্টাচাৰ্য্যৰ এক ব্যতিক্ৰমী প্ৰয়াস। নিৰ্মীয়মান প্ৰতিমূৰ্ত্তিটোক লৈ চচিয়েল মিডিয়াটো ব্যাপক চৰ্চা।
2 Min read
THUMB
Assamese

জুবিন দাই প্ৰায়ে সুধিছিল- টকা পইছাৰ অসুবিধা হৈছে নেকি?

জুবিন গাৰ্গৰ বাসগৃহৰ সুৰক্ষা কৰ্মী আছিল কলিয়াবৰ গৰৈমাৰীৰ এজন ব্যক্তি । কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ দুখ সহিব নোৱাৰি অৱশেষত চাকৰি এৰি কলিয়াবৰৰ নিজ গৃহলৈ উভতি গ'ল পবিত্ৰ বৰা।
2 Min read
THUMB
Assamese

জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ লুণ্ঠনৰ কাহিনী

সিদ্ধাৰ্থ শৰ্মাৰ লুণ্ঠনৰ কাহিনী ফাদিল । কেৱল জুবিন গাৰ্গকেই নহয়, জুবিন গাৰ্গে চিকিৎসাৰ বাবে আৰ্থিকভাৱে সহায় কৰা ৰোগীসকলৰ ধনো আত্মসাৎ কৰিছিল ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থই।
2 Min read
WhatsApp Image 2025-11-08 at 6.12.29 PM
Assamese

জুবিন গাৰ্গৰ শিশুটিৰ সৈতে ৯ দিনতে কিছুমান অসভ্য লোকে চৰম অন্যায় কৰিছেঃ ৰাজেশ ভূঞা

‘ৰৈ ৰৈ বিনালে নামৰ জুবিন গাৰ্গৰ শিশুটিৰ সৈতে ৯ দিনতে কিছুমান অসভ্য লোকে চৰম অন্যায় কৰিছে’। ফেচবুক লাইভযোগে ৰৈ ৰৈ বিনালে ছবিখনৰ পাইৰেচীক লৈ প্ৰচণ্ড ক্ষোভ উজাৰিলে পৰিচালক ৰাজেশ ভূঞাই।
1 Min read
Advertisment