Advertisment

অসম

THUMB
Assamese

যৌতুকৰ বাবে পত্নীক হত্যা কৰা স্বামীক যাৱজীৱন কাৰাদণ্ডৰ শাস্তি বিহিলে আদালতে

যৌতুকৰ বাবে পত্নীক হত্যা কৰা স্বামীক যাৱজীৱন কাৰাদণ্ডৰ শাস্তি বিহিলে আদালতে। কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে দিলে এই ৰায়। যৌতুকৰ বাবে পত্নীক হত্যা কৰা সুভাষ পালক শাস্তি প্ৰদান আদালতৰ। যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাও বিহে আদালতে।
1 Min read
Thumb
Assamese

পুনৰ বিতৰ্কত GMCH!  চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ

পুনৰ বিতৰ্কত গুৱাহাটী মেডিকেল কলেজ হস্পাতাল। আকৌ চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ। বৃক্ক সংৰোপণৰ পিছতে মৃত্যু হয় ৰঞ্জুমনি গগৈ নামৰ মহিলাগৰাকীৰ। পত্নীক বৃক্ক দান কৰা চাবুৱাৰ বিপুল গগৈ এতিয়াও চিকিৎসাধীন।
1 Min read
THUMB
Assamese

অনিশ্চয়তাত  নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্প!

অনিশ্চয়তাৰ মাজত সোমাই পৰিছে নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্প। দুটা ইউনিট ব্যৱহাৰ কৰি ৫০০ মেগাৱাট বিদ্যুৎ উত্পাদনৰ লক্ষ্যৰে চলোৱা পৰীক্ষাৰ মাজতে অঘটন। ভাঙি থাকিল টাৰ্বাইনৰ ৰ’টাৰৰ বিয়েৰিং, বিলম্বিত বিদ্যুৎ উত্পাদন।
1 Min read
Thumb
Assamese

লক্ষ্য ২০২৬! গাডী ৰক্ষাৰ কুচকাৱাজ আৰম্ভ বিজেপিৰ

লক্ষ্য ২০২৬! গাডী ৰক্ষাৰ কুচকাৱাজ আৰম্ভ বিজেপিৰ। BTADৰ ১৫ আসনক লৈও ছিৰিয়াছ বিজেপি। নিৰ্বাচনী মন্ত্ৰনা লৈ গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ।
1 Min read
Thumb
Assamese

কাইলৈ টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ

টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ। কাইলৈৰ পৰা গুৱাহাটীত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট । আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ’ল টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিল। শুভমন গিলৰ অনুপস্থিতিত টীম ইণ্ডিয়াক নেতৃত্ব দিব ঋষভ পণ্টে।
1 Min read
THUMB
Assamese

ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা মহিলা সন্ধানহীন

ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা মহিলা সন্ধানহীন। বিদেশী বুলি ঘোষণা কৰা মহিলা সন্ধানহীনক লৈ চাঞ্চল্যৰ সৃষ্টি শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ ধোৱাকটা গাঁৱত। ২৪ ঘণ্টাৰ ভিতৰত দেশৰ সীমা পাৰ হৈ যাবলৈ জিলা আয়ুক্তই কালি অৰ্থাৎ বুধবাৰে নিৰ্দেশনা জাৰি কৰিছিল।
1 Min read
WhatsApp Image 2025-11-20 at 4.43.49 PM
Assamese

হাউলী ৰাসত কঁপাল ফুলিল পুলকেশ আৰু প্ৰীতমৰ। পুলকেশে পালে ডিফেণ্ডাৰ, প্ৰীতমে পালে ফৰচুনাৰ

ভাগ্যত থাকিলে লাখৰ মাজতো জিলিকি উঠে! লাকী নম্বৰ (433881), ১০০ টকাতে পালে প্ৰায় ৪০ লাখ টকীয়া টয়'টা ফৰচুনাৰ বাহন। হাউলী ৰাসত ভাগ্য উদয় হ'ল বৰপেটাৰ প্ৰীতম দাসৰ।
1 Min read
WhatsApp Image 2025-11-19 at 5.13.27 PM
Assamese

PM-KISANৰ ২১নং কিস্তিৰ ধন যদি পোৱা নাই এতিয়াই কল কৰক এই নম্বৰত...

মুকলি হ'ল PM KISANৰ ২১ সংখ্যক কিস্তিৰ ধন। একাউণ্টত যদি ধন জমা হোৱা নাই এতিয়াই দিয়ক অভিযোগ। তামিলনাডুৰ কইম্বাটুৰৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰ্থাৎ ১৯ নৱেম্বৰত মুকলি কৰিলে PM-KISANৰ ২১নং কিস্তিৰ ধন।
2 Min read
THUMB
Assamese

২০২৬ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ

২০২৬ বৰ্ষৰ বাবে চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। অসম চৰকাৰে প্ৰকাশ কৰা তালিকা অনুসৰি নতুন বছৰত বিভিন্ন ৰাজ্যিক দিৱস, ধৰ্মীয় অনুষ্ঠান আৰু ৰাষ্ট্ৰীয় উৎসৱ উপলক্ষে অসম চৰকাৰৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।
2 Min read
THUMB
Assamese

প্ৰকাশ পালে HSLC আৰু HS চূড়ান্ত পৰীক্ষাৰ সময়সূচী

২০২৬ বৰ্ষত অনুষ্ঠিত হ'ব লগা দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সময়সূচী প্ৰকাশ। ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী।
2 Min read
Advertisment