Advertisment

অসম

THUMB
Assamese

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ জামিন আবেদনৰ শুনানি সম্পন্ন।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ জামিন আবেদনৰ শুনানি সম্পন্ন। কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত জামিন আবেদনৰ শুনানি। অভিযুক্ত শ্যামকানু মহন্ত, সন্দীপন গাৰ্গে প্ৰত্যাহাৰ কৰিলে জামিন আৱেদন।
1
Assamese

মূকাভিনয়ত পাৰদৰ্শিতা, ৰুজীলৈ 'Young Talent Artist' বঁটা

মূকাভিনয়ৰ জগতত পাৰদৰ্শিতাৰ বাবে গুৱাহাটীৰ ৰুজী মুদৈলৈ NEZCCৰ ২০২৫-২৬ বৰ্ষৰ 'Young Talent Artist' বঁটা। 'শিল্পগ্ৰাম মহোৎসৱ ২০২৬'ত মণিপুৰ আৰু নাগালেণ্ডৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাদেৱে ৰুজীক প্ৰদান কৰে 'Young Talent Artist' বঁটা।
2 Min read
1
Assamese

শীঘ্ৰেই কৰক আৱেদন, ৰাজ্যত পুনৰ ওলাইছে চৰকাৰী চাকৰি

হাজাৰ হাজাৰ নিবনুৱাৰ বাবে আশাৰ খবৰ। পুনৰ হাজাৰ হাজাৰ খালী পদত আৱেদনৰ সুযোগ। অসম আৰক্ষীত চাকৰি কৰাৰ সপোন হ’ব পূৰণ। ২ হাজাৰতকৈও অধিক খালী পদত কৰিব পাৰিব আৱেদন।
1
Assamese

'ভোটাৰৰ নাম কৰ্তন কৰিবলৈ BLOক হেঁচা', SRক লৈ কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে বিশেষ সম্প্ৰদায়ৰ নাম। অদৃশ্য লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে প্ৰকৃত ভোটাৰৰ নাম। প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা প্ৰায় ৭০/৮০ জনকৈ ভোটাৰৰ নাম কৰ্তন কৰা বুলি কংগ্ৰেছ কৰ্মীৰ অভিযোগ। 
2 Min read
1
Assamese

অশান্ত কোকৰাঝাৰ! পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনাৰ ফ্লেগ মাৰ্চ

কোকৰাঝাৰৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও এতিয়াও অব্যাহত আছে চেপা উত্তেজনা। পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আনিবলৈ কোকৰাঝাৰত সেনাৰ ফ্লেগ মাৰ্চ। উত্তপ্ত পৰিস্থিতিৰ পিছতে সেনাৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ কেইবাটাও বেটেলিয়ন কেম্প মোতায়েন কৰা হৈছে কোকৰাঝাৰত। 
2 Min read
1
Assamese

বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ। কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলা

কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলা। বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ৷ জোনবিলৰ পাৰত স্তব্ধ হৈ পৰিব আধুনিক মূদ্ৰাৰ প্ৰচলন। ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিল মেলাত দেখিবলৈ পোৱা যায় পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন।
3 Min read
1
Assamese

মিঞাক মই ভয় মুক্ত অসম উপহাৰ দিম। অভয়বাণী বিধায়ক অখিল গগৈৰ

'মোক ৫ বছৰ গৃহ বিভাগ চলাবলৈ দিয়ক, মিঞাক মই ভয় মুক্ত অসম উপহাৰ দিম। মোৰ শাসনত মিঞাই মাৰ খাব নালাগে। নিৰ্বাচনৰ প্ৰাকক্ষণত মিঞাক এই অভয়বাণী বিধায়ক অখিল গগৈৰ।
2 Min read
1
Assamese

বেদখলকাৰীৰ নিস্তাৰ নাই, কাৰ্বি আংলঙত আন এক বৃহৎ উচ্ছেদ অভিযান

অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। ৰাজ্যত পুনৰ চলিল আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৩৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এইবাৰ বকলীয়াঘাটত চলিল প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান।  
1 Min read
THUMB
Assamese

কোকৰাঝাৰত ভয়াৱহ পৰিস্থিতি

অধিক অৱনতি ঘটিছে কোকৰাঝাৰৰ পৰিস্থিতি। কাৰিগাঁও আৰক্ষী চকীত বলপূৰ্বক প্ৰৱেশ প্ৰতিবাদকাৰীৰ। আৰক্ষী চকীৰ গেট ভাঙি দলে দলে লোকৰ প্ৰৱেশ। নিশা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা সংঘৰ্ষৰ পাছত আজি পুনৰ উত্তেজনা। 
1 Min read
1
Assamese

Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়

২০২৪ৰ জুলাইত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক নিযুক্ত হৈছিল গৌতম গম্ভীৰ। অনুৰাগীয়ে আশা কৰিছিল গম্ভীৰে টীম ইণ্ডিয়াক নতুন উচ্চতালৈ লৈ যাব। কিন্তু গম্ভীৰৰ নেতৃত্বত টীম ইণ্ডিয়াই গঢ়িছে ইটোৰ পাছত সিটো লজ্জাজনক পৰাজয়ৰ অভিলেখ। 
2 Min read
Advertisment