Advertisment

অসম

1
Assamese

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ল’ব লাগে আইনী ব্যৱস্থা, গৰজি উঠিল প্ৰাক্তন ন্যায়াধীশ

মুখ্যমন্ত্ৰীৰ পদত থকাৰ নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। মিঞা মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ বাবে আইনী ব্যৱস্থা ল’ব লাগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে প্ৰাক্তন ন্যায়াধীশ গোবিন মাথুৰ।
2 Min read
1
Assamese

'২৬ত চৰকাৰ গঠন কৰিলে অসমৰ বাবে কি কাম কৰিব ৰাইজৰ দলে?

কি আছে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰত? বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিলে ৰাজ্যবাসীৰ বাবে কি কি কাম কৰিব ৰাইজৰ দলে? ইতিমধ্যেই বিধানসভা নিৰ্বাচনৰ বাবে অখিল গগৈয়ে মুকলি কৰিছে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ। পাছে কি কি বিষয়ে স্থান পাইছে এই ইস্তাহাৰত?
2 Min read
THUMB
Assamese

চৰকাৰী কৰ্মচাৰীয়ে ল’ব পাৰিব Advance Salary

সোমবাৰে চৰকাৰী চাকৰিয়ালৰ বাবে সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী কৰ্মচাৰীয়ে এতিয়াৰে পৰা ল’ব পাৰিব Advance Salary। স্বাগত সতীৰ্থ প'ৰ্টেল ২.০ৰ জৰিয়তে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে বদলিৰ বাবে আবেদন কৰিব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে।
2 Min read
THUMB
Assamese

ম’বাইল এপতে বিয়া!

এতিয়াৰে পৰা ক’ৰ্ট মেৰেজ কৰিবলৈ আৰু যাব নালাগিব আদালতলৈ। ঘৰত বহি ম’বাইল এপ খুলি পাতিব পাৰিব বিয়া! চৰকাৰী অফিচত চলিব AI ব্যৱহাৰ কৰি কাম-কাজ। AIৰ যোগেদি পৰিচালিত হ'ব অসম চৰকাৰৰ বিভাগসমূহৰ কাম-কাজসমূহ।
2 Min read
MANKACHAR
অসম

এইবাৰ চোৰাং গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি সীমান্ত সুৰক্ষা বাহিনীৰ গুলী

এইবাৰ চোৰাং গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি সীমান্ত সুৰক্ষা বাহিনীৰ গুলী । মানকাচৰৰ কুকুৰমাৰা ভাৰত-বাংলা সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলীচালনা । গুলীচালনাত আহত হয় এটা চোৰাং গৰু সৰবাহকাৰী ।
1 Min read
sivsagar
গুৱাহাটী

''মিঞা খেদক দেশ বচাওঁক'' উজনি অসমত ‘মিঞা’ৰ বিৰুদ্ধে তীব্ৰ আন্দোলন

''মিঞা''ৰ বিৰুদ্ধে তীব্ৰ আন্দোলন উজনিত। উজনি অসম তথা শিৱসাগৰত বাংলাদেশী ‘মিঞা’ৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসমীয়া যুৱ মঞ্চ আৰু জাতীয় সংগ্ৰামী সেনা নামৰ দুটাকৈ জাতীয় সংগঠন।
1 Min read
GUWAHATI THIEF
Assamese

পুনৰ মহানগৰীত গৰজিল আৰক্ষীৰ বন্দুক

দুর্ধর্ষ অপৰাধীলৈ বশিষ্ঠ আৰক্ষীৰ গুলী । আৰক্ষীৰ নিদ্ৰাহৰণ কৰি ইখনৰ পাছত সিখনকৈ ঘৰত ডকাইতে চলাইছিল ডকাইতি কাণ্ড। পুৱতি নিশা দহ মাইলত মাধৱ দাস আৰক্ষীৰ গুলীত গুলিবিদ্ধ হয় | অসম , গুৱাহাটী assamese
1 Min read
1
Assamese

অসমীয়াৰ হেৰুওৱা পৰিচয় উদ্ধাৰৰ বাবে পৰাক্ৰমেৰে যুঁজিম- মুখ্যমন্ত্ৰী

চিলাৰায় আৰু নৰনাৰায়ণে ৰাজত্ব কৰা ভূমিত আজি সংখ্যালঘুত পৰিণত হৈছে অসমীয়া। এচাম আগ্ৰাসী লোকে জাতিটোক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ উঠিপৰি লাগিছে।
2 Min read
1
Assamese

আইন-কানুনতকৈ আৰক্ষী ঊৰ্ধ্বত নহয়, আৰক্ষীৰ বিৰুদ্ধে কঠোৰ উচ্চ ন্যায়ালয়

আইন-কানুনতকৈ ঊৰ্ধ্বত নহয় আৰক্ষী। অপৰাধীক শাস্তি দিয়াৰ দায়িত্ব ন্যায়পালিকাৰহে, আৰক্ষীৰ নহয়। অপ্ৰয়োজনীয় কাৰণত গুলীচালনা কেতিয়াও গ্ৰহণযোগ্য নহয়।
1 Min read
1
Assamese

মিঞা নহয়, টাৰ্গেট মুছলমান! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান বিধায়কৰ

হিমন্ত বিশ্ব শৰ্মাই মিঞাক নহয়, মুছলমানক টাৰ্গেট কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘৃণাৰ দোকান বন্ধ কৰি বিশ্ৰাম লওক। মিঞাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীক আৰু কি আহ্বান জনালে বিধায়ক ৰফিকুল ইছলামে?
1 Min read
Advertisment